• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদেশ ভ্ৰমণত পুটিনৰ সৈতে থাকে বিশেষ দেহৰক্ষী! মল-মূত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰে ৰাছিয়ালৈ!

বিদেশ ভ্ৰমণত পুটিনৰ সৈতে থাকে বিশেষ দেহৰক্ষী! মল-মূত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰে ৰাছিয়ালৈ!

4 years ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

14 minutes ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

30 minutes ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

1 hour ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

2 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

2 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

4 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

4 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

6 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

6 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

7 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিদেশ ভ্ৰমণত পুটিনৰ সৈতে থাকে বিশেষ দেহৰক্ষী! মল-মূত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰে ৰাছিয়ালৈ!

editor by editor
June 13, 2022
in বিশ্ব, ৰাজনীতি
0
বিদেশ ভ্ৰমণত পুটিনৰ সৈতে থাকে বিশেষ দেহৰক্ষী! মল-মূত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰে ৰাছিয়ালৈ!
0
SHARES
25.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যেতিয়া বিদেশ ভ্ৰমণলৈ যায়, তেতিয়া তেওঁৰ লগত থাকে বিশেষ দেহৰক্ষী৷ আৰু তেওঁলোকৰ কাম কি জানেনে? তেওঁলোকৰ কামৰ বিষয়ে জানি আপুনি হয়তো আচৰিত হ’ব!

প্ৰতিবেদন অনুসৰি এই বিশেষ দেহৰক্ষীসকলে পুটিনৰ মল-মূত্ৰ সংগ্ৰহ কৰি ছুটকেছত উভতাই মস্কোলৈ প্ৰেৰণ কৰে। ইয়াৰ লগতে ৰাষ্ট্ৰপতি পুটিনৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ প্ৰয়োজনীয়তা পূৰণ কৰাটোও এই দলটোৰ বিশেষ কৰ্তব্য।

ফ্ৰান্সৰ সাংবাদিক ৰেজিছ জান্টে ৰাছিয়াৰ ১৩ বছৰীয়া নীতিৰ বিষয়ে লিখি তেওঁ এই কথা প্ৰকাশ কৰিছে। তেওঁ লিখিছে যে ফেডাৰেল প্ৰটেক্টিভ চাৰ্ভিচৰ এজেণ্টসকলে পুটিনৰ মল-মূত্ৰ সংগ্ৰহ কৰি বিশেষ বেগত ভৰাই ৰাছিয়ালৈ উভতাই পঠিয়ায়।

 

লগতে পঢ়ক IPLৰ টিভি আৰু ডিজিটেল মিডিয়াৰ ৰাইট বিক্ৰী! কিমান হাজাৰ কোটিত হ’ল বিক্ৰী?

এই সংস্থাটোৱে পুটিনৰ স্বাস্থ্যক লৈ অতি সতৰ্কতা অৱলম্বন কৰি আহিছে। পুটিনৰ মল পৰীক্ষা কৰি নিশ্চিত কৰা হয় যে পুটিনৰ শৰীৰৰ কোনো ৰোগ বৃদ্ধি হৈছে নে একেই আছে! ইয়াৰোপৰি আন কোনো দেশে যাতে পুটিনৰ ৰোগৰ বিষয়ে জ্ঞাত নহয় সেই বিষয়েও দলটোৱে বিশেষভাৱে সষ্টম হৈ পুটিনৰ যতন ল’ব লাগে।

সাংবাদিকগৰাকীয়ে দাবী কৰে যে ২০১৯ চনত পুটিনে চৌদি আৰৱ ভ্ৰমণ কৰাৰ সময়ত তেওঁ এই বিষয়ে জানিব পাৰিছিল। তেওঁ লগতে প্ৰকাশ কৰিছে যে ফ্ৰান্সলৈ যোৱাৰ সময়তো পুটিনৰ দেহৰক্ষীসকলে তেওঁৰ লগত বাথৰুমলৈ গৈছিল।

 

লগতে পঢ়ক বিপদে লগ এৰা নাই বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাক! পুনৰ কলকতা আৰক্ষীৰ চমন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিষয়ে বহু কথা গোপন কথা ৰহস্যজনকভাৱে চৰ্চা লাভ কৰি আহিছে। তেওঁৰ ব্যক্তিগত জীৱনৰ বহু কথাও জনসাধাৰণৰ বাবে ৰহস্যাবৃত্ত হৈয়ে আছে৷

ৰাছিয়াৰ সাংবাদিকে দাবী কৰিছে যে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰপতি পুটিনৰ মল-মূত্ৰ মস্কোলৈ অনাৰ নিয়ম আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৰ্তমান কৰ্কট ৰোগৰ সৈতে যুঁজি ভ্লাদিমিৰ পুটিনে চিকিৎসাধীন হৈ আছে।

 

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamVladimir Putin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা
বিশ্ব

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

October 25, 2026
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ
অপৰাধ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

October 25, 2026
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা
বিশ্ব

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

October 24, 2026
Next Post
কাৰোবাৰ শৰীৰত ৰং কাৰোবাৰ শৰীৰত নাই! এই উলংগ চাইকেল ৰেলী হৈছিল ক’ত?

কাৰোবাৰ শৰীৰত ৰং কাৰোবাৰ শৰীৰত নাই! এই উলংগ চাইকেল ৰেলী হৈছিল ক’ত?

এই পৃথিৱীত অসম্ভৱ একো নাই! পক্ষাঘাতগ্ৰস্ততাক পৰাস্ত কৰি সেনাত ভৰ্তি যুৱক

এই পৃথিৱীত অসম্ভৱ একো নাই! পক্ষাঘাতগ্ৰস্ততাক পৰাস্ত কৰি সেনাত ভৰ্তি যুৱক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.