• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাকঘৰৰ অতিকে লাভজনক আঁচনি, অৱসৰৰ পিছত প্ৰতিমাহে পাব ২০ হাজাৰ টকা

ডাকঘৰৰ অতিকে লাভজনক আঁচনি, অৱসৰৰ পিছত প্ৰতিমাহে পাব ২০ হাজাৰ টকা

1 year ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

4 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

4 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

4 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

5 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

5 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

7 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

8 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

9 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

9 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডাকঘৰৰ অতিকে লাভজনক আঁচনি, অৱসৰৰ পিছত প্ৰতিমাহে পাব ২০ হাজাৰ টকা

editor by editor
April 10, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ডাকঘৰৰ অতিকে লাভজনক আঁচনি, অৱসৰৰ পিছত প্ৰতিমাহে পাব ২০ হাজাৰ টকা
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাকঘৰৰ অতিকে লাভজনক আঁচনি, অৱসৰৰ পিছত প্ৰতিমাহে পাব ২০ হাজাৰ টকা

যদি আপুনি এনে এখন আঁচনি বিচাৰিছে যিয়ে অৱসৰৰ পিছত প্ৰতিমাহে আপোনাক নিৰ্দিষ্ট আয় দিব, তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী হ’ব পাৰে। এই আঁচনিখন ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰতিমাহে ২০,৫০০ টকা পেঞ্চন লাভ কৰিব। এই আঁচনিখন বিশেষভাৱে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে প্ৰস্তুত কৰা হৈছে, যাতে তেওঁলোকে অৱসৰৰ পিছতো ধনৰ চিন্তা কৰিব নালাগে।

যদি আপুনি অৱসৰৰ পিছত এনে এটা বিকল্প বিচাৰে যিয়ে আপোনাক প্ৰতিমাহে এটা নিৰ্দিষ্ট আয় দিয়ে আৰু লগতে আপোনাক বিপদৰ পৰাও ৰক্ষা কৰে, তেন্তে ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি আপোনাৰ বাবে এক উত্তম বিকল্প। কিন্তু বিনিয়োগ কৰাৰ আগতে ইয়াৰ লগত জড়িত চৰ্ত আৰু নিয়মবোৰ পঢ়িব লাগিব।

এই আঁচনিখনত সৰ্বাধিক ৩০ লাখ টকা বিনিয়োগ কৰিলে বছৰি প্ৰায় ২ লাখ ৪৬ হাজাৰ টকাৰ সুত পাব। অৰ্থাৎ প্ৰতিমাহে আপোনাৰ বেংক একাউণ্টত ২০,৫০০ টকা জমা হ’ব। এই আঁচনিৰ সুতৰ হাৰ ৮.২ শতাংশ, যিটো যিকোনো চৰকাৰী আঁচনিৰ ভিতৰত সৰ্বাধিক হাৰ।

পূৰ্বে এই আঁচনিখনত বিনিয়োগৰ সীমা ১৫ লাখ টকা আছিল যদিও এতিয়া ৩০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। এই আঁচনিখনত এবাৰতে বিনিয়োগ কৰিব লাগিব আৰু প্ৰতি ত্ৰিমাসিকতে আপোনাৰ একাউণ্টত সুত জমা কৰা হয়। ইচ্ছা কৰিলে মাহেকীয়া খৰচ হিচাপেও ব্যৱহাৰ কৰিব পাৰে।

ইয়াত বিনিয়োগ কৰিবলৈ আপুনি ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ হ’ব লাগে আৰু আপুনি এজন ভাৰতীয় নাগৰিক হ’ব লাগে। ৫৫ৰ পৰা ৬০ বছৰৰ ভিতৰৰ সেইসকল লোকে অৱসৰ গ্ৰহণ কৰিছে। এই একাউণ্টটো আপুনি ডাকঘৰ বা বেংকত গৈ খুলিব পাৰে।

এই আঁচনিখনত পোৱা সুতৰ আয়ৰ ওপৰত কৰ দিব লাগিব। অৱশ্যে এই বিনিয়োগৰ ধনৰাশি ধাৰা ৮০চিৰ অধীনত ১.৫ লাখ টকা পৰ্যন্ত কৰ ৰেহাইৰ যোগ্য।

এই আঁচনিৰ সময়সীমা ৫ বছৰ পৰ্যন্ত। ৫ বছৰৰ পিছত আৰু ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰিব। ইয়াত সময়ৰ আগতেই টকা উলিয়াব পাৰি, কিন্তু ইয়াৰ বাবে জৰিমনা থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Money DepositPost Office
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

September 17, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!
জীৱনশৈলী

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

September 17, 2026
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!
বাণিজ্য

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

September 17, 2026
Next Post
কুম্ভ ৰাশিত ট্ৰেন্সজিটৰ বাবে ২৩ এপ্ৰিলৰ পূৰ্বে চন্দ্ৰই ৩ ৰাশিৰ ওপৰত কৰিব সুখৰ বৰষুণ

কুম্ভ ৰাশিত ট্ৰেন্সজিটৰ বাবে ২৩ এপ্ৰিলৰ পূৰ্বে চন্দ্ৰই ৩ ৰাশিৰ ওপৰত কৰিব সুখৰ বৰষুণ

২০২৮ অলিম্পিকত এইবাৰ ক্ৰিকেট, মুঠ কেইটা দলে কৰিব অংশগ্ৰহণ, ভাৰত থাকিবনে ?

২০২৮ অলিম্পিকত এইবাৰ ক্ৰিকেট, মুঠ কেইটা দলে কৰিব অংশগ্ৰহণ, ভাৰত থাকিবনে ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.