• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টুলুঙা নাৱেৰে মাজুলীলৈ যাব ৰাহুল, আমি সাধাৰণ মানুহ, ধূলিৰ সৈতে মিলি প্ৰজাৰ লগত চলোঃ সাংসদ প্ৰদ্যুৎ বৰদলৈ

টুলুঙা নাৱেৰে মাজুলীলৈ যাব ৰাহুল, আমি সাধাৰণ মানুহ, ধূলিৰ সৈতে মিলি প্ৰজাৰ লগত চলোঃ সাংসদ প্ৰদ্যুৎ বৰদলৈ

3 years ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

16 minutes ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

8 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

8 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

9 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

9 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

10 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

11 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

12 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

12 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

13 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

14 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

টুলুঙা নাৱেৰে মাজুলীলৈ যাব ৰাহুল, আমি সাধাৰণ মানুহ, ধূলিৰ সৈতে মিলি প্ৰজাৰ লগত চলোঃ সাংসদ প্ৰদ্যুৎ বৰদলৈ

editor by editor
January 17, 2024
in অসম, ভাৰত, ৰাজনীতি
0
টুলুঙা নাৱেৰে মাজুলীলৈ যাব ৰাহুল, আমি সাধাৰণ মানুহ, ধূলিৰ সৈতে মিলি প্ৰজাৰ লগত চলোঃ সাংসদ প্ৰদ্যুৎ বৰদলৈ
0
SHARES
884
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চৰকাৰে মাজুলীলৈ আহিবলৈ ফেৰী নিদিলে টুলুঙা নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হ’ব ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ এই বিশেষ মন্তব্য প্ৰদ্যুত বৰদলৈৰ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ মাজুলীত এতিয়া ভীৰ কৰিছে বহুসংখ্যক কংগ্ৰেছী নেতাই। ৰাহুলৰ এই ন্যায় যাত্ৰাৰ বাবেই আউনীআটি সত্ৰৰ সত্ৰাধিকাৰৰ অনুমতি বিচাৰি মাজুলীত উপস্থিত হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ।

মাজুলীলৈ গৈ ৰাহুলে আউনীআটী সত্ৰতেই মাজুলীৰ কেইবাগৰাকীও সত্ৰাধিকাৰক সাক্ষাৎ কৰিব। এই বিষয় সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘ৰাহুল গান্ধীয়ে হিংসাজৰ্জৰ মণিপুৰৰ পৰা মুম্বাইলৈ এই যাত্ৰা আৰম্ভ কৰিছে। মণিপুৰ জ্বলি আছে সেই বিষয়টোক লৈ শাসক দলৰ কোনো গুৰুত্বই নাই। তেওঁলোকে গুৰুত্ব নিদিয়াৰ কাৰণো আছে। মণিপুৰৰ পৰা লোকসভাত মাত্ৰ দুখন আসন আছে সেয়ে তেঁওলোকৰ মণিপুৰৰ প্ৰতি বিশেষ গুৰুত্ব নাই। সেয়ে ৰাহুল গান্ধীয়ে মণিপুৰৰ জনতাক যাতে সকলোৱে ন্যায় দিয়ে সেই বিষয়টোত গুৰুত্ব দিছে। তেওঁ মণিপুৰৰ পৰা আৰম্ভ কৰা এই যাত্ৰাত অসমক সামৰি লৈছে। অসমৰ বিশেষকৈ মাজুলীত তেওঁ আহিব খুজিছে। মাজুলীক জনাৰ, কাষৰ পৰা অনুভৱ কৰাৰ হেঁপাহ আছে তেওঁৰ মনত। জৱাহৰলাল নেহৰু প্রধানমন্ত্ৰী হৈ থাকোতে সেই সময়ৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামী মিলিত হৈছিল নেহৰুৰে। নেহৰুৱে তেওঁক প্ৰতিশ্ৰুতি দিছিল, মাজুলীলৈ তেওঁ আহিব। কিন্তু বহু কাৰণবশত জৱাহৰলাল নেহৰুৰ মাজুলীলৈ অহা নহ’ল। তৎসত্ত্বেও মাজুলীৰ চৰ্চা কিন্তু তেওঁলোকৰ পৰিয়ালত প্ৰায় সময়তে হয়। মাজুলীৰ প্ৰতি তেওঁলোকৰ এটা শ্ৰদ্ধাৰ মনোভাৱ আছে। মাজুলীয়ে আমাৰ অসমীয়াৰ শিঁপা ধৰি আছে বুলিলেও ভুল নহয়। এই বৰঘৰৰ ভেঁটী গৰকাৰ বহু হেঁপাহ বুকুত বান্ধি ৰাহুল আহি আছে। কিন্তু ৰাহুল গান্ধী অহা দিনটোত আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মাজুলীত ৰেচনকাৰ্ড দিয়াৰ অনুষ্ঠান পাতিছে। ৰাহুলৰ অনুষ্ঠানলৈ যাতে মহিলাসকল ওলাই আহিব নোৱাৰে চৰকাৰে তাৰ বাবে বিভিন্ন আঁচনি মুকলিৰ লোভ দেখুৱাই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। মাজুলীলৈ ৰাহুল গান্ধীৰ যাত্ৰাক চৰকাৰী প্ৰতিবন্ধকতাই বাধা দিব নোৱাৰে। আমি সেইবোৰলৈ পৰুৱাই নকৰোঁ।’

১৯ জানুৱাৰীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে মাজুলী ভ্ৰমণৰ কাৰ্যসূচী ৰূপায়নৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন কৌশলেৰে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি মাজুলীৰ আউনীআটী সত্ৰত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰিছে। মাজুলীলৈ আহিবলৈ বৰ্তমানো ফেৰী সেৱাৰ অনুমতি লাভ নকৰা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ বৰদলৈয়ে চৰকাৰে ফেৰী নিদিলে টুলুঙা নাৱেৰেই ৰাহুল গান্ধী মাজুলীলৈ পাৰ হ’ব বুলি কয়। চৰকাৰে ৰাহুল গান্ধীৰ মাজুলী ভ্ৰমণ বিফল কৰিবলৈ বিভিন্ন আঁচনি মুকলিৰ লোভ দেখুৱাই এক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে তেনে প্ৰতিবন্ধকতাই ৰাহুল গান্ধীৰ যাত্ৰাক বাধা দিব নোৱাৰে আৰু তেনে প্ৰতিবন্ধকতাক পৰুৱাই নকৰোঁ বুলিও মন্তব্য আগবঢ়ায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
Next Post
কিলি পলো আহিব খোজে অযোধ্যালৈ! আফ্ৰিকালৈ বহু দূৰ হ’লেও ৰামৰ চৰ্চা এতিয়া সেই মহাদেশত

কিলি পলো আহিব খোজে অযোধ্যালৈ! আফ্ৰিকালৈ বহু দূৰ হ’লেও ৰামৰ চৰ্চা এতিয়া সেই মহাদেশত

আদানীক ঘোৰ সমালোচনা কৰিলেও ভিতৰি সম্পৰ্ক ভাল! আদানীৰ সৈতে ‘মউ’ স্বাক্ষৰ কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

আদানীক ঘোৰ সমালোচনা কৰিলেও ভিতৰি সম্পৰ্ক ভাল! আদানীৰ সৈতে 'মউ’ স্বাক্ষৰ কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.