• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?

12 months ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

4 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

5 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

6 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

7 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

8 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

9 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

10 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?

ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?

editor by editor
March 15, 2025
in জীৱনশৈলী
0
ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?
0
SHARES
627
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (SCSS) ডাকঘৰৰ উদ্যোগত আৰম্ভ কৰা এক আঁচনি। যাৰ অধীনত সময়মতে ইয়াত বিনিয়োগ কৰিব পাৰিব। এই ধনেই ভৱিষ্যতে আপোনাৰ সহযোগী হৈ পৰিব। আপুনি কেনেকৈ বিনিয়োগ কৰিব  আৰু কিমান দিনৰ পিছত ইয়াৰ সুবিধা লাভ কৰিব? জানি থওক সবিশেষ৷

জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি কি?

এইখন চৰকাৰী আঁচনি, যিখন ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ অধীনত পৰিচালিত হয়। জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি জ্যেষ্ঠ নাগৰিকৰ বাবে চলোৱা এক আঁচনি। ইয়াৰ অধীনত অৱসৰ গ্ৰহণ কৰা নাগৰিকক বিশেষ সুবিধা প্ৰদান কৰা হয়৷ ইয়াৰ জৰিয়তে অৱসৰৰ পিছতো নিয়মীয়াকৈ ধন লাভ কৰিব পাৰিব আপুনিও। এই আঁচনিৰ নিশ্চয়তা প্ৰদান কৰে ভাৰত চৰকাৰে। ইয়াৰ সুবিধাসমূহ হৈছে ভাৰতৰ প্ৰমাণিত বেংক আৰু ডাকঘৰৰ জৰিয়তে ধনৰ লেনদেন কৰিব পাৰিব আপুনি৷ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিক সুতৰ হাৰ ৮.২%।

চৰ্ত কি কি?

এছ চি এছ এছৰ সুবিধা লাভ কৰিবলৈ কেইটামান চৰ্ত আৰোপ কৰা হৈছে। ইয়াত প্ৰথম চৰ্ত হ’ল নাগৰিকৰ বয়স ৬০ বছৰৰ ওপৰত হ’ব লাগিব, ইয়াৰোপৰি যিসকল লোকে স্বেচ্ছামূলক অৱসৰ VRS) লৈছে, কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা ৰাজ্য/কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ পত্নীয়ে SCSS সুবিধা লাভ কৰিব পাৰিব।

প্ৰতিমাহে কিমান টকা পাব

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই আঁচনিখনত বিনিয়োগ কৰি কিমান টকা উভতাই পোৱা যায়। ধৰি লওক আপুনি ইয়াত জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ অধীনত ৩০ লাখ টকা জমা কৰিছে, তেতিয়া প্ৰতি বছৰে প্ৰায় ২ লাখ ৪৬ হাজাৰ টকাৰ সুত পোৱা যায়। যদি আমি মাহেকীয়াকৈ চাওঁ তেন্তে এই ধনৰাশি হ’ব ২০,৫০০ টকা।

একাউণ্ট খুলিবলৈ আপুনি এখন ফৰ্ম ফিলাপ কৰিব লাগিব, যিটো কেৱাইচিৰ নথি-পত্ৰৰ কপিৰ সৈতে জমা দিয়া হ’ব। দাখিল কৰিবলগীয়া নথি-পত্ৰসমূহৰ ভিতৰত আছে পৰিচয় পত্ৰ, ঠিকনা প্ৰমাণ আৰু বয়সৰ প্ৰমাণ পত্ৰৰ লগতে ২খন পাছপ’ৰ্ট আকাৰৰ ফটো। এই একাউণ্ট ওচৰৰ যিকোনো ডাকঘৰৰ শাখাত গৈ খুলিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
আৰু মাত্ৰ ৮দিন, ২৪ মাৰ্চৰ পৰা চন্দ্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত ৩ৰাশিৰ খুলিব কঁপাল

পৰপুৰুষৰ সৈতে পত্নীৰ অশালীন চাট স্বামীৰ বাবে মানসিক নিৰ্যাতনঃ মধ্যপ্ৰদেশ হাই কৰ্টৰ ৰায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন