• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

3 months ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

3 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

3 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

4 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

5 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

6 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

6 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

7 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

8 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

9 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

9 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

10 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

জৱাহৰলাল নেহৰুক পিছ পেলাই সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

editor by editor
June 10, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ
0
SHARES
33
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বাধীন ভাৰতৰ একেৰাহে দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰীৰ অভিলেখ গঢ়িলে নৰেন্দ্ৰ মোদীয়ে। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে জৱাহৰলাল নেহৰুকো চেৰ পেলাইছে। নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২৬ মে’ত প্ৰথমবাৰৰ বাবে, ২০১৯ চনৰ ৩০ মে’ত দ্বিতীয়বাৰৰ বাবে আৰু ২০২৪ চনৰ ৯ জুনত একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

১৯৫২ চনৰ ১৩ মে’ত পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেতিয়াৰ পৰা ১৯৬৪ চনৰ ২৭ মে’লৈকে একেৰাহে ৪৩৯৮ দিনৰ সময়সীমা নেহৰুৱে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনৰ ২৬ মে’ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নৰেন্দ্ৰ মোদীয়ে তেতিয়াৰ পৰা অবিৰতভাৱে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে সৰ্বাধিক দীৰ্ঘদিনীয়া কাৰ্যকালৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুক চেৰ পেলাইছে প্ৰধানমন্ত্ৰী মোদীয়ে।

একেৰাহে ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত

জৱাহৰলাল নেহৰু                                                                                     নৰেন্দ্ৰ মোদী

১৯৫২ চনৰ ১৩ মে’ৰ পৰা ১৯৬৪ চনৰ ২৭ মে’লৈকে                  ২০১৪ চনৰ ২৬ মে’ৰ পৰা ২০২৬ চনৰ ১০ জুনলৈকে
৪,৩৯৮ দিন                                                                                                      ৪,৩৯৯ দিন

ইতিমধ্যে ইন্দিৰা গান্ধী পিছ পৰিছে

এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক চেৰ পেলাইছে। নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২৫ জুলাইত প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে ৪,০৭৭ দিনৰ অভিলেখ ভংগ কৰে। ইফালে, মোডীৰ শাসনত দেশৰ অৰ্থনীতি ৩৫৭ লাখ কোটি টকা অতিক্ৰম কৰিলে। যোৱা ১২ বছৰত ১৬ টা এইমছ, ৭ টা আই আই টি, আৰু ৮ টা আই আই এম নিৰ্মাণ কৰা হৈছে, মুঠ ৩১ টা শিক্ষানুষ্ঠান। মোদীৰ শাসনত দেশৰ প্ৰতিৰক্ষা বাজেট ৭ লাখ ৮৫ হাজাৰ কোটি টকা হৈছেগৈ। থলুৱা অস্ত্ৰৰ উৎপাদনে ১৫৪,০০০ কোটি টকা অতিক্ৰম কৰিছে।

মোদীৰ শাসনত ভাৰত শক্তিশালী হৈ উঠিছে

প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী সিদ্ধান্তৰ বাবে ভাৰত কেৱল শক্তিশালী হোৱাই নহয়, স্বাৱলম্বীও হৈছে। বৰ্তমান ভাৰতে নিজৰ ৬০ শতাংশ অস্ত্ৰ নিজেই নিৰ্মাণ কৰে। এতিয়া ভাৰত আমদানিকাৰক নহয়, অস্ত্ৰ ৰপ্তানিকাৰক হৈ পৰিছে। ভাৰতক বিশ্বব্যাপী স্বীকৃতি দিয়াত মুখ্য ভূমিকা পালন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। জৱাহৰলাল নেহৰুৱে মাত্ৰ তিনিখন বিদেশী সংসদত ভাষণ দিছিল যদিও প্ৰধানমন্ত্ৰী মোদীয়ে এই পৰ্যন্ত ১৯খন দেশৰ সংসদত ভাষণ প্ৰদান কৰিছে। তদুপৰি মোদীয়ে ১০০ বাৰ ৮০খন দেশ ভ্ৰমণ কৰিছে। ৩২খন দেশে প্ৰধানমন্ত্ৰী মোডীক সন্মান জনাইছে। এই পৰিসংখ্যাই প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰতে এক নতুন আন্তঃৰাষ্ট্ৰীয় শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী হিচাপে মোদীৰ কাৰ্যকাল

  • প্ৰথম – ৭ অক্টোবৰ, ২০০১ – ২২ ডিচেম্বৰ, ২০০২
  • দ্বিতীয় – ২২ ডিচেম্বৰ, ২০০২ – ২২ ডিচেম্বৰ, ২০০৭
  • তৃতীয় – ২৫ ডিচেম্বৰ, ২০০৭ – ২৬ ডিচেম্বৰ, ২০১২
  • চতুৰ্থ – ২৬ ডিচেম্বৰ, ২০১২ – ২২ মে’, ২০১৪

চৰকাৰ চলোৱাৰ বেছিভাগ অভিজ্ঞতা

  • মুখ্যমন্ত্ৰী হিচাপে – ১২ বছৰ, ৭ মাহ, ১৫ দিন
  • পি এম হিচাপে – ১২ বছৰ, ১৯ দিন
  • মুঠঃ ২৪ বছৰ, ৮ মাহ, ৪ দিন

এই প্ৰতিবেদখন যুগুতাইছে বৰষা মিশ্ৰই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
Next Post
কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.