• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমতেই ঘূৰে ভু-মণ্ডল! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন যুৱক

প্ৰেমতেই ঘূৰে ভু-মণ্ডল! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন যুৱক

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

1 hour ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

2 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

3 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

4 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

5 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

5 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

6 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

6 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

7 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

7 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমতেই ঘূৰে ভু-মণ্ডল! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন যুৱক

editor by editor
January 17, 2024
in জীৱনশৈলী, ভাৰত
0
প্ৰেমতেই ঘূৰে ভু-মণ্ডল! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন যুৱক
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যুৱতীৰ দৰে সাজি-কাছি প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন যুৱক। এনে এক আজৱ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ ফৰিদকোটত। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত অংগৰেজ সিং নামৰ যুৱকজনে যুৱতীৰ দৰেই ছেলোৱাৰ-কামিজ পৰিধান কৰি আৰু মেক-আপ লগাই প্ৰেয়সী পৰমজিৎ কৌৰৰ হৈ বাবা ফৰিদ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত বহুমুখী স্বাস্থ্য কৰ্মী নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ৭ জানুৱাৰীত কোটকাপুৰাৰ ডি এ ভি পাব্লিক স্কুলত অনুষ্ঠিত হোৱা এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আনকি যুৱতীৰ সাজত ফটো সম্বলিত ভুৱা আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডো ব্যৱহাৰ কৰিছিল অংগৰেজ সিঙে।

কিন্তু পৰীক্ষা হলৰ বায়’মেট্ৰিক মেছিনত প্ৰকৃত প্ৰাৰ্থী অৰ্থাৎ প্ৰেয়সী পৰমজিৎ কৌৰৰ আঙুলিৰ ছাপৰ সৈতে যুৱকজনৰ আঙুলিৰ ছাপ মিল নোহোৱাত পোহৰলৈ আহে সমগ্ৰ কাণ্ড। এই ঘটনাৰ পিছতে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে বিশ্ববিদ্যালয় প্ৰশাসনে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিয়ে এগৰাকী আৰক্ষী বিষয়াই। আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে যুৱকজনে নিজকে যুৱতী সজাবলৈ অলপো ক্ৰুটি ৰখা নাছিল। যুৱতীৰ দৰেই সাজ-পোছাক পৰিধান কৰাৰ উপৰিও মেক-আপ আৰু কপালত ফোট লৈছিল অংগৰেজ সিঙেও।

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে বায়’মেট্ৰিক মেছিনৰ জৰিয়তে এই সমগ্ৰ কাণ্ড পোহৰলৈ নহা হ’লে অংগৰেজ সিং যে পৰমজিৎ কৌৰ নহয়, সেয়া অনুমান কৰাটো যথেষ্ট কঠিন হ’লহেঁতেন। ইফালে বাবা ফৰিদ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ৰাজীৱ ছুদে কয় যে এই নিযুক্তি পৰীক্ষাৰ প্ৰকৃত প্ৰাৰ্থী আছিল ফাজিলকাৰ বাসিন্দা পৰমজিৎ কৌৰ। কিন্তু প্ৰেয়সীক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ বাবেই প্ৰেমিক অংগৰেজ সিঙে এইদৰে যুৱতীৰ ভেশ লৈ পৰীক্ষা দিবলৈ আহিছিল। উল্লেখ্য যে, ৭ জানুৱাৰীত অনুষ্ঠিত হোৱা বহুমুখী স্বাস্থ্যকৰ্মীৰ ৮০৬টা খালী পদৰ নিযুক্তি পৰীক্ষাত প্ৰায় ৭,২০০ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
Next Post
ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিলে বিৰাট-অনুষ্কাইয়ো

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিলে বিৰাট-অনুষ্কাইয়ো

বিশ্বৰ য’তে ত’তেই যুদ্ধ! ইৰাক, ছিৰিয়াৰ পাছত এইবাৰ বেলুচিস্তানত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ

বিশ্বৰ য’তে ত’তেই যুদ্ধ! ইৰাক, ছিৰিয়াৰ পাছত এইবাৰ বেলুচিস্তানত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.