• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নৰেন্দ্ৰ মোদীয়ে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু আমি বহি হাতচাপৰি বজাম?’ ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানক কটাক্ষ কৰি আৰু কি ক’লে পুৰীৰ শংকৰাচাৰ্যই?

‘নৰেন্দ্ৰ মোদীয়ে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু আমি বহি হাতচাপৰি বজাম?’ ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানক কটাক্ষ কৰি আৰু কি ক’লে পুৰীৰ শংকৰাচাৰ্যই?

3 years ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

28 minutes ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

58 minutes ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

1 hour ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

2 hours ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

2 hours ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

3 hours ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

3 hours ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

5 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

5 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘নৰেন্দ্ৰ মোদীয়ে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু আমি বহি হাতচাপৰি বজাম?’ ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানক কটাক্ষ কৰি আৰু কি ক’লে পুৰীৰ শংকৰাচাৰ্যই?

editor by editor
January 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
‘নৰেন্দ্ৰ মোদীয়ে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু আমি বহি হাতচাপৰি বজাম?’ ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানক কটাক্ষ কৰি আৰু কি ক’লে পুৰীৰ শংকৰাচাৰ্যই?
0
SHARES
533
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মোদীৰ ওপৰত খঙত অগ্নিশৰ্মা দেশৰ চাৰি শংকৰাচাৰ্য। সেয়ে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান বয়কট কৰিছে তেওঁলোকে। কিয় এই অনুষ্ঠান তেওঁলোকে বয়কট কৰিছে তাৰ স্পষ্ট কাৰণো দাঙি ধৰিছে। শেহতীয়াকৈ পুৰীৰ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতী মহাৰাজেও এই সন্দৰ্ভত কৰিছে বিশেষ মন্তব্য।

কিয় ৰাম মন্দিৰৰ অনুষ্ঠান বয়কট কৰিছে ৪ শংকৰাচাৰ্যই?

এটা বিশেষ সাক্ষাৎকাৰত পুৰীৰ শংকৰাচাৰ্যই কয়, ‘শংকৰাচাৰ্যৰ নিজস্ব মৰ্যদা থাকে। এয়া কোনো অহংকাৰৰ বিষয় নহয়। নৰেন্দ্ৰ মোদীয়ে নিজ হাতেৰে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু আমি বহি বহি সেই কাৰ্য উপভোগ কৰিম। হাতচাপৰি মাৰিম। এই কথা সম্ভৱ নেকি? ধৰ্ম নিৰপেক্ষ দেশত চৰকাৰ গঠন কৰিছে বুলিয়েই সমগ্ৰ পৰম্পৰাক জলাঞ্জলি দিয়া উচিত নহয়।’ চাৰিজন শংকৰাচাৰ্যৰ ৰাম মন্দিৰ বয়কটক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কংগ্ৰেছসহ বিৰোধী ৰাজনৈতিক দলসমূহে বক্তব্য ৰাখিছে যে, অসম্পূৰ্ম মন্দিৰত সনাতনী ৰীতি মানি ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে সেয়ে শংকৰাচাৰ্যসকলে সেই অনুষ্ঠান বয়কট কৰিছে।

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে এই সন্দৰ্ভত কৈছে, ‘ৰাম মন্দিৰ উদ্বোধনৰ অনুষ্ঠানক ৰাজনৈতিক ৰং দিয়া হৈছে। আমাৰ সনাতন ধৰ্মৰ সকলোতকৈ গুৰুত্বপূৰ্ণ চাৰিজন শংকৰাচাৰ্যই এই অনুষ্ঠান বয়কট কৰিছে। তেওঁলোকেই যেতিয়া বয়কট কৰিছে তেন্তে সহজেই অনুমেয় যে ৰাম মন্দিৰত ৰাজনীতিৰ ৰং লাগিছে।’ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান বয়কট কৰা চাৰিগৰাকী শংকৰাচাৰ্য হৈছে উত্তৰাখণ্ডৰ জ্যোতিষপীঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তশ্বৰানন্দ সৰস্বতী, গুজৰাটৰ দ্বাৰকা, ওড়িশাৰ পুৰীৰ গোবৰ্ধনপীঠ আৰু কৰ্ণাটকৰ শ্ৰীঙ্গেরিৰ প্ৰধানে এই অনুষ্ঠা বয়কট কৰিছে। কিন্তু ইমান গ্ৰেণ্ড চেলিব্ৰেছনত কিয় উপস্থিত নাথাকে চাৰি শংকৰাচাৰ্য সেই বিষয়টোক লৈ অব্যাহত থকা চৰ্চাৰ মাজতে উত্তৰাখণ্ডৰ জ্যোতিষপীঠৰ শংকৰাচাৰ্যৰ মন্তব্য, ‘সনাতন ধৰ্মৰ আইন ভংগ কৰি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেয়ে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত তেওঁলোক উপস্থিত নাথাকে। মন্দিৰৰ নিৰ্মাণকাৰ্য শেষ নোহোৱাকৈ ৰামৰ মূৰ্তি স্থাপন কৰাটো কেতিয়াও সনাতন ধৰ্মৰ ৰীতি হ’ব নোৱাৰে। অসমাপ্ত মন্দিৰত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাটো আমি মানি ল’ব নোৱাৰো।’

উল্লেখ্য যে, ৰাম মন্দিৰৰ এই উদ্বোধনী অনুষ্ঠানক RSS-BJPৰ ৰাজনৈতিক ইভেণ্টৰ নাম দিছে কংগ্ৰেছে। একেই মত দাঙি ধৰিছে বিৰোধী দল CPI(M)-য়েও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
ভাৰত

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

August 5, 2026
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক
বাণিজ্য

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

August 5, 2026
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়
বাণিজ্য

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

August 5, 2026
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

August 5, 2026
Next Post
টুলুঙা নাৱেৰে মাজুলীলৈ যাব ৰাহুল, আমি সাধাৰণ মানুহ, ধূলিৰ সৈতে মিলি প্ৰজাৰ লগত চলোঃ সাংসদ প্ৰদ্যুৎ বৰদলৈ

টুলুঙা নাৱেৰে মাজুলীলৈ যাব ৰাহুল, আমি সাধাৰণ মানুহ, ধূলিৰ সৈতে মিলি প্ৰজাৰ লগত চলোঃ সাংসদ প্ৰদ্যুৎ বৰদলৈ

কিলি পলো আহিব খোজে অযোধ্যালৈ! আফ্ৰিকালৈ বহু দূৰ হ’লেও ৰামৰ চৰ্চা এতিয়া সেই মহাদেশত

কিলি পলো আহিব খোজে অযোধ্যালৈ! আফ্ৰিকালৈ বহু দূৰ হ’লেও ৰামৰ চৰ্চা এতিয়া সেই মহাদেশত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.