• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ঘটনাক মই নিন্দা কৰিছো…! জ্ঞানদ্বীপ সন্দৰ্ভত কি কৈছে ভাৰাঘৰৰ মালিকে?

এই ঘটনাক মই নিন্দা কৰিছো…! জ্ঞানদ্বীপ সন্দৰ্ভত কি কৈছে ভাৰাঘৰৰ মালিকে?

2 years ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

18 minutes ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

49 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

3 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

3 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

4 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

4 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

5 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

6 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

6 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

7 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এই ঘটনাক মই নিন্দা কৰিছো…! জ্ঞানদ্বীপ সন্দৰ্ভত কি কৈছে ভাৰাঘৰৰ মালিকে?

এই ঘটনাক মই নিন্দা কৰিছো...! জ্ঞানদ্বীপ সন্দৰ্ভত কি কৈছে ভাৰাঘৰৰ মালিকে?

editor by editor
November 16, 2024
in অপৰাধ, অসম, গুৱাহাটী, জীৱনশৈলী
0
এই ঘটনাক মই নিন্দা কৰিছো…! জ্ঞানদ্বীপ সন্দৰ্ভত কি কৈছে ভাৰাঘৰৰ মালিকে?
0
SHARES
817
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্ঞানদ্বীপ লৰাজন ভাল লৰা৷ মোৰ ভাৰা ঘৰত সি ২মাহ ধৰি আছিল৷ সি মাৰ খোৱা লৰা নহয়৷ আৰক্ষী আমাৰ সুৰক্ষাৰ বাবে আছে৷ আৰক্ষীয়ে এনে কাম কৰাটো ভাল কথা নহয়৷ জ্ঞানদ্বীপ সন্দৰ্ভত তেওঁ ভাৰা লৈ থকা গৰাকীয়ে দিছে এই ভাষ্য৷ প্ৰকৃততে ট্ৰেফিক আইন অমান্য কৰাৰ অপৰাধতেই পানবজাৰ থানাৰ অচিয়ে শাৰীৰিকভাৱে অপদস্ত কৰিছিল জ্ঞানদ্বীপ নামৰ ডেলিভাৰি বয়জনক৷

ইতিমধ্যেই এই ঘটনাৰ পাছতেই জ্ঞানদ্বীপে তেওঁ বাস কৰা ভাৰাঘৰ ত্যাগ কৰিছে৷ বৰ্তমান ক’ত আছে জ্ঞানদ্বীপ সেয়া জানিব পৰা হোৱা নাই৷ নিশাৰ ভাগতেই সংবাদমাধ্যমৰ আগত এটা মন্তব্য দিছিল জ্ঞানদ্বীপে তাৰপিছৰে পৰা আঁতৰি আছে জ্ঞানদ্বীপ৷ ভাৰাঘৰৰ গৰাকীয়েও জনাইছে যে জ্ঞানদ্বীপ বৰ্তমান তেওঁৰ ঘৰত নাই৷ কালিৰ ঘটনাটোৰ পাছতেই জ্ঞানদ্বীপে এই ঘৰ ত্যাগ কৰিছে৷

ভাৰাঘৰৰ গৰাকীয়ে কয়, ‘এনে ঘটনা কাৰো সৈতে নঘটক৷ ভাল লৰা আছিল৷ কালিৰে পৰা তাৰ ৰুমটো তলা লাগি আছে৷ ফোন কৰিছো ফোনো ধৰা নাই সি৷ অভিভাৱকেও আমাক যোগাযোগ কৰা নাই৷ সি ডেলিভাৰি বয় বুলি মই জানো৷ ঘটনাটোক মই নিন্দা কৰিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!
অপৰাধ

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

October 13, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
Next Post
এজন শ্ৰমিকৰ, খাটি খোৱা লোকৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি বুলি দাবী কৰা মুখ্যমন্ত্ৰীৰ কথা কিয় নুশুনে অসম আৰক্ষীয়ে?

এজন শ্ৰমিকৰ, খাটি খোৱা লোকৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি বুলি দাবী কৰা মুখ্যমন্ত্ৰীৰ কথা কিয় নুশুনে অসম আৰক্ষীয়ে?

মাহত ২৫০টকা বিনিয়োগ কৰিলেই পাব ৭১লাখ! প’ষ্ট অফিচৰ এই স্কিম জানেনে?

মাহত ২৫০টকা বিনিয়োগ কৰিলেই পাব ৭১লাখ! প’ষ্ট অফিচৰ এই স্কিম জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.