• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানুহ হিচাপে এই সন্মানৰ যোগ্য নহয়, এই সন্মান মোৰ নীতি আৰু আদৰ্শক দিয়া সন্মান, ঘৰলৈ গৈ ৰাষ্ট্ৰপতিয়ে আদৱানীক দিলে ভাৰতৰত্ন সন্মান

মানুহ হিচাপে এই সন্মানৰ যোগ্য নহয়, এই সন্মান মোৰ নীতি আৰু আদৰ্শক দিয়া সন্মান, ঘৰলৈ গৈ ৰাষ্ট্ৰপতিয়ে আদৱানীক দিলে ভাৰতৰত্ন সন্মান

2 years ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

3 minutes ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

16 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

17 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

17 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

18 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

19 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

20 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

20 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

21 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

21 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

22 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মানুহ হিচাপে এই সন্মানৰ যোগ্য নহয়, এই সন্মান মোৰ নীতি আৰু আদৰ্শক দিয়া সন্মান, ঘৰলৈ গৈ ৰাষ্ট্ৰপতিয়ে আদৱানীক দিলে ভাৰতৰত্ন সন্মান

editor by editor
March 31, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
মানুহ হিচাপে এই সন্মানৰ যোগ্য নহয়, এই সন্মান মোৰ নীতি আৰু আদৰ্শক দিয়া সন্মান, ঘৰলৈ গৈ ৰাষ্ট্ৰপতিয়ে আদৱানীক দিলে ভাৰতৰত্ন সন্মান
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লালকৃষ্ণ আদৱানী যিয়ে দেশৰ সৰ্বোচ্চ নাগৰিক সন্মান ভাৰতৰত্ন লাভ কৰাৰ কথা টুইটযোগে ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে সেই সন্মান আদৱানীৰ হাতত তুলি দিবলৈ আদৱানীৰ ঘৰত উপস্থিত হয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। ৰাষ্ট্ৰপতি মুৰ্মূৱে তেওঁৰ হাতত তুলি দিয়ে সৰ্বোচ্চ সন্মান। প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ ওপৰিও এই সন্মান প্ৰদান অনুষ্ঠানত আদৱানীৰ বাসগৃহত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰাক্তন উপৰাষ্ট্ৰপতি ভেংকায়া নায়ডু। অসুস্থতাৰ কাৰণে আদৱানীয়ে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত সন্মান প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল।

আদৱানীক ভাৰতৰত্ন সন্মান তুলি দিয়াৰ খবৰ এক্স হেণ্ডেলত প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি মুৰ্মূৱে। ৰাষ্ট্ৰপতিয়ে এই ছবি প্ৰকাশ কৰি লিখিছে, ‘আদৱানীজিয়ে দীৰ্ঘ ৭দশক ধৰি নিষ্ঠা আৰু দৃঢ়তাৰে দেশসেৱা কৰিছে। ১৯২৭ চনত কৰাচীত জন্মগ্ৰহণ কৰিছিল আদৱানীয়ে। ১৯৮৭ চনত দেশ ভাগ হোৱাৰ সময়ত তেওঁ ভাৰতলৈ আহে। ভাৰতীয় সমাজ আৰু ৰাজনৈতিক পটপৰিবৰ্তনত তেওঁৰ ভূমিকা অপৰিসীম। সংসদীয় ৰাজনীতিতো তেওঁৰ পাণ্ডিত্যই ভাৰতীয় সংসদক সমৃদ্ধ কৰিছে।’

উল্লেখ্য যে , তিনি দশক পূৰ্বে দেশৰ ৰামমন্দিৰ আন্দোলনৰ সময়ত সংঘ পৰিয়ালৰ প্ৰধান মুখ আছিল আদৱানী। ৰামৰথ যাত্ৰাৰ জোৰতেই হিন্দী বলয়ত বিজেপিৰ উত্থানো হৈছিল। দেশত প্ৰথম ৰামৰথ আদৱানীয়েই ঘূৰাইছিল। ভাৰতৰত্ন সন্মানেৰে ভূষিত হৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে আদৱানীয়ে। তেওঁ কয়, ‘অত্যন্ত কৃতজ্ঞতাৰ সৈতে মই ভাৰতৰত্ন গ্ৰহণ কৰিছো। ব্যক্তিগতভাৱে মানুহ হিচাপে এই সন্মান পাবলৈ মোৰ যোগ্যতা নাই। এই সন্মান মোৰ নীতি আৰু আদৰ্শক দিয়া সন্মান। মই মোৰ সমগ্ৰ জীৱনকাল আদৰ্শ মানি চলাৰেই চেষ্টা কৰিছো।’ ৰাজনৈতিক মতপাৰ্থক্য দূৰলৈ ঠেলি কংগ্ৰেছেও আদৱানীক এই সন্মান জনোৱা বিষয়টোক স্বাগত জনাইছে।

উল্লেখ্য যে ১৯৮৬ৰ পৰা ১৯৯০, ১৯৯৩ৰ পৰা ১৯৯৮ আৰু ২০০৪ৰ পৰা ২০০৫লৈকে তিনি দফাত তেওঁ বিজেপিৰ সৰ্বভাৰতীয় সভাপতি আছিল। অটল বিহাৰী বাজপেয়ীৰ আমোলত তেওঁ উপপ্ৰধানমন্ত্ৰীও হৈছিল। সেই চৰকাৰৰ সময়তেই তেওঁ কয়লামন্ত্ৰীও আছিল। ১৯৯৮ৰ পৰা ২০০৪ চন পৰ্যন্ত দেশৰ গৃহমন্ত্ৰীৰ দায়িত্বতো আছিল বিজেপিৰ এইগৰাকী প্ৰবীণ নেতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
Next Post
কমিছে যোগান, বিশ্বক চমক দি বালিৰ বিকল্পৰ সন্ধান উলিয়ালে ভাৰতৰ এদল বিজ্ঞানীয়ে

কমিছে যোগান, বিশ্বক চমক দি বালিৰ বিকল্পৰ সন্ধান উলিয়ালে ভাৰতৰ এদল বিজ্ঞানীয়ে

মাহৰ প্ৰথম দিনাই ৰবিযোগ, মহাদেৱৰ আশীৰ্বাদত কাইলৈ সৌভাগ্যৰ তুংগত থাকিব ৫ৰাশিৰ জাতক

মাহৰ প্ৰথম দিনাই ৰবিযোগ, মহাদেৱৰ আশীৰ্বাদত কাইলৈ সৌভাগ্যৰ তুংগত থাকিব ৫ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.