• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

5 months ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

14 minutes ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

45 minutes ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

1 hour ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

2 hours ago
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

2 hours ago
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

2 hours ago
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

3 hours ago
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

4 hours ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

5 hours ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

7 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

editor by editor
December 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনো চৰকাৰী প্ৰকল্পত যোগদানে আৰ্থিক পৰিকল্পনাক শক্তিশালী কৰিব পাৰে৷ পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট স্কিমত জনপ্ৰিয়তা অৰ্জন কৰিছে৷ যদি অলপ পৰিমাণে অৰ্থ যোগ কৰে তেতিয়াও এক বৃহৎ তহবিল গঠন কৰিব পাৰে৷ তেনে এক চমৎকাৰ বিকল্প হৈছে এই স্কিম৷ ইয়াৰ বাবে কোনো ডাঙৰ বিনিয়োগ কৰাৰ প্ৰয়োজন নাই৷ মিউচুৱেল ফাণ্ড SIP-ৰ দৰে সৰু মাহিলী আমানত কৰিব পাৰে৷ এই স্কিমত ৬.৭ শতাংশ বাৰ্ষিক সুদ পায়, চক্ৰবৃদ্ধি সুদসহ অথবা সুদৰ ওপৰত সুদসহ৷ ই সন্তানৰ ভৱিষ্যতৰ বাবেও এক ভাল বিনিয়োগ৷

মাত্ৰ ১০০ টকাৰে একাউণ্ট খোলক

এই স্কিমৰ অধীনত একাউণ্ট খোলা খুবেই সহজ৷ মাত্ৰ ১০০ টকাৰে আৰম্ভ কৰিব পাৰে৷ জমাৰো কোনো ঊৰ্ধ্বসীমা নাই৷ অৰ্থাৎ যিমান মন যায় বিনিয়োগ কৰিব পাৰে৷ ১০ বছৰৰ বেছি বয়সীয়া শিশুৱেও তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে এই একাউণ্ট খুলিব পাৰে৷ ১৮ বছৰ বয়সীয়াসকলে এখন KYC ফৰ্ম পূৰণ কৰিব লাগিব৷ এই স্কিম ৫ বছৰৰ বাবে বৈধ৷ যদি বিচাৰে তিনি বছৰৰ পাছত এই একাউণ্ট বন্ধ কৰিও দিব পাৰে৷ গ্ৰাহকৰ মৃত্যু হলে তেওঁৰ মনোনীত ব্যক্তিয়ে সেই ধন গ্ৰহণ কৰিব পাৰে বা একাউণ্টটো চলাইয়ো যাব পাৰে৷ মোবাইল বেংকিং বা ই বেংকিঙৰ মাধ্যমেৰেও এই একাউণ্টটো খুলিব পাৰে৷

১৭ লাখ টকাৰ ফাণ্ড কেনেকৈ তৈয়াৰ কৰিব?

প্ৰতিমাহে ১০০০০ টকা জমা কৰক৷ ৫ বছৰ ধৰি জমা কৰিলে মুঠ ৬লাখ টকা বিনিয়োগ হ’ব৷ ৬.৭শতাংশ চক্ৰবৃদ্ধি সুদৰ হাৰত ম্যাদপূৰ্তিৰ পাছত ৭১৩,৬৫৯ টকা পাব৷ ইয়াৰ অৰ্থ হৈছে ১,১৩,৬৫৯ টকা লাভ৷ যদি ১৫ লাখ বিনিয়োগ কৰি ডাঙৰ ফাণ্ড তৈয়াৰ কৰিব খোজে তেন্তে প্ৰতিমাহে প্ৰায় ১০,০০০ টকা জমা কৰিব লাগিব৷ ১০ বছৰ ধৰি জমা কৰিলে সহজেই ১৭ লাখ টকা আপুনি তৈয়াৰ কৰিব পাৰিব৷ বিনিয়োগ হ’ব ১,২০০,০০০ টকা আৰু ৰিটাৰ্ণ পাব ১,৭০৮,৫৪৬ টকা৷

পোষ্ট অফিচ স্কিমৰ সুবিধা

এই স্কিমৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে ই সম্পূৰ্ণ নিৰাপদ৷ বজাৰত বহু বিনিয়োগৰ বিকল্প আছে সেইসমূহত ধন হেৰুৱাৰ ভয়ত বহুতে বিনিয়োগ নকৰে৷ পোষ্ট অফিচৰ আৰ ডিত এনে কোনো ভয় নাই৷ ধন চৰকাৰী গেৰেণ্টিৰ মাধ্যমেৰে বৃদ্ধি পায়৷ যিসকলে ধন হেৰুওৱাৰ ভয় নাৰাখি সম্পদ সঞ্চয় কৰিব খোজে তেন্তে এই স্কিম তেওঁলোকৰ বাবে এক আদৰ্শ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ
জীৱনশৈলী

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

April 21, 2026
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?
বাণিজ্য

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

April 21, 2026
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক
জীৱনশৈলী

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

April 21, 2026
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?
জীৱনশৈলী

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

April 21, 2026
Next Post
৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.