প’ষ্টাৰ লগালে, দলে পাত্তা নিদিলে। শান্তনু ভৰালী, জয়ন্ত দাস, মৃগাংক বর্মনৰ বেদনা। শ্ৰীমন্ত শংকৰদেৱ পথ ভৰাই প’ষ্টাৰ লগায়ো নাপালে টিকট। কান্দি-কাটি হিয়ালি-জিয়ালি নপতা ফুকন।