৩ মাহত ৩টা দল। ৰাজনীতিকৰ চমক। মেক্ আপ লৈ বহি বহি আমনি লাগিছে অভিনেত্ৰী জেৰিফা ৱাহিদৰ, টিকট নিদিয়েহে নিদিয়ে। মাহেকে-পষেকে সলাই পেলাইছে দল।