• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঐতিহাসিক ক্ষণ! দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ব্ৰীজ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

ঐতিহাসিক ক্ষণ! দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ব্ৰীজ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

1 year ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

10 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

10 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

10 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

11 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

11 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

11 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

12 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

13 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

14 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

15 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

16 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ঐতিহাসিক ক্ষণ! দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ব্ৰীজ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

editor by editor
April 6, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ঐতিহাসিক ক্ষণ! দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ব্ৰীজ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
0
SHARES
841
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঐতিহাসিক ক্ষণ! দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ব্ৰীজ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

আজি ৬ এপ্ৰিল দেওবাৰ ৰাম নৱমীৰ দিনটোত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় ভাৰতবাসী। কাৰণ ভাৰতত আজি উদ্বোধন কৰা হয় দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ব্ৰীজ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তামিলনাডুৰ ৰামেশ্বৰমত এই নতুন পাম্বন দলং উদ্বোধন কৰে। ২.০৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেল দলংখন ভাৰতৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ব্ৰীজ। ১০০ বছৰৰ বাবে ঘণ্টাত ৮০ কিলোমিটাৰ বেগত ৰেল চলাচলৰ বাবে উপযোগী এই নতুন পাম্বন ব্ৰীজ।

উল্লেখ্য যে, ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে পাম্বন দলঙৰ আধাৰশিলা স্থাপন কৰিছিল, আৰু ৫ বছৰত সাগৰৰ ওপৰেৰে এই দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈ আজি মুকলি কৰা হয়।

https://x.com/jsuryareddy/status/1908749088302260386

২.০৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন বহু দিশত বিশেষ। ইয়াৰ ৯৯ স্পেন ১৮.৩ মিটাৰ আৰু উলম্ব লিফ্ট স্পেন ৭২.৫ মিটাৰ। পুৰণি দলংতকৈ ই ৩ মিটাৰ ওখ, যাৰ ফলত ডাঙৰ জাহাজ সহজে তলেৰে পাৰ হ’ব পাৰিব। ইয়াত এন্টি-ক’ৰ’জন প্ৰযুক্তি, পলিচিল’ক্সেন পেইণ্ট, উন্নত ষ্টেইনলেছ ষ্টীল আৰু ফাইবাৰ ৰিইনফৰ্চড প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত ইয়াৰ দীৰ্ঘস্থায়ী স্থায়িত্ব নিশ্চিত কৰা হৈছে।

এই দলং নিৰ্মাণৰ ফলত ভাৰতৰ ডিজাইন আৰু প্ৰমাণপত্ৰৰ ক্ষেত্ৰত কাৰিকৰী শ্ৰেষ্ঠত্ব প্ৰমাণিত হৈছে। ১০০ বছৰ ধৰি ঘণ্টাত ৮০ কিলোমিটাৰ বেগত ৰে’ল চলাচলৰ বাবে নিৰাপদ নতুন পাম্বন দলং। অৱশ্যে এই দলংখনত ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত ৰে’ল চলাচল কৰিব পাৰে।

এই ভাৰ্টিকেল লিফ্ট ব্ৰীজখন মাজৰ পৰা খোল খাব যাতে জাহাজ সহজে পাৰ হ’ব পাৰে। এই ব্ৰীজ মাত্ৰ ৫ মিনিটতে খুলিব পাৰিব আৰু মাথো ৩ মিনিটত বন্ধ কৰিব পাৰি। ২.০৭ কিলোমিটাৰ দৈৰ্ঘ্য, ৭২.২ মিটাৰ বহল দলংখন ৫ বছৰত সম্পূৰ্ণ হয়। ইয়াৰ নিৰ্মাণ ব্যয় ৫৩৫ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: P Modipamban Bridgevertical Lift Bridge
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
Next Post
অৱসৰ সন্দৰ্ভত মৌনতা ভংগ ধোনীৰ, খেলিব নোৱাৰা হৈ পৰা সন্দৰ্ভত দিলে উত্তৰ

অৱসৰ সন্দৰ্ভত মৌনতা ভংগ ধোনীৰ, খেলিব নোৱাৰা হৈ পৰা সন্দৰ্ভত দিলে উত্তৰ

জন্ম তাৰিখ অনুসৰি প্ৰতিদিনে কৰক এই প্ৰতিকাৰ, সকলো সমস্যাৰ পৰা পাব মুক্তি!

জন্ম তাৰিখ অনুসৰি প্ৰতিদিনে কৰক এই প্ৰতিকাৰ, সকলো সমস্যাৰ পৰা পাব মুক্তি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.