জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া কোনো গ্ৰহই নিজৰ স্থান পৰিবৰ্তন কৰে, তেতিয়াই বিশেষ যোগ গঠিত হয়। ৯ আগষ্টৰ পৰা শনি আৰু মঙলৰ প্ৰভাৱত গঠিত হব প্ৰতিযুতি দৃষ্টি যোগ। জ্যোতিষ গণনাই কৈছে যে এই যোগৰ অত্যন্ত শক্তিশালী প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰিব। যেতিয়া দুটা গ্ৰহই এটাই আনটোৰ পৰা ১৮০ ডিগ্ৰী কোণত অৱস্থান কৰে তেতিয়াই প্ৰতিযুতি দৃষ্টি যোগ গঠিত হয়। শনি আৰু মঙলৰ প্ৰতিযুতি দৃষ্টি যোগৰ প্ৰভাৱত আগষ্ট মাহৰ আৰম্ভণিৰে পৰাই সৌভাগ্য চমকি উঠিব ৫ ৰাশিৰ জাতকৰ। আৰ্থিকভাৱে উন্নতি কৰাৰ সুযোগ পাব এওঁলোকে। জানি থওক শনি মঙলৰ প্ৰতিযুঁটি দৃষ্টি যোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ জাতক কোটিপতি হব?
বৃষ ৰাশি
প্ৰতিযুতি দৃষ্টি যোগ লাভজনক হব বৃষ ৰাশিৰ জাতকৰ বাবে। এই ৰাশিৰ জাতকে প্ৰচুৰ ধন সম্পত্তি লাভ কৰিব। চাকৰিত উন্নতি আৰু সম্পত্তি প্ৰাপ্তিৰ সম্ভাৱনা আছে। ৯ আগষ্টৰ পাছত প্ৰমোছনৰ চিঠি হাতত পৰিব পাৰে বৃষ ৰাশিৰ জাতকৰ। ব্যৱসায়ীয়ে প্ৰচুৰ মুনাফা লাভ কৰাৰ সুযোগ পাব। দাম্পত্য় জীৱন ভালকৈ চলিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















