• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোগী আৰু অখিলেশক তীব্ৰ প্ৰত্যাহ্বান; উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব প্ৰিয়ংকা গান্ধী!

যোগী আৰু অখিলেশক তীব্ৰ প্ৰত্যাহ্বান; উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব প্ৰিয়ংকা গান্ধী!

4 years ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

11 hours ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

11 hours ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

12 hours ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

13 hours ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

13 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

14 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

15 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

16 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

17 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

17 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

19 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

যোগী আৰু অখিলেশক তীব্ৰ প্ৰত্যাহ্বান; উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব প্ৰিয়ংকা গান্ধী!

editor by editor
January 21, 2022
in অসম, ভাৰত, ৰাজনীতি
0
যোগী আৰু অখিলেশক তীব্ৰ প্ৰত্যাহ্বান; উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব প্ৰিয়ংকা গান্ধী!
0
SHARES
567
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্য চাৰি ৰাজ্যৰ লগতে উত্তৰ প্ৰদেশতো অহা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন৷ ৰাজনৈতিক বিশ্লেষকসকলে নিৰ্বাচনৰ মূল যুঁজখন বিজেপি আৰু সমাজবাদী পাৰ্টিৰ মাজতে আৱদ্ধ থাকিব বুলি ধাৰণা কৰিলেও কংগ্ৰেছ দলো পিছ পৰি থকা নাই৷ ৰাজ্যখনৰ নিৰ্বাচনী ৰণৰ বাবে বিজেপি, সামাজবাদী পাৰ্টিৰ লগতে কংগ্ৰেছ দলেও কঁকালত টঙালি বান্ধি সাজু হৈছে৷

প্ৰিয়ংকা গান্ধী বদ্ৰাৰ নেতৃত্বত উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা কংগ্ৰেছে দলটোৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে৷

ৰাজ্যখনৰ লক্ষ্ণৌত দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি এই ইংগিতকে প্ৰদান কৰিছে খোদ প্ৰিয়ংকা গান্ধী বদ্ৰাই৷ এই ইংগিতেৰে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে অখিলেশ সিং যাদৱকো তীব্ৰ প্ৰত্যাহ্বান জনালে প্ৰিয়ংকা গান্ধী বদ্ৰাই!

কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী বদ্ৰাই শুকুৰবাৰে সাংবাদিকক এই ইংগিত দি কয়, “আপোনালোকে উত্তৰ প্ৰদেশত কংগ্ৰেছ দলৰ আন কাৰোবাৰ মুখ দেখা পাইছে নেকি? ইয়াৰ সকলো ঠাইতে কেৱল মোকেই দেখিব।”

এই মন্তব্যৰ পিছতে প্ৰিয়ংকা গান্ধীয়ে নিজকে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰা বুলি চৰ্চা লাভ কৰিছে৷

উল্লেখ্য যে বিধানসভাৰ নিৰ্বাচনক লক্ষ্য কৰি বিগত দিনবোৰত প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশৰ গাঁৱে ভূঞে পৰিভ্ৰমণ কৰি আহিছে। ইফালে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধেও অতি সৰৱ হৈ আহিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই।

শুকুৰবাৰে লক্ষ্ণৌত প্ৰিয়ংকা গান্ধী বদ্ৰাৰ সৈতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভাৰ নিৰ্বাচন উপলক্ষ্যে নিৰ্বাচনী ইস্তাহাৰো প্ৰকাশ কৰে। নিৰ্বাচনী ইস্তাহাৰত ঘৃণাৰ উৰ্ধত নতুন উত্তৰ প্ৰদেশ গঢ়াৰ সংকল্পৰ কথা উল্লেখ কৰিছে কংগ্ৰেছ দলে৷

‘‘আমি ঘৃণা বিয়পাই নুফুৰো৷ আমি যুৱ প্ৰজন্মক ঐক্যৱদ্ধ কৰি নতুন উত্তৰ প্ৰদেশ গঢ়িবলৈ বিচাৰো৷” ইস্তাহাৰ মুকলি কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়৷

উল্লেখ্য যে ৪০৩খন আসন বিশিষ্ট উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #asomlive24akhilesh yadavassam live 24axom ive 24priyanka gandhirahul gandhiup electionyogi aditya nath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা
বিবিধ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

July 8, 2026
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক
জীৱনশৈলী

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

July 8, 2026
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
Next Post
কৰোনা কাল, কলপাতত ভাত খাওঁ আহক

কৰোনা কাল, কলপাতত ভাত খাওঁ আহক

উচ্চতম ন্যায়ালয়ৰ সন্মুখত অঘটন; আত্মজাহৰ চেষ্টা এজন লোকৰ

উচ্চতম ন্যায়ালয়ৰ সন্মুখত অঘটন; আত্মজাহৰ চেষ্টা এজন লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.