• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুল দ্ৰাবিড়ৰ উভতনি যাত্ৰা, পুনৰ মূখ্য প্ৰশিক্ষক পদত…

ৰাহুল দ্ৰাবিড়ৰ উভতনি যাত্ৰা, পুনৰ মূখ্য প্ৰশিক্ষক পদত…

2 years ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

4 minutes ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

1 hour ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

2 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

3 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

4 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

5 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

13 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

14 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

14 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

15 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰাহুল দ্ৰাবিড়ৰ উভতনি যাত্ৰা, পুনৰ মূখ্য প্ৰশিক্ষক পদত…

editor by editor
September 4, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ৰাহুল দ্ৰাবিড়ৰ উভতনি যাত্ৰা, পুনৰ মূখ্য প্ৰশিক্ষক পদত…
0
SHARES
191
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাহুল দ্ৰাবিড়ৰ উভতনি যাত্ৰা, পুনৰ মূখ্য প্ৰশিক্ষক পদত…

ৰাহুল দ্ৰাবিড় টিম ইণ্ডিয়াৰ পৰা বিচ্ছিন্ন হৈছে যদিও ক্ৰিকেট খেলপথাৰত পুনৰ দেখা পোৱা যাব। কিয়নো পুনৰবাৰ মূখ্য প্ৰশিক্ষক হিচাপে উভতি অহাৰ সম্ভাৱনা দা ৱাল খ্যাত খেলুৱৈ তথা প্ৰশিক্ষকগৰাকীক। অৱশ্যে এইবাৰ ভাৰতীয় দলৰ হৈ নহয়, আই পি এল ২০২৫ত ৰাজস্থান ৰয়েলছ দলৰ সৈতে দেখা যাব ৰাহুল দ্ৰাবিড়ক।

দ্ৰাবিড়ক ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষকৰ পদত দেখা যাব। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলত খেলাৰ লগতে দলটোৰ মেণ্টৰ হিচাপেও কাম কৰিছিল।

টিম ইণ্ডিয়াৰ সৈতে প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল ২০২৪ চনৰ টি-২০ বিশ্বকাপলৈকে আছিল। ভাৰতে টি-২০ বিশ্বকাপ জয় কৰাৰ পিছত দ্ৰাবিড়ে এই ভূমিকাৰ পৰা পদত্যাগ কৰে আৰু এতিয়া গৌতম গম্ভীৰ দলটোৰ মুখ্য প্ৰশিক্ষক। দ্ৰাবিড়ে টিম ইণ্ডিয়া এৰি যোৱাৰ পিছৰে পৰা তেওঁ ইয়াৰ পিছত কি কৰিব সেই সম্পৰ্কে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

সেই জল্পনা-কল্পনাৰ এতিয়া অন্ত পৰিছে। সূত্ৰ অনুসৰি আই পি এল ২০২৫ৰ পূৰ্বে দ্ৰাবিড়ে ৰাজস্থান ৰয়েলছত যোগদান কৰিব। তেওঁক দলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ প্ৰস্তাৱ দিয়া হৈছে। আলোচনা অন্তিম পৰ্যায়ত।

উল্লেখ্য যে, ২০১২ আৰু ২০১৩ চনত ৰাজস্থান ৰয়েলছৰ হৈ অধিনায়ক হিচাপে খেলিছিল ৰাহুল দ্ৰাবিড়ে৷ লগতে দুবছৰ ধৰি দলৰ মেণ্টৰ হৈ আছিল। ইয়াৰ পিছত দ্ৰাবিড়ে ২০১৬ চনত দিল্লী কেপিটেলছত যোগদান কৰাৰ পিছত বেংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীৰ নেতৃত্ব দিয়ে। শেষত ২০২১ চনত ৰবি শাস্ত্ৰীৰ ঠাইত তেওঁ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketHead CoachIndian Cricket TeamIndian Head CoachRahul Dravid
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে
ভাৰত

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

July 25, 2026
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়
জীৱনশৈলী

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

July 25, 2026
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ
অপৰাধ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

July 25, 2026
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?
ভাৰত

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

July 25, 2026
Next Post
ৰাহুৰ শুভ দৃষ্টিৰ ফলত ২ ডিচেম্বৰলৈ ৩ ৰাশিৰ সোণালী সুযোগ, অপাৰ ধন আহিব জীৱনলৈ

ৰাহুৰ শুভ দৃষ্টিৰ ফলত ২ ডিচেম্বৰলৈ ৩ ৰাশিৰ সোণালী সুযোগ, অপাৰ ধন আহিব জীৱনলৈ

মহাকাশত সঁচাকৈয়ে মানুহৰ উচ্চতা আৰু চুলি দ্ৰুতগতিত বৃদ্ধি পাই নেকি? সুনীতা উইলিয়ামছে দিলে উত্তৰ

মহাকাশত সঁচাকৈয়ে মানুহৰ উচ্চতা আৰু চুলি দ্ৰুতগতিত বৃদ্ধি পাই নেকি? সুনীতা উইলিয়ামছে দিলে উত্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.