• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাশী বিশ্বনাথৰ আৰ্হিতেই নিৰ্মাণ হ’ব কামাখ্যা কৰিডৰ! হিমন্ত বিশ্ব শৰ্মাক টুইটযোগে কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

কাশী বিশ্বনাথৰ আৰ্হিতেই নিৰ্মাণ হ’ব কামাখ্যা কৰিডৰ! হিমন্ত বিশ্ব শৰ্মাক টুইটযোগে কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

3 years ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

19 minutes ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

9 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

9 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

10 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

10 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

13 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

13 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

14 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

15 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

15 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

16 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাশী বিশ্বনাথৰ আৰ্হিতেই নিৰ্মাণ হ’ব কামাখ্যা কৰিডৰ! হিমন্ত বিশ্ব শৰ্মাক টুইটযোগে কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

editor by editor
April 20, 2023
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
কাশী বিশ্বনাথৰ আৰ্হিতেই নিৰ্মাণ হ’ব কামাখ্যা কৰিডৰ! হিমন্ত বিশ্ব শৰ্মাক টুইটযোগে কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
0
SHARES
308
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰ কৰিডৰৰ আৰ্হিত ন’কৈ নিৰ্মাণ হ’ব গুৱাহাটীৰ কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবেই এই পৰিকল্পনা হাতত হৈছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা এই পদক্ষেপক সঁহাৰি জনাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটযোগে সমৰ্থন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে অসম চৰকাৰৰ কামাখ্যা কৰিডৰ প্ৰকল্পৰ কথা টুইটতযোগে প্ৰকাশ কৰিছিল। নতুনকৈ নিৰ্মাণ কৰাৰ পাছত কামাখ্যা পাহাৰৰ মন্দিৰ দেখাত কেনে হ’ব তাৰো এনিমেশ্বন ভিডিঅ’ পোষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটটো বৃহস্পতিবাৰে মোদীয়ে আকৌ ৰি-টুইট কৰিছে।

I am sure Maa Kamakhya corridor will be a landmark initiative.

Kashi Vishwanath Dham and Shree Mahakal Mahalok have been transformative as far as the spiritual experience is concerned. Equally important is the fact that tourism is enhanced and the local economy gets a boost. https://t.co/le8gmNrSNv

— Narendra Modi (@narendramodi) April 19, 2023

প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটত লিখিছে, ‘মই নিশ্চিত, মা কামাখ্যাৰ কৰিডৰ নিৰ্মাণ এক যুগান্তকাৰী পদক্ষেপ হ’ব। আধ্যাত্মিক অভিজ্ঞতাৰ দিশেৰে কাশী বিশ্বনাথ ধাম আৰু শ্ৰী মহাকাল মহালোক(কামাখ্যা) যুগান্তকাৰী মন্দিৰ হৈ ধৰা দিব। ইয়াৰ সৈতে গুৰুত্বপূৰ্ণ আন এটি বিষয় হৈছে এই পদক্ষেপৰ পাছতেই মন্দিৰটো আকৰ্ষণীয় হোৱাৰ উপৰিও স্থানীয় অৰ্থনীতিও টনকীয়াল হ’ব।

উল্লেখ্য যে, ২০২১ চনত বাৰাণসীৰ কাশী বিশ্বনাথ কৰিডৰৰ আনুষ্ঠানিক উদ্বোধন কৰিছিল মোদীয়ে। কাশী বিশ্বনাথ মন্দিৰৰ পৰা গংগাৰ পাৰ পৰ্যন্ত ৫ লাখ বৰ্গফুট এলেকাক সজাই পৰাই তোলা হৈছিল।স ২০১৯ চনতেই এই কাৰ্যৰ শুভাৰম্ভ কৰিছিল মোদীয়ে। তাৰপাছতেই ৩৩৯ কোটি টকা ব্যয়েৰে ২০২১ চনত এই কৰিডৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয়। কিন্তু কামাখ্য মন্দিৰৰ পুনৰ নিৰ্মাণত কিমান ধন খৰচ হ’ব সেই সম্পৰ্কে কোনো তথ্য বৰ্তমানো প্ৰকাশ কৰা নাই হিমন্ত নেতৃত্বাধীন চৰকাৰখনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

June 17, 2026
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
Next Post
বিৰাটৰ উভতনি যাত্ৰা! ৪৬১ দিনৰ পাছত অধিনায়ক হৈ উভতিছে বিৰাট কোহলী

বিৰাটৰ উভতনি যাত্ৰা! ৪৬১ দিনৰ পাছত অধিনায়ক হৈ উভতিছে বিৰাট কোহলী

জম্মু কাশ্মীৰত ভয়ংকৰ ঘটনা, ৪জন সেনা জোৱান শ্বহীদ

জম্মু কাশ্মীৰত ভয়ংকৰ ঘটনা, ৪জন সেনা জোৱান শ্বহীদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.