• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিলে বিৰাট-অনুষ্কাইয়ো

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিলে বিৰাট-অনুষ্কাইয়ো

2 years ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

1 hour ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

2 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

2 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

3 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

4 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

4 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

4 hours ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

5 hours ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

7 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

8 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিলে বিৰাট-অনুষ্কাইয়ো

editor by editor
January 17, 2024
in বিবিধ, ভাৰত, লেখা
0
ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিলে বিৰাট-অনুষ্কাইয়ো
0
SHARES
340
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনীৰ পাছত এইবাৰ বিৰাট কোহলী। ২২ জানুৱাৰীত অযোধ্যাৰ ৰামমন্দিৰ উদ্বোধন হ’ব। সেইদিনাই ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। দেশৰ বিভিন্ন ক্ষেত্ৰৰ তাৰকাই এই উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছে। এই আমন্ত্ৰিত অতিথিৰ তালিকাত এইবাৰ টীম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা। তাৰকা দম্পত্তিৰ হাতত আমন্ত্ৰণ পত্ৰ তুলি দিছে ৰাম মন্দিৰ ন্যাসে। হাতত আমন্ত্ৰণ পত্ৰ তুলি লোৱাৰ ছবি এতিয়া সামাজিকমাধ্যমত খুবেই ভাইৰেল।

শচীন তেণ্ডুলকাৰ, অমিতাভ বচ্চন, মুকেশ আম্বানীৰ পৰা কংগনা ৰানাউটলৈ। ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে আটাইকেইগৰাকী তাৰকাক। এই অনুষ্ঠানত ৰাজনৈতিক নেতা-নেত্ৰীৰ উপৰিও উপস্থিত থাকিব বিনোদন আৰু ক্ৰীড়া জগতৰ বহু লোক। বিগত ১৩ জানুৱাৰীত শচীনৰ ঘৰলৈ গৈ আমন্ত্ৰণ পত্ৰ দিছিল ৰাম মন্দিৰ ন্যাসৰ সদস্যই। তাৰপিছতেই ১৫ তাৰিখে আমন্ত্ৰণপত্ৰ লাভ কৰে ধোনীয়ে। এইবাৰ সেই তালিকা সংযুক্ত হৈছে বিৰাট আৰু অনুষ্কাও। এই অনুষ্ঠানতে মোদী, যোগীৰ দৰে ৰাজনৈতিক নেতা, সন্ন্যাসী, ভক্তইয়ো এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?
বিনোদন

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

June 24, 2026
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী
অপৰাধ

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

June 24, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?
প্ৰযুক্তি

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

June 24, 2026
Next Post
বিশ্বৰ য’তে ত’তেই যুদ্ধ! ইৰাক, ছিৰিয়াৰ পাছত এইবাৰ বেলুচিস্তানত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ

বিশ্বৰ য’তে ত’তেই যুদ্ধ! ইৰাক, ছিৰিয়াৰ পাছত এইবাৰ বেলুচিস্তানত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ

‘নৰেন্দ্ৰ মোদীয়ে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু আমি বহি হাতচাপৰি বজাম?’ ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানক কটাক্ষ কৰি আৰু কি ক’লে পুৰীৰ শংকৰাচাৰ্যই?

'নৰেন্দ্ৰ মোদীয়ে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু আমি বহি হাতচাপৰি বজাম?’ ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানক কটাক্ষ কৰি আৰু কি ক’লে পুৰীৰ শংকৰাচাৰ্যই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.