• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেৱতী নক্ষত্ৰলৈ আহিছে ৰাহু, ধনেই ধন আহিব ৩ৰাশিৰ জাতকৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

ৰেৱতী নক্ষত্ৰলৈ আহিছে ৰাহু, ধনেই ধন আহিব ৩ৰাশিৰ জাতকৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

2 years ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

44 minutes ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

14 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

14 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

15 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

15 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

15 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

16 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

17 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

17 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

18 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

19 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰেৱতী নক্ষত্ৰলৈ আহিছে ৰাহু, ধনেই ধন আহিব ৩ৰাশিৰ জাতকৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

ৰেৱতী নক্ষত্ৰলৈ আহিছে ৰাহু, ধনেই ধন আহিব ৩ৰাশিৰ জাতকৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

editor by editor
May 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰেৱতী নক্ষত্ৰলৈ আহিছে ৰাহু, ধনেই ধন আহিব ৩ৰাশিৰ জাতকৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি
0
SHARES
14.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মে মাহত একাধিক গ্ৰহই ৰাশি পৰিবৰ্তন কৰিছে৷ এই মাহত শনি, শুক্ৰ, সূৰ্যই নক্ষত্ৰ পৰিবৰ্তন কৰিছে৷ ইয়াৰোপৰি নক্ষত্ৰ সলনি কৰিছে ৰাহুৱেও৷ মে মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ ৬মেত ৰেবতী নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত ৰাহু প্ৰৱেশ কৰিছে৷ সমস্ত ৰাশিৰ জাতকৰ ওপৰত ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তনৰ প্ৰভাৱ পৰিব৷ ১২ ৰাশিৰ মাজত কেইটামান ৰাশিৰ জাতক নক্ষত্ৰৰ গোচৰৰ দ্বাৰা লাভৱান হ’ব৷ ধন লাভৰ ওপৰিও পদ-প্ৰতিষ্ঠা বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে৷ ৰাহুৰ ৰেৱতী নক্ষত্ৰৰ প্ৰৱেশৰ ফলত কোন কোন ৰাশিৰ ভাগ্যোদয় হ’ব?

মেষ ৰাশি

মেষ জাতকৰ বাবে ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন লাভজনক প্ৰমাণিত হ’ব৷ এই সময়ত আপোনাৰ সমস্ত মনোকামনা পূৰণ হ’ব৷ বাহন, সম্পত্তি ক্ৰয় কৰিব পাৰিব৷ সুখ-সুবিধা লাভ কৰিব এই ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ একাধিক চেলেঞ্জৰ মোকাবিলা কৰিব পাৰিব৷ মান-সন্মান বাঢ়িব৷ দাম্পত্য জীৱন অসাধাৰণ হ’ব৷ জীৱনসংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব৷

বৃষ ৰাশি

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন বৃষ ৰাশিৰ জাতকৰ বাবে শুভ৷ আপোনাৰ সুখ সুবিধা বাঢ়িব৷ আকস্মিক ধন লাভৰ যোগ আছে৷ এই ৰাশিৰ যিসকল চাকৰিয়াল জাতক আছে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা৷ ইয়াৰোপৰি এই সময়ত আপোনাৰ বাণীৰ প্ৰভাৱ বাঢ়িব৷ আপোনাৰ বাকচাতুৰ্যতাৰ কাৰণে সকলোৱে আপোনাৰ প্ৰতি আকৃষ্ট হ’ব৷ নতুন ব্যৱসায় চাকৰিত যোগদানৰ বাবে আজিৰ দিনটো শুভ৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ ব্যৱসায়ীৰ হাতলৈ ধন আহিব৷

মকৰ ৰাশি

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন মকৰ ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদতকৈ কম নহয়৷ ৰাহুৰ ৰেৱতী নক্ষত্ৰত প্ৰৱেশৰ ফলত অসাধাৰণ হাৰত আয় বৃদ্ধি পাব৷ কেৰিয়াৰত দুৰ্দান্ত সাফল্য অৰ্জন কৰিব পাৰে৷ ব্যৱসায়ত মুনাফা অৰ্জন কৰিব পাৰে৷ ব্যৱসায়ীসকলে কোনো ডাঙৰ চুক্তিত স্বাক্ষৰ কৰিব পাৰে৷ ইয়াৰ দ্বাৰা ভৱিষ্যতে লাভাম্বিত হ’ব৷ লগ্নিৰ দ্বাৰা মুনাফা লাভ সম্ভৱ৷ মান-সন্মান বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?
জীৱনশৈলী

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

August 28, 2026
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

August 27, 2026
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…
জীৱনশৈলী

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

August 27, 2026
Next Post
মা মানেই শান্তিৰ আশ্ৰয়! মাতৃ দিৱসত কেনেকৈ শুভেচ্ছা জনাব মাতৃক, জানি থওক কেইটামান শুভেচ্ছা বাৰ্তা

মা মানেই শান্তিৰ আশ্ৰয়! মাতৃ দিৱসত কেনেকৈ শুভেচ্ছা জনাব মাতৃক, জানি থওক কেইটামান শুভেচ্ছা বাৰ্তা

দিল্লী নহয় দেশৰ জনতাক দিব ২০০ ইউনিট ফ্ৰী বিজুলী, ২ কোটি চাকৰি, দেশক দিলে ১০ টা গ্যাৰাণ্টি

দিল্লী নহয় দেশৰ জনতাক দিব ২০০ ইউনিট ফ্ৰী বিজুলী, ২ কোটি চাকৰি, দেশক দিলে ১০ টা গ্যাৰাণ্টি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.