• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৱায়নাদৰ পৰা অভিষেক ঘটাবলৈ সাজু প্ৰিয়ংকা গান্ধী, উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি

ৱায়নাদৰ পৰা অভিষেক ঘটাবলৈ সাজু প্ৰিয়ংকা গান্ধী, উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি

2 years ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

15 minutes ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

1 hour ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

3 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

3 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

4 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

5 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

6 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

6 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

7 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

8 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৱায়নাদৰ পৰা অভিষেক ঘটাবলৈ সাজু প্ৰিয়ংকা গান্ধী, উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি

editor by editor
October 16, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
ৱায়নাদৰ পৰা অভিষেক ঘটাবলৈ সাজু প্ৰিয়ংকা গান্ধী, উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি
0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৱায়নাদৰ পৰা অভিষেক ঘটাবলৈ সাজু প্ৰিয়ংকা গান্ধী, উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি

কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৱায়ানাদ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনী পৰ্যায়ত অভিষেক ঘটাবলৈ সাজু হৈছে। ১৩ নৱেম্বৰৰ উপ-নিৰ্বাচনৰ বাবে দলটোৱে প্ৰিয়ংকাক থিয় কৰাইছে।

প্ৰিয়ংকা গান্ধীক কংগ্ৰেছ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে ২০২৪ চনৰ ১৫ অক্টোবৰত ৱায়ানাদত দলীয় কৰ্মীসকলে তেওঁৰ পোষ্টাৰ লগাবলৈ আৰম্ভ কৰে। পোষ্টাৰবোৰত “ৱায়ানাদিনে প্ৰিয়ংকাৰী” (ৱায়ানাদৰ প্ৰিয়জন) শুভেচ্ছা লিখা থাকে।

লোকসভাৰ সাধাৰণ নিৰ্বাচনত কেৰালাৰ ৱায়নাদ আৰু উত্তৰ প্ৰদেশৰ বৰেলীত প্ৰতিদ্বন্দ্বিতা কৰি দুয়োখন আসনতে জয় লাভ কৰা ভাতৃ ৰাহুল গান্ধীৰ হৈ ব্যাপক প্ৰচাৰ চলাইছিল প্ৰিয়ংকা গান্ধীয়ে ৷

পাছত নিয়ম অনুসাৰে কেৱল এখন আসনৰ পৰাহে সাংসদ হিচাপে থাকিব পাৰে এজন লোক, যাৰ বাবে ৱায়নাদ সমষ্টি এৰি বৰেলীৰ পৰা সাংসদ হৈছিল ৰাহুল গান্ধী। সেয়ে খালী হৈ পৰে বায়নাদ সমষ্টি। ৰাহুল গান্ধীয়ে বাৰেলীক ধৰি ৰখাৰ সিদ্ধান্ত লয়, যাৰ বাবে ৱায়ানাডত উপ-নিৰ্বাচনৰ প্ৰয়োজন আহি পৰে।

মঙলবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰে যে ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। নিৰ্বাচনৰ তাৰিখ সদৰিৰ পাছতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কেৰালাৰ পৰা লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে প্ৰিয়ংকা গান্ধী ভাদ্ৰাক দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়।

২০২৬ চনৰ কেৰালা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফৰ বাবে প্ৰিয়ংকা গান্ধীৰ ৱায়ানাড বাইপ’লত প্ৰৱেশ হয়তো গেমচেঞ্জাৰ হ’ব পাৰে। কিছুদিনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগ্ৰহী প্ৰিয়ংকা গান্ধীৰ এয়া হ’ব নিৰ্বাচনী অভিষেক।

আনহাতে কংগ্ৰেছে আগন্তুক উপ-নিৰ্বাচনৰ বাবে পলাক্কাডৰ পৰা ৰাহুল মামকূটাথিল আৰু চেলাক্কাৰ বিধানসভা সমষ্টিৰ পৰা ৰম্য হৰিদাসক প্ৰক্ষেপ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: by electionCongressCongress Candidatekeralapriyanka gandhiPriyanka Gandhi Badrawainad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

July 25, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

July 25, 2026
Next Post
বক্ৰতুণ্ড চতুৰ্থীত মহাসংযোগ, পাৰ্ৱতী-গণেশৰ মহামিলনে কেৰিয়াৰ-ব্যৱসায়-চাকৰিত উন্নতি কৰিব ৩ ৰাশিৰ

বক্ৰতুণ্ড চতুৰ্থীত মহাসংযোগ, পাৰ্ৱতী-গণেশৰ মহামিলনে কেৰিয়াৰ-ব্যৱসায়-চাকৰিত উন্নতি কৰিব ৩ ৰাশিৰ

ইউৰিক এছিড বাঢ়িছে! এই ৫ ড্ৰাই ফ্ৰুইট নিয়মিত খালেই কমিব বিষ-যন্ত্ৰণা

ইউৰিক এছিড বাঢ়িছে! এই ৫ ড্ৰাই ফ্ৰুইট নিয়মিত খালেই কমিব বিষ-যন্ত্ৰণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.