• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

9 months ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

1 hour ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

2 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

2 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

3 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

4 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

12 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

12 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

13 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

13 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

14 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

14 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

editor by editor
January 16, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি ৰাহু হৈছে ছায়া গ্ৰহ৷ এই গ্ৰহক শনিৰ ছায়া হিচাপেও চোৱা হয়৷ কিন্তু সকলোবোৰৰ পাছতো ৰাহুক খুবেই শক্তিশালী বুলি ধাৰণা কৰা হয়৷ জ্যোতিষ শাস্ত্ৰমতে ৰাহু হৈছে কলিযুগৰ ৰজা৷ সেই কাৰণেই ইয়াৰ প্ৰভাৱ হঠাৎ বাঢ়ি যায়৷ আৰু সেই প্ৰসঙ্গতেই কৈ থোৱা বাল যে ৰাহু হৈছে এনে এক গ্ৰহ যিয়ে কোনো সীমাত থাকি কাম নকৰে৷ যেতি.আ এই গ্ৰহই শুভ ফল দিয়ে তেতিয়া সাধাৰণ ব্যক্তি উন্নতিৰ শিখৰলৈ যায়৷ আনকি বহু সময়ত ৰাহুৱে হঠাৎ সক্ৰিয় হৈ খুবেই কম সময়ৰ ভিতৰত ব্যক্তিক সফল কৰি তোলে৷

এই সময়ত ৰাহুৱে কুম্ভ ৰাশিত স্থিৰ হৈ আছে৷ এই অৱস্থাত তিনি মাহ থাকিব ৰাহু৷ নিৰ্দিষ্টকৈ ক’বলৈ গ’লে ১৫ এপ্ৰিল ২০২৬ পৰ্যন্ত এই দশাত থাকিব ৰাহু৷ আৰু সেই সময়তেই কিছু ৰাশিৰ জীৱনলৈ ভাল সময় আহিব৷

যুৱ অৱস্থা কি?

জ্যোতিষমতে কোনো গ্ৰহই ১২ৰ পৰা ১৮ ডিগ্ৰীৰ মাজত থাকিলে তাক কোৱা হয় যুৱ অৱস্থা৷ এই সময়ত গ্ৰহই নিজৰ সৰ্বোচ্চ ক্ষমতাৰে ফল দিয়ে৷ ৩০ ডিচেম্বৰৰ পৰাই ৰাহু মোটামুটি ১৮ ডিগ্ৰী কোণত আছিল৷ ইয়াৰ পাছতেই এই গ্ৰহই ১২ ডিগ্ৰীৰ দিশত অগ্ৰসৰ হব৷ যাৰ ফলত বাঢ়িব তাৰ প্ৰভাৱ৷ আৰু সেই কাৰণেই কিছু ৰাশিৰ গোল্ডেন টাইম আৰম্ভ হব৷

মিথুন ৰাশি

এই সময় শুভ হ’ব মিথুন ৰাশিৰ৷ আপোনাৰ কোও বিষয় সম্পৰ্কে চিন্তা কৰাৰ ক্ষমতা বাঢ়িব৷ ঠিকে ঠাকে সিদ্ধান্ত লব পাৰে৷ কেৱল সেয়াই নহয় এই সময়ত বৃদ্ধি পাব কমিউনিকেছন স্কিলো৷ মিডিয়া, মাৰ্কেটিং আৰু লেখামেলাৰ সৈতে যুক্তসকলে জীৱনত আগুৱাই যাব৷

কন্যা ৰাশি

ৰাহুৰ যুৱ দশাই কন্যা ৰাশিৰ জীৱনত সুখৰ খবৰ আনি দিব৷ তেওঁলোকৰ জীৱনতো আৰম্ভ হব গোল্ডেন টাইম৷ যিসকলে বহুদিন ধৰি বিদেশত থাকে তেওঁলোকৰ ইচ্ছা এই সময়ত পূৰণ হব৷ ইয়াৰোপৰি ৰৈ থকা কামো এই সময়ত দ্ৰুতগতিত আগুৱাব৷ ২০২৫ চনৰ যি অৰ্থকষ্ট আছিল সেয়াও দূৰ হব৷ জীৱনত নিয়ন্ত্ৰণ পাব৷ ফলত বহু সমস্যাৰ সহজ সমাধান হব৷

কুম্ভ ৰাশি

ৰাহুৰ কৃপা পাব কুম্ভ ৰাশিৰ জাতকেও৷ তেওঁলোকে ১৫ এপ্ৰিল পৰ্যন্ত শুভ সময় কটাব৷ এই সময়ত বৃদ্ধি পাব আত্মবিশ্বাস৷ যাৰ ফলত কামত সাফল্য আহিব৷ সকলো ক্ষেত্ৰতেই আগুৱাই যাব পাৰিব৷ ইয়াৰোপৰি এই সময়ত ব্যক্তিত্বত বিৰাট পৰিবৰ্তন আহিব৷ নতুন কোনো সুযোগ পাব পাৰে৷ যিসকলে নতুন কিবা কৰিব খুজিছে তেওঁলোকে এই সময়ত কামত লাগি যাওক৷ সাফল্য পাবই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ
অপৰাধ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

October 9, 2026
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

October 9, 2026
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.