• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা

1 month ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

12 minutes ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

45 minutes ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

1 hour ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

2 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

3 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

4 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

5 hours ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

24 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

1 day ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা

editor by editor
January 27, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা
0
SHARES
664
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুদ্ৰাস্ফীতিৰ এই সময়ত সকলোৱে বিচাৰে যে তেওঁলোকৰ কষ্টাৰ্জিত অৰ্থ নিৰাপদে থাকক আৰু ভাল ৰিটাৰ্ণ পাওক৷ শ্বেয়াৰ বজাৰৰ ওঠানমা আৰু বেংক এফ ডিত সুদৰ হাৰ কমাৰ মাজত যদি এনো কোনো বিনিয়োগ বিকল্প থাকে যিয়ে মানুহৰ আস্থা অৰ্জন কৰিব পাৰিছে সেয়াই হৈছে পোষ্ট অফিচ ফিক্সড ডিপোজিট স্কিম৷ পোষ্ট অফিচৰ এফ ডিসমূহে চৰকাৰী গেৰেণ্টি আৰু নিৰ্দিষ্ট ৰিটাৰ্ণ প্ৰদান কৰে৷ যিয়ে এইসমূহক নিৰ্ভৰযোগ্য বিকল্প কৰি তোলে৷ বিশেষকৈ মধ্যবিত্ত আৰু অৱসৰপ্ৰাপ্তসকলৰ বাবে৷

পোষ্ট অফিচ FD কি?

লক্ষ্যণীয় যে পোষ্ট অফিচ এফ ডিসমূহক আনুষ্ঠানিকভাৱে পোষ্ট অফিচ টাইম ডিপোজিট বুলিও কোৱা হয়৷ মূলত এইসমূহে বেংক এফ ডিৰ দৰেই কাম কৰে৷ বিনিয়োগকাৰীয়ে এক নিৰ্দিষ্ট সময়ৰ বাবে ধন জমা কৰে আৰু ম্যাদপূৰ্তিৰ পাছত তেওঁলোকে নিৰ্দিষ্ট সুদৰ সৈতে ধন উভতাই পায়৷ আপুনি পোষ্ট অফিচত ১ বছৰ, ২ বছৰ, ৩ বছৰ আৰু ৫ বছৰৰ বাবে টাইম ডিপোজিট একাউণ্ট খুলিব পাৰে৷

পোষ্ট অফিচ FDত বৰ্তমান সুদৰ হাৰ

বৰ্তমান পোষ্ট অফিচ এফ ডিত সুদৰ হাৰ এনেধৰণৰ-

১ বছৰৰ এফ ডিঃ ৬.৯ শতাংশ৷

২ বছৰৰ এফ ডিঃ ৭.০শতাংশ

৩বছৰৰ এফ ডিঃ ৭.১ শতাংশ

৫ বছৰৰ এফ ডিঃ ৭.৫শতাংশ

এই সমস্ত বিকল্পৰ মাজত ৫ বছৰৰ এফ ডিয়ে সৰ্বোচ্চ সুদৰ হাৰ প্ৰদান কৰে৷ সেই কাৰণেই দীৰ্ঘম্যাদী বিনিয়োগকাৰীয়ে এই স্কিম বেছিকৈ পছন্দ কৰে৷

কেনেকৈ আপুনি ২লাখ জমা কৰি ৯০,০০০ সুদ পাব?

যদি কোনো বিনিয়োগকাৰীয়ে ৫ বছৰৰ পোষ্ট অফিচ এফ ডিত ২০০,০০০ টকা জমা কৰে তেন্তে তেওঁলোকে বাৰ্ষিক ৭.৫শতাংশ সুদৰ হাৰ পাব৷ পাঁচ বছৰৰ পাছত এই বিনিয়োগৰ মুঠ মেচিউৰিটিৰ মূল্য আনুমানিক ২,৮৯,০০০ টকা হয়৷ ইয়াৰ অৰ্থ হৈছে বিনিয়োগকাৰীয়ে আনুমানিক ৮৯,০০০ টকাৰ পৰা ৯০০০০ টকা পৰ্যন্ত স্থিৰ আৰু নিশ্চিত মুনাফা পাব৷

পোষ্ট অফিচ এফ ডিত ৰিটাৰ্ণ সম্পূৰ্ণৰূপে স্থিৰ থাকে৷ বজাৰৰ অৱস্থা যিয়েই নহওক কিয় আপোনাৰ ৰিটাৰ্ণ প্ৰভাৱিত নহয়৷ সেই কাৰণেই ধন হেৰুৱাৰ ভয় নাৰাখি বিনিয়োগকাৰীয়ে ইয়াত বিনিয়োগ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

March 11, 2026
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?
জীৱনশৈলী

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

March 11, 2026
Next Post
আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন