• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে প্ৰিয়ংকা গান্ধী! কি কৈছে জ্যোতিষীয়ে?

2 years ago
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

1 hour ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

2 hours ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

3 hours ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

4 hours ago
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

5 hours ago
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

6 hours ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে প্ৰিয়ংকা গান্ধী! কি কৈছে জ্যোতিষীয়ে?

দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে প্ৰিয়ংকা গান্ধী! কি কৈছে জ্যোতিষীয়ে?

editor by editor
November 2, 2024
in ভাৰত, ৰাজনীতি
0
দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে প্ৰিয়ংকা গান্ধী! কি কৈছে জ্যোতিষীয়ে?
0
SHARES
372
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৱায়নাডৰ পৰা লোকসভাৰ উপনিৰ্বাচনত জয়লাভ কৰিব বৰ্তমান সাংসদ পদত আছে প্ৰিয়ংকা গান্ধী৷ ২০২৯ চন পৰ্যন্ত সংসদৰ সদস্য থাকিব প্ৰিয়ংকা৷ কিন্তু তাৰ পাছৰ বছৰ অৰ্থাৎ ২০৩০ চনত বৃহৎ পৰিবৰ্তন আহিব পাৰে প্ৰিয়ংকাৰ জীৱনত৷ ২০৩০চনত ৫৮ বছৰ বয়স হ’ব প্ৰিয়ংকা গান্ধীৰ৷ ৫৮ বছৰ বয়সৰ পৰা ৭৮ বছৰ বয়স পৰ্যন্ত অৰ্থাৎ ২০৫০ বছৰ পৰ্যন্ত তেওঁৰ ৰাজনৈতিক জীৱন অত্যন্ত শক্তিশালী হ’ব৷ দেশৰ কেইবাগৰাকীও বিখ্যাত জ্যোতিষীয়ে কৰিছে এই ভৱিষ্যদ্বাণী৷

জ্যোতিষী ইউন্নিকৃষ্ণ পনিকাৰে জনাইছে যে, ২০৩০ চনৰ পৰা প্ৰিয়ংকা গান্ধীৰ জন্মছকত শুক্ৰ মহাদশা গুৰুত্বপূৰ্ণ হৈ উঠিব৷ য’ত শুক্ৰ শক্তিশালীভাৱে অৱস্থান কৰিছে৷ পৰিকল্পনা অনুসৰি সকলো ঠিকেঠাকে চলিলে এই সময়ৰ ভিতৰতেই তেওঁ দেশৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হ’ব৷ জ্যোতিষীয়ে লগতে জনাইছে যে প্ৰিয়ংকা গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা ২০৩০ ৰ পৰা ২০৫০ চনৰ ভিতৰত আছে৷ আৰু এগৰাকী জ্যোতিষী চিত্ৰভানু কে পনডুলে কয়, ‘প্ৰিয়ংকাৰ গ্ৰহৰ অৱস্থান মাৰ্চ ২০২৫ পৰ্যন্ত কিছু চেলেঞ্জাৰ ইংগিত দিছে৷

প্ৰিয়ংকাৰ জন্মপত্ৰ অনুসৰি তেওঁৰ উচ্চপদ পোৱাৰ সম্ভাৱনা ৰাহুল গান্ধীতকৈ বেছি৷ জ্যোতিষী পানডুলৰ বক্তব্য, ‘প্ৰিয়ংকা প্ৰধানমন্ত্ৰী নহ’ব৷ ২০৩১ৰ পৰা ২০৩৩ চনৰ ভিতৰত গুৰুত্বপূৰ্ণ পদ পালেও তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা নাই৷ মুম্বাইৰ এগৰাকী শীৰ্ষ জ্যোতিষী সুন্দীপ কোচাৰৰ দাবী যে প্ৰিয়ংকাৰ ব্যক্তিত্বৰ বৈশিষ্ঠ্যৰ সৈতে বহু মিল আছে ইন্দিৰা গান্ধীৰ৷ ৰাহুল গান্ধীৰ ইচ্ছাৰ পৰা প্ৰধানমন্ত্ৰী হ’ব পাৰে প্ৰিয়ংকা গান্ধী৷ তেওঁৰ ব্যক্তিত্বৰ মাজত উচ্চ পদ পোৱাৰ সম্ভাৱনা আছে৷ আমি তেওঁৰ সাফল্যৰ বাবে প্ৰাৰ্থনা কৰিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?
বিবিধ

June 1, 2026
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?
ক্ৰীড়া

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

June 1, 2026
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট
জীৱনশৈলী

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

June 1, 2026
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?
ক্ৰীড়া

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

June 1, 2026
Next Post
নৱেম্বৰত বুধাদিত্য ৰাজযোগ, টেৰোকাৰ্ড গণনামতে ভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

অনুৰাগীৰ পৰা দূৰে দূৰে শ্বাহৰুখ! ৫৯তম জন্মদিনত কিয় ছাদৰ পৰা দেখা নিদিলে শ্বাহৰুখে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন