• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগষ্টতেই শক্তিশালী শনি-মঙল যোগ, কোটিপতি হোৱাৰ সুযোগ আহিছে ৫ৰাশিৰ সন্মুখত

আগষ্টতেই শক্তিশালী শনি-মঙল যোগ, কোটিপতি হোৱাৰ সুযোগ আহিছে ৫ৰাশিৰ সন্মুখত

1 year ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

7 minutes ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

1 hour ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

3 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

4 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

6 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

6 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

6 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

7 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

8 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগষ্টতেই শক্তিশালী শনি-মঙল যোগ, কোটিপতি হোৱাৰ সুযোগ আহিছে ৫ৰাশিৰ সন্মুখত

আগষ্টতেই শক্তিশালী শনি-মঙল যোগ, কোটিপতি হোৱাৰ সুযোগ আহিছে ৫ৰাশিৰ সন্মুখত

editor by editor
August 2, 2025
in জীৱনশৈলী, লেখা
0
আগষ্টতেই শক্তিশালী শনি-মঙল যোগ, কোটিপতি হোৱাৰ সুযোগ আহিছে ৫ৰাশিৰ সন্মুখত
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া কোনো গ্ৰহই নিজৰ স্থান পৰিবৰ্তন কৰে, তেতিয়াই বিশেষ যোগ গঠিত হয়। ৯ আগষ্টৰ পৰা শনি আৰু মঙলৰ প্ৰভাৱত গঠিত হব প্ৰতিযুতি দৃষ্টি যোগ। জ্যোতিষ গণনাই কৈছে যে এই যোগৰ অত্যন্ত শক্তিশালী প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰিব। যেতিয়া দুটা গ্ৰহই এটাই আনটোৰ পৰা ১৮০ ডিগ্ৰী কোণত অৱস্থান কৰে তেতিয়াই প্ৰতিযুতি দৃষ্টি যোগ গঠিত হয়। শনি আৰু মঙলৰ প্ৰতিযুতি দৃষ্টি যোগৰ প্ৰভাৱত আগষ্ট মাহৰ আৰম্ভণিৰে পৰাই সৌভাগ্য চমকি উঠিব ৫ ৰাশিৰ জাতকৰ। আৰ্থিকভাৱে উন্নতি কৰাৰ সুযোগ পাব এওঁলোকে। জানি থওক শনি মঙলৰ প্ৰতিযুঁটি দৃষ্টি যোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ জাতক কোটিপতি হব?

বৃষ ৰাশি

প্ৰতিযুতি দৃষ্টি যোগ লাভজনক হব বৃষ ৰাশিৰ জাতকৰ বাবে। এই ৰাশিৰ জাতকে প্ৰচুৰ ধন সম্পত্তি লাভ কৰিব। চাকৰিত উন্নতি আৰু সম্পত্তি প্ৰাপ্তিৰ সম্ভাৱনা আছে। ৯ আগষ্টৰ পাছত প্ৰমোছনৰ চিঠি হাতত পৰিব পাৰে বৃষ ৰাশিৰ জাতকৰ। ব্যৱসায়ীয়ে প্ৰচুৰ মুনাফা লাভ কৰাৰ সুযোগ পাব। দাম্পত্য় জীৱন ভালকৈ চলিব।

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে প্ৰতিযুতি দৃষ্টি যোগৰ প্ৰভাৱ অত্যন্ত শুভ হব। এই সময়ত প্ৰচুৰ সম্পদ আৰু সমৃদ্ধি লাভ কৰিব এই ৰাশিৰ জাতকে। পুৰণি ৰৈ থকা কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থ উপাৰ্জন কেইবাগুণো বৃদ্ধি পাব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব।

তুলা ৰাশি

চাকৰিত উন্নতি কৰাৰ এটাৰ পাছত আনটো সুযোগ পাব তুলা ৰাশিৰ জাতকে। প্ৰতিযুটি দৃষ্টি যোগৰ প্ৰভাৱত ৯ আগষ্টত উন্নতিৰ নতুন দুৱাৰ খুলিব এওঁলোকৰ সন্মুখত। ব্যৱসায়ত লাভ বাঢ়িব আৰু ব্যৱসায় বঢ়োৱাৰ সুযোগ পাব। দৰকাৰী বিষয়ত পিতৃৰ সমৰ্থন পাব।মন আনন্দেৰে ভৰপুৰ থাকিব। দাম্পত্য় জীৱনত সুখ থাকিব।

মকৰ ৰাশি

শনি মঙলৰ প্ৰতিযুতি দৃষ্টি যোগত সোনৰ দৰে ভাগ্য চমকিব মকৰ ৰাশিৰ জাতকৰ। এই সময়ত এক ধাক্কাত আপোনাৰ দৰমহা বৃদ্ধি পাব। কেৰিয়াৰত চকুত লগা উন্নতি কৰিব পাৰিব। সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ মজবুত হব। অতিৰিক্ত অৰ্থ আপোনাৰ হাতলৈ আহিব পাৰে।

মীন ৰাশি

প্ৰতিযুতি দৃষ্টি যোগত ৯ আগষ্টৰ পৰা সময় অত্যন্ত কাৰ্যকৰী আৰু লাভজনক হব মীন ৰাশিৰ জাতকৰ বাবে। এই সময়ত শক্তিশালী যোগৰ প্ৰভাৱত চাকৰিত উন্নতি কৰিব পাৰিব এই ৰাশিৰ জাতকে। ব্যৱসায়ত হঠাৎ প্ৰচুৰ আৰ্থিক লাভ কৰিব পাৰে। স্বাস্থ্য ভালে থাকিব আৰু পুৰণি অসুখৰ পৰা মুক্তি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!
বিশ্ব

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

September 10, 2026
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

September 10, 2026
Next Post
মাত্ৰ ২৪ ঘণ্টা, সূৰ্যৰ কৃপাত ফুলিব এই ৪ৰাশিৰ কঁপাল, কাৰ কাৰ খুলিব অৰ্থভাগ্যৰ দুৱাৰ?

মাত্ৰ ২৪ ঘণ্টা, সূৰ্যৰ কৃপাত ফুলিব এই ৪ৰাশিৰ কঁপাল, কাৰ কাৰ খুলিব অৰ্থভাগ্যৰ দুৱাৰ?

অতিৰিক্ত চুলি সৰিছে? সাৱধান হওক, শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ ঘাটিতেই হ’ব পাৰে এই সমস্যা

অতিৰিক্ত চুলি সৰিছে? সাৱধান হওক, শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ ঘাটিতেই হ’ব পাৰে এই সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.