• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘Sasural simar ka’ ধাৰাবাহিকখনৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী থক্কৰৰ আত্মহত্যা

‘Sasural simar ka’ ধাৰাবাহিকখনৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী থক্কৰৰ আত্মহত্যা

3 years ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

9 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

31 minutes ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

1 hour ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

4 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

17 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

17 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘Sasural simar ka’ ধাৰাবাহিকখনৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী থক্কৰৰ আত্মহত্যা

editor by editor
October 16, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, স্বাস্থ্য
0
‘Sasural simar ka’ ধাৰাবাহিকখনৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী থক্কৰৰ আত্মহত্যা
0
SHARES
18.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টেলিভিছন পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী থক্কৰৰ আত্মহত্যা। নিজ বাসভৱনতে আত্মহত্যা কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। মৃতদেহৰ কাষত এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

হিন্দী টেলিভিছনৰ পৰিচিত মুখ বৈশালী। ‘Sasural simar ka’ নামৰ জনপ্ৰিয় হিন্দী ধাৰাবাহিকখনত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে বহুকেইখন হিন্দী ধাৰাবাহিকত অভিনয় কৰিছিল। দেওবাৰে নিজ বাসভৱনত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হৈছে দেহ। ইন্দোৰৰ নিবাসী বৈশালীয়ে মৃতদেহ উদ্ধাৰৰ পিছতেই আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ আৰম্ভ কৰিছে তদন্ত।

উল্লেখ্য যে, ২০১৫ চনত ‘Yeh Rishta Kya Kehlata Hai’ ধাৰাবাহিকেৰে অভিনয় জগতত ভৰি দিছিল বৈশালীয়ে। ‘Yeh Rishta Kya Kehlata Hai’-ত সঞ্জনা চৰিত্ৰৰে সকলোৰে পৰিচিত হৈ পৰা বৈশালীয়ে হিন্দীৰ বহুকেইখন ধাৰাবাহিকত অভিনয় কৰিছিল।

উল্লেখ্য যে চলিত বছৰৰে এপ্ৰিল মাহত বাগদানৰ কথাও সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছিল বৈশালীয়ে। কেনিয়াৰ দন্ত চিকিৎসক অভিনন্দন সিঙৰ হৈছে বাগদানৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল বৈশালীয়ে। কিন্তু কিছুদিন পূ্‌ৰ্বেই দুয়োৰে বিচ্ছেদ হোৱা বুলি একাংশই সামাজিক মাধ্যমতেই উল্লেখ কৰিছিল। ছুইচাইড নোটত অভিনেত্ৰীগৰাকীয়ে কি উল্লেখ কৰিছে বৰ্তমানো প্ৰকাশ কৰা নাই আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

April 13, 2026
Next Post
ধনতেৰছত সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে! সোণৰ বিশুদ্ধতা কেনেকৈ জুখিব? জানি থওক এইকেইটা কথা

ধনতেৰছত সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে! সোণৰ বিশুদ্ধতা কেনেকৈ জুখিব? জানি থওক এইকেইটা কথা

একবিংশ শতিকাতো আছে বলি প্ৰথা! ১০৮ টা নৰমুণ্ডৰে এই স্থানত কৰা হয় কালীপূজা

একবিংশ শতিকাতো আছে বলি প্ৰথা! ১০৮ টা নৰমুণ্ডৰে এই স্থানত কৰা হয় কালীপূজা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.