• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নেহৰু-গান্ধী পৰিয়ালৰ চাৰি প্ৰজন্মই সংবিধান ধ্বংস কৰিছে!’ ৰাহুলক জৱাব দিবলৈ গৈ কি ক’লে মোদীয়ে?

‘নেহৰু-গান্ধী পৰিয়ালৰ চাৰি প্ৰজন্মই সংবিধান ধ্বংস কৰিছে!’ ৰাহুলক জৱাব দিবলৈ গৈ কি ক’লে মোদীয়ে?

2 years ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

2 minutes ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

42 minutes ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

1 hour ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

2 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

5 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

5 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

6 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

7 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

7 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

9 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘নেহৰু-গান্ধী পৰিয়ালৰ চাৰি প্ৰজন্মই সংবিধান ধ্বংস কৰিছে!’ ৰাহুলক জৱাব দিবলৈ গৈ কি ক’লে মোদীয়ে?

‘নেহৰু-গান্ধী পৰিয়ালৰ চাৰি প্ৰজন্মই সংবিধান ধ্বংস কৰিছে!’ ৰাহুলক জৱাব দিবলৈ গৈ কি ক’লে মোদীয়ে?

editor by editor
May 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
‘নেহৰু-গান্ধী পৰিয়ালৰ চাৰি প্ৰজন্মই সংবিধান ধ্বংস কৰিছে!’ ৰাহুলক জৱাব দিবলৈ গৈ কি ক’লে মোদীয়ে?
0
SHARES
209
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশৰ সংবিধান সলনি কৰাৰ লক্ষ্য আগত ৰাখি এইবা ৪০০ প্লাছ বুলি শ্লোগান আনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷  লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ধাৰাবাহিকভাৱে এই অভিযোগ তুলিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীসহ বিৰোধীয়ে৷ ৰাহুলৰ এই নিৰ্বাচনী ভাষণৰ জৱাব দিছে এইবাৰ নৰেন্দ্ৰ মোদীয়ে৷ উত্তৰ দিবলৈ গৈ মোদীয়ে টাৰ্গেট কৰি লৈছে গান্ধী আৰু নেহৰু পৰিয়ালক৷ বৃহস্পতিবাৰে মোদীয়ে মন্তব্যত কয়, ‘নেহৰু গান্ধী পৰিয়ালৰচাৰি প্ৰজন্মই মিলি সংবিধান ধ্বংস কৰি পেলাইছে৷’ ৰাহুলে শুকুৰবাৰে উত্তৰপ্ৰদেশৰ ঝাঁসিত ইণ্ডিয়াৰ এক সভাত কৈছিল, ‘বিজেপিয়ে এইবাৰ লোকসভা নিৰ্বাচনত জয়ী হ’লেই ভাৰতৰ সংবিধান ধ্বংস কৰি পেলাব৷’

অম্বেদকাৰৰ আদৰ্শক মোহাৰি পেলাবলৈকে সংবিধানত সাম্প্ৰদায়িকতা অনাৰ চেষ্টা চলাইছে মোদীয়ে৷ এই অভিযোগ বাৰে বাৰে তুলি আহিছে ৰাহুলে৷ ৰাহুলৰ এই মন্তব্যৰ কেইঘণ্টামান পাছতেই ইণ্ডিয়া টুডেক দিয়া এক সাক্ষাৎকাৰত মোদীয়ে কয়, ‘দেশত প্ৰথমবাৰ সংবিধান সলনি কোনে কৰিছিল? জৱাহললাল নেহৰুৱে৷ বাকস্বাধীনতাৰ ওপৰত কোনে প্রথমে হস্তক্ষেপ কৰিছিল? জৱাহৰলাল নেহৰুয়েই৷ ৰাহুল গান্ধীৰ আইতাক ইন্দিৰা গান্ধীয়ে আদালতৰ ৰায়ক আওকান কৰি দেশত জৰুৰীকালিন অৱস্থা ঘোষণা কৰিছিল৷’

ইয়াৰোপৰি মোদীয়ে কয়, ‘ৰাহুলৰ পিতৃ ৰাজীৱ গান্ধীয়ে কি কৰিছিল? শাহবানো গোচৰত ছুপ্ৰীম কৰ্টৰ ৰায় আওকান কৰি সংবিধান সংশোধনী বিল পাছ কৰিছিল৷ ২০১৩ চনত ৰাহুল গান্ধীয়ে যি কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ অৰ্ডিনেন্স ফালি পেলোৱাৰ কথা কৈছিল সেই কৰা পাহৰিছে নেকি?’

উল্লেখ্য যে ছুপ্ৰিম কৰ্টৰ নিৰ্দেশ অনুসৰি কোনো গোচৰত দুবছৰতকৈ বেছি শাস্তি পালে বিধায়ক বা সাংসদৰ সদস্যপদ খাৰিজ হৈ যায়৷ কেৱল সেয়াই নহয় শাস্তিৰ ম্যাদ শেষ হোৱাৰ পাছতেই আৰু ৬বছৰ নিৰ্বাচনতো অংশ ল’ব নোৱাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম
জীৱনশৈলী

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

July 28, 2026
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম
জীৱনশৈলী

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

July 28, 2026
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!
প্ৰযুক্তি

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

July 28, 2026
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ
বিনোদন

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

July 28, 2026
Next Post
হাতৰ ফোন উভতাই নাপাব, ৰীলছ বনালেই বিপদ আহি আছে আপোনাৰ, কেদাৰনাথ, বদ্ৰীনাথ কৰ্তৃপক্ষই দিছে বিশেষ জাননী

হাতৰ ফোন উভতাই নাপাব, ৰীলছ বনালেই বিপদ আহি আছে আপোনাৰ, কেদাৰনাথ, বদ্ৰীনাথ কৰ্তৃপক্ষই দিছে বিশেষ জাননী

কাঁৰ ৰেড কাৰ্পেটত ঐশ্বৰ্যৰ জাদু! হাতত আঘাত লৈয়ে ৰঙা দলিচাত জিলিকি উঠিল ঐশ্বৰ্য ৰায় বচ্চন

কাঁৰ ৰেড কাৰ্পেটত ঐশ্বৰ্যৰ জাদু! হাতত আঘাত লৈয়ে ৰঙা দলিচাত জিলিকি উঠিল ঐশ্বৰ্য ৰায় বচ্চন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.