• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

6 months ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

16 minutes ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

57 minutes ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

3 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

4 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

4 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

5 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

6 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

7 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

7 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

8 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

editor by editor
February 21, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
0
SHARES
898
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বিনিয়োগৰ কাৰণেই হৈছে ধন বঢ়োৱা৷ কোৱা হয় নিৰাপদে ধন বঢ়োৱাৰ উপযুক্ত স্থানেই বিনিয়োগ৷ কিন্তু নিৰ্ভৰযোগ্য স্থানত সেই বিনিয়োগ হ’ব লাগে৷ আমাৰ দেশত যিসমূহ বিনিয়োগৰ উপকৰণ আছে তাৰ মাজত ফিক্সড ডিপোজিট, সংক্ষেপে এফ ডি সৰ্বাধিক জনপ্ৰিয়৷ ইয়াতেই এটা কথা আছে- এফ ডি ক’ত কৰিব বেংক নে পোষ্ট অফিচত সেয়া জানিবলৈ বহুজনেই আগ্ৰহী৷ ছেভিংছ একাউণ্টত বেছি ৰিটাৰ্ণ দিয়াৰ ক্ষেত্ৰত ভাৰতৰ পোষ্ট অফিচে বেংকসমূহক পিছপেলাইছে৷ আনহাতে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট কমোৱাৰ পাছত সমস্ত বেংক এফ ডি স্কিমৰ সুদৰ হাৰ কমাই দিছে৷ অন্যহাতে পোষ্ট অফিচ এফ ডি স্কিমে এতিয়াও আগৰদৰেই উচ্চ সুদ দি আছে৷ পোষ্ট অফিচৰ এনে এক স্কিমৰ কথা ক’ব খুজিছো য’ত কেৱল মাত্ৰ ১ লাখ টকা জমা কৰিয়েই ৪৪,৯৯৫ টকাৰ নিৰ্দিষ্ট সুদ লাভ কৰিব আপুনি৷
পোষ্ট অফিচত ৭.৫ শতাংশ পৰ্যন্ত বাম্পাৰ সুদৰ প্ৰস্তাৱ দিয়া হৈছে৷ পোষ্ট অফিচত আপুনি ১ বছৰ, ২ বছৰ, ৩বছৰ আৰু ৫ বছৰৰ বাবে এফ ডি একাউণ্ট খুলিব পাৰে৷ উল্লেখ্য যে পোষ্ট অফিচৰ টি ডি নামেৰে এফ ডি একাউণ্ট খোলা হয়৷ এটা পোষ্ট অফিচ টি ডি একাউণ্ট বেংক একাউণ্টৰ এফ ডিৰ দৰেই৷ য’ত বিনিয়োগকাৰীয়ে এক নিৰ্দিষ্ট সুদৰ হাৰত ম্যাদপূৰ্তিৰ ওপৰত সম্পূৰ্ণ ৰিটাৰ্ণ পায়৷
পোষ্ট অফিচ সঞ্চয় প্ৰকল্পসমূহৰ সুবিধা হৈছে যে এইসমূহ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় সেয়ে কেৱল চৰকাৰী গেৰেণ্টিসহ স্থিৰ সুদ পায় বিনিয়োগকাৰীয়ে৷ ইয়াৰোপৰি তাৰ সৈতে অৰ্থও সম্পূৰ্ণ নিৰাপদে থাকে৷ পোষ্ট অফিচত ১ বছৰৰ টিডিত ৬.৯ শতাংশ, ২ বছৰৰ টি ডিত ৭.০শতাংশ, ৩ বছৰৰ টি ডিত ৭.১ শতাংশ আৰু ৫ বছৰৰ টি ডিত ৭.৫ শতাংশ সুদ প্ৰদান কৰে৷
১ লাখ টকা জমা কৰিলে ৪৪,৯৯৫ টকা নিৰ্দিষ্ট সুদ পোৱা যাব যদিহে ৫ বছৰৰ টি ডি স্কিম আপুনি লয়৷ আৰু ৫ বছৰৰ বাবে আপুনি ৰাখিব লাগিব ১ লাখ টকা৷ ম্যাদপূৰ্তিত আপুনি পাব ১, ৪৪, ৯৯৫ টকা৷ বৰ্তমান দেশৰ কোনো বেংকে ৫ বছৰৰ এফ ডি স্কিমত ৭.৫শতাংশ সুদ দিয়া নাই৷ এইক্ষেত্ৰত মনত ৰাখিব লাগিব যে পোষ্ট অফিচ টি ডি স্কিমৰ অধীনত সকলো বয়সৰ গ্ৰাহকে সমানে সুদ পায়৷ অন্যহাতে বেংকসমূহত প্ৰবীণ নাগৰিকে সাধাৰণ নাগৰিকৰ তুলনাত ০.৫০ শতাংশতকৈ বেছি সুদ পায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ
অপৰাধ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

September 2, 2026
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!
নিয়োগ

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

September 2, 2026
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু
বিনোদন

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

September 2, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
Next Post
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.