• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

3 years ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

25 minutes ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

1 hour ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

2 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

2 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

3 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

4 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

5 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

5 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

6 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

6 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

editor by editor
October 1, 2023
in জীৱনশৈলী, ভাৰত
0
সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে
0
SHARES
602
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুত্বক লৈ নতুন বাখ্যা দাঙি ধৰিছে ৰাহুল গান্ধীয়ে। ৰাহুলে লিখিছে সত্যম-শিৱম-সুন্দৰম। ৰাহুলে কৈছে, জীৱনটোক প্ৰেম, আনন্দ আৰু ভয়ৰ এখন বিশাল সাগৰত সাঁতুৰি থকা বুলি কল্পনা কৰকচোন। আমি ইয়াৰ সৌন্দৰ্যৰ সৈতে সহাৱস্থান কৰিব পাৰো। কিন্তু গভীৰতাক ভয় কৰো। সাগৰৰ শক্তিশালী আৰু ক্ৰমাগত পৰিবৰ্তনশীল সোঁতত জীয়াই থকাৰ চেষ্টা কৰো। মহাসমূদ্ৰত প্ৰেম, ভালপোৱাৰ সংযোগৰো বিশাল আনন্দ আছে। সেয়া হ’লেও ইয়াৰ মাজতে ভীতিও আছে। এই ভীতি মৃত্যুৰ ভীতি, এই ভীতি ভোকৰ, এই ভীতি হেৰুওৱাৰ। ইয়াৰোপৰি কষ্ট, তুচ্ছতাবোধ আৰু অসমৰ্থতাৰ ভয়। এই অপৰূপ সমুদ্ৰৰ জীৱন আমাৰ বাবে সামূহিক যাত্ৰা।

যিসকল ব্যক্তিয়ে এই ভীতিক অতিক্ৰম কৰি আগুৱাই যাব পাৰে, সাহসেৰে এই সমুদ্ৰখনত সাঁতুৰিব পাৰে, পৰ্যবেক্ষণ কৰি পাৰে সেই সকল ব্যক্তিয়েই প্ৰকৃততে হিন্দু। হিন্দুত্ব এটা সাংস্কৃতিক আদৰ্শ। এই আদৰ্শক কোনো কোনোৱে ভুলকৈ প্ৰতিষ্ঠাও কৰিছে। এই আদৰ্শক একন নিৰ্দিষ্ট ৰাষ্ট্ৰ বা ভৌগোলিক এলেকাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিব খোজাটো সমীচিন নহয়। হিন্দুত্ববাদ হৈছে সত্যৰ উপলব্ধিত আপোচ নকৰা, হিন্দুত্ববাদ হৈছে উন্মুক্ত যাৰ ইচ্ছা তেৱেই এই পথৰে যাত্ৰা কৰিব পাৰে। এজন হিন্দুৱে এই প্ৰেম, সহানুভুতি আৰু সন্মানৰ জীৱন সমুদ্ৰত নিজৰ ওপৰিও কাষৰীয়াজনৰ ওপৰতো নজৰ ৰাখে। কাৰণ তেওঁ বুজি পায় যে একেই জলৰাশিত আমি সকলোৱে সাঁতুৰি আছো, ডুবিছোও। এই যাত্ৰাত আমি এজনে আনজনৰ হাতখন ধৰি আগুৱাব লাগিব। প্ৰকৃত হিন্দুৱে এই কামত কাহানিও পিছপৰি নাথাকে।

এজন হিন্দুৰ ভীতিগ্ৰস্থতাক গভীৰভাৱে অনুধাৱন কৰাৰ সাহস থাকে। তেওঁ ভীতিগ্ৰস্থতাক শত্ৰুৰ পৰা বন্ধুলৈ ৰূপান্তৰ কৰিবলৈকো শিকে। এই বিষয়সমূহেই তেওঁৰ সমগ্ৰ জীৱনক প্ৰভাৱিত কৰি ৰাখে। তেওঁ কাহানিও ভুক্তভোগী নহয়। তেওঁ কেতিয়াও ভীতিগ্ৰস্থতাক প্ৰশ্ৰয় নিদিয়ে। আনহাতে ভীতিগ্ৰস্থতাই তেওঁক যাতে গ্ৰাস নকৰে তাৰ প্ৰতি সতৰ্ক থাকক। এজন প্ৰকৃত হিন্দুৱে জানে জ্ঞান ক’ত থাকে, সমুদ্ৰৰ সামূহিক ইচ্ছাৰ পৰা এয়া আহৰণ কৰে। এয়া কেৱল তেওঁৰ সম্পত্তি নহয়। তেওঁ জানে, সোঁততহে ক্ৰমাগতভাৱে সকলো বিকশিত হয় আৰু কোনো বস্তুৱেই স্থিৰ নহয়। এজন হিন্দু অত্যন্ত বিনয়ী হয়। মহাসমূদ্ৰত সাঁতুৰি থকা যিকোনো লোকৰ পৰা তেওঁ শুনিবলৈ শিকিবলৈ সাঁজু থাকে। তেওঁ সকলো জীৱকেই ভালপায়। সমুদ্ৰক বুজিবলৈ আৰু যাত্ৰাপথ নিৰ্ণয় কৰিবলৈ সকলোৰ যে অধিকাৰ আছে সেয়া প্ৰকৃত হিন্দুৱে মানি লয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?
ভাৰত

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

July 29, 2026
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা
বিনোদন

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

July 29, 2026
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?
জীৱনশৈলী

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

July 29, 2026
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’
জীৱনশৈলী

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

July 29, 2026
Next Post
ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা নাই, দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰুৰ মাজত পাৰ্থক্য আছে! এই দাবীৰ সত্যাসত্য কি?

ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা নাই, দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰুৰ মাজত পাৰ্থক্য আছে! এই দাবীৰ সত্যাসত্য কি?

সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.