• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভুলৰ পৰাই শিক্ষা লওক! প্ৰিয়ংকা চোপ্ৰাৰ জীৱনশৈলীৰ পৰা এই পাঁচটা কথা শিকিলে আপুনিও হ’ব সফল

ভুলৰ পৰাই শিক্ষা লওক! প্ৰিয়ংকা চোপ্ৰাৰ জীৱনশৈলীৰ পৰা এই পাঁচটা কথা শিকিলে আপুনিও হ’ব সফল

4 years ago
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

5 minutes ago
নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

21 minutes ago
ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

47 minutes ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

1 hour ago
১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

2 hours ago
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

2 hours ago
কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

3 hours ago
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

17 hours ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

17 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

18 hours ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

18 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ভুলৰ পৰাই শিক্ষা লওক! প্ৰিয়ংকা চোপ্ৰাৰ জীৱনশৈলীৰ পৰা এই পাঁচটা কথা শিকিলে আপুনিও হ’ব সফল

editor by editor
November 3, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত
0
ভুলৰ পৰাই শিক্ষা লওক! প্ৰিয়ংকা চোপ্ৰাৰ জীৱনশৈলীৰ পৰা এই পাঁচটা কথা শিকিলে আপুনিও হ’ব সফল
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩ বছৰৰ অন্তত ভাৰতলৈ উভটিছে দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা। প্ৰিয়ংকাই দেশৰ মাটিত ভৰি থোৱাৰ লগে লগেই সকলোতে এতিয়া প্ৰিয়ংকাৰেই চৰ্চা। প্ৰিয়ংকাই দেশত ভৰি থৈয়েই হাঁহি হাঁহি সংবাদ মাধ্যমক অভিবাদন জনোৱাৰ দৃশ্যইয়ো দৃষ্টি কাঢ়িছে বহুতৰেই। কিন্তু কন্যা মালতী আৰু স্বামী নিকক এৰি অকলেই কিয় আহিছে প্ৰিয়ংকা সেই কথাৰো চলিছে আলোচনা। অৱশ্যে যিয়েই নহওক কিয় প্ৰিয়ংকা এতিয়া গ্লৱেল আৰ্টিষ্ট। বলীউডৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা প্ৰিয়ংকা চোপ্ৰাই কেনেকৈ হলীউড যাত্ৰা আৰম্ভ কৰিলে? প্ৰিয়ংকাৰ সফলতাৰ মূলমন্ত্ৰ কি কি এই বিষয়সমূহ জানিবলৈ বহুতেই আগ্ৰহ প্ৰকাশ কৰে।

প্ৰিয়ংকাৰ সফলতাৰ আঁৰত আছে এই বিশেষ ৫টা কাৰণ। প্ৰিয়ংকাৰ জীৱনৰ এই পাঁচটা দিশে বহুতকেই অনুপ্ৰেৰণা দিয়ে। প্ৰিয়ংকাই এতিয়া হলীউডত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। সফলতা লাভ কৰিলেই প্ৰিয়ংকাই কাহানিও পাহৰা নাই ভাৰতীয় সংস্কৃতি। নিজকে কাহানিও উচ্চতাত বান্ধি ৰাখিব খোজা নাই প্ৰিয়ংকাই। সাহসো অন্য এক প্ৰধান কথা প্ৰিয়ংকাৰ। প্ৰিয়ংকাই প্ৰতি খোজেই দৃঢ়তাৰে দিছে। যদি প্ৰিয়ংকাই সাহস কৰি মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰিলে হেতেন তেন্তে প্ৰিয়ংকাৰ জীৱন আজি ইমান মসৃণ নহ’লহেতেন।

এখোজ আগুৱাবলৈ কেতিয়াবা দুখোজ পিছুৱাবও লাগে। এই নীতিক সদায়ে অনুসৰণ কৰে প্ৰিয়ংকাই। বলীউডৰ সাফল্য পায়েই সেয়ে ৰৈ যোৱা নাছিল প্ৰিয়ংকা। বলীউডৰ জনপ্ৰিয় নায়িকা হোৱাৰ পাছতো হলীউডৰ সৰু সৰু গানৰ ভিডিঅ’ত প্ৰিয়ংকাই অভিনয় কৰিছিল। কেৱল প্ৰফেচনেল জীৱনতেই নহয় ব্যক্তিগত জীৱনটো বহুসময়ত এখোজ উধাবৰ বাবেই দুখোজ পিছুৱাইছে প্ৰিয়ংকা।

কেৰিয়াৰৰ ভৰপক সময়তো জীৱনৰ অন্য এক জটিল সিদ্ধান্ত লৈছে প্ৰিয়ংকাই। সেয়া হৈছে মাতৃ হোৱাৰ পৰিকল্পনা। মাতৃত্ব মানেই কামৰ পৰা বিৰতি লোৱা নুবুজাই , কেৰিয়াৰৰ সৈতে কম্প্ৰমাইজ নহয় সেই বাৰ্তাও প্ৰেৰণ কৰিছে প্ৰিয়ংকাই। চেৰগেছিৰ জৰিয়তে মাতৃ হোৱা প্ৰিয়ংকাই সন্তানক মাতৃত্বৰ উমেৰে ডাঙৰ কৰাত কৃপনালী কৰা নাই বুলি প্ৰায়সমূহ ছবিয়েই প্ৰমান কৰে।

জীৱনৰ ভুলবোৰৰ পৰাই শিক্ষা ল’ব লাগে বুলি প্ৰিয়ংকাই বহু ইণ্টাৰভিউত নিজেই প্ৰকাশ কৰি আহিছে। সকলো মানুহৰেই জীৱনত ভুল হয়েই। প্ৰিয়ংকাইয়ো তেনে বহু ভুল কৰিছে আৰু সেই ভুলবোৰকেই শিক্ষা হিচাপে লৈ আগবাঢ়িছে প্ৰিয়ংকা। সম্পৰ্কতো ভুল সংগী বাছনি কৰাৰ পৰা ছবিও ভুল বাছনি কৰি কেৰিয়াৰত প্ৰভাৱো পৰিছে। কিন্তু একেটাই ভুল প্ৰিয়ংকাই কাহানিও দ্বিতীয়বাৰ কৰা নাই, যাৰ বাবে আজি উচ্চতাৰ শিখৰ চুমিবলৈ সক্ষম হৈছে প্ৰিয়ংকা চোপ্ৰাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?
জীৱনশৈলী

নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

May 28, 2026
ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান
জীৱনশৈলী

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

May 28, 2026
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে
জীৱনশৈলী

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

May 28, 2026
Next Post
মোদীৰ ৰাজ্য গুজৰাটত দুই দফীয়া নিৰ্বাচন! মোদী-শ্বাহক টক্কৰ দিবলৈ সাজু কোনটো ৰাজনৈতিক দল?

মোদীৰ ৰাজ্য গুজৰাটত দুই দফীয়া নিৰ্বাচন! মোদী-শ্বাহক টক্কৰ দিবলৈ সাজু কোনটো ৰাজনৈতিক দল?

বিস্ময়কৰ! সাপে খুটাৰ পাছত শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে মৃত্যু হ’ল সাপটোৰহে, কি হৈছিল প্ৰকৃততে?

বিস্ময়কৰ! সাপে খুটাৰ পাছত শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে মৃত্যু হ’ল সাপটোৰহে, কি হৈছিল প্ৰকৃততে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.