• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনে ভাৰতৰ মাটি দখল কৰাৰ কথা সম্পূৰ্ণ মিছা! প্রধানমন্ত্ৰীয়ে ক’লে ৰাহুল গান্ধীয়ে সম্পূৰ্ণ মিছা অভিযোগ আনিছে

চীনে ভাৰতৰ মাটি দখল কৰাৰ কথা সম্পূৰ্ণ মিছা! প্রধানমন্ত্ৰীয়ে ক’লে ৰাহুল গান্ধীয়ে সম্পূৰ্ণ মিছা অভিযোগ আনিছে

3 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

3 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

3 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

3 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

3 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

4 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

4 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

7 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

8 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

9 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

10 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

10 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চীনে ভাৰতৰ মাটি দখল কৰাৰ কথা সম্পূৰ্ণ মিছা! প্রধানমন্ত্ৰীয়ে ক’লে ৰাহুল গান্ধীয়ে সম্পূৰ্ণ মিছা অভিযোগ আনিছে

editor by editor
August 21, 2023
in ভাৰত, ৰাজনীতি
0
চীনে ভাৰতৰ মাটি দখল কৰাৰ কথা সম্পূৰ্ণ মিছা! প্রধানমন্ত্ৰীয়ে ক’লে ৰাহুল গান্ধীয়ে সম্পূৰ্ণ মিছা অভিযোগ আনিছে
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে লাডাখ সীমান্তলৈ গৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে লাডাখ সীমান্তত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল। ৰাহুলৰ মতে, ‘লাডাখ সীমান্তত চীনে ভাৰতৰ মাটি দখল কৰিছে। অথচ প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে কয় এক ইঞ্চিও মাটি চীনক নিদিও।’

ৰাহুলে কৰা এই দাবী এতিয়া মিছা বুলি দাবী কৰিছে প্রধানমন্ত্ৰী মোদীয়ে। পিতৃ ৰাজীৱ গান্ধীৰ জন্মদিনত পেংগং লেকলৈ গৈছিল ৰাহুল গান্ধী। ৰাহুলে কিয় পেংগং লেকলৈ গৈছিল সেই সন্দৰ্ভত ৰাহুলে কয়, ‘দেউতাই কৈছিল পেংগং লেক বিশ্বৰ আটাইতকৈ সুন্দৰ ঠাই। কেৱল ৰাজনীতিতেই নহয় জীৱনটোকো সুযোগ বুজি উপভোগ কৰিব লাগে।’ পিতৃৰ এই কথা ৰাহুলেও বিশ্বাস কৰে সেয়ে তেওঁ পিতৃয়ে ভাল বুলি কোৱা বিশেষ ঠাইখনলৈ পিতৃৰ জন্মদিনতেই যাত্ৰা কৰিছে। সাংসদ পদ উভতাই পোৱাৰ পাছতেই এই কাশ্মীৰ যাত্ৰাত ৰাজনৈতিক উদ্দেশ্যও জড়িত হৈ আছে। ছেপ্টেম্বৰতেই কাৰ্গিল হিল কাউঞ্চিলৰ নিৰ্বাচনো। এই নিৰ্বাচনতেই কংগ্ৰেছৰ সৈতে জোঁটবন্ধনো হ’ব। ওমৰ আব্দুল্লাহৰ নেশ্ব্যনেল কনফাৰেন্সৰ সৈতে জোঁটবন্ধন হ’ব কংগ্ৰেছৰ। এই বিষয়টোক লৈ তাৰ নেতাসকলৰ সৈতে আলোচনাতো মিলিত হৈছিল ৰাহুল গান্ধী।

শনিবাৰে পেংগং লেকত উপস্থিত হৈ সৰ্বভাৰতীয় সংবাদমাধ্যমত ৰাহুল গান্ধীয়ে কয়, ‘এই স্থানৰ পৰা চীনে ভাৰতৰ মাটি দখল কৰিবলৈ আৰম্ভ কৰিছে। এয়া দেশৰ বাবে অত্যন্ত উদ্বেগৰ বিষয়। চীনৰ ৰঙা ফৌজে ভাৰতৰ মাটিত সোমাই পৰিছে। ধীৰে ধীৰে বহু মাটি দখল কৰিছে চীনে।’

কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাহুলৰ এই মন্তব্যৰ পাছতেই কয়, ‘ভাৰতৰ এক ইঞ্চি মাটিও চীনে দখল কৰা নাই। এই সকলোবোৰ অভিযোগ মিছা। প্ৰয়োজন হ’ল স্থানীয় লোকক এই বিষয়ে সোধপোছ কৰক। তেওঁলোকেতো মিছা নামাতে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
‘মই চিৰকুমাৰ যদিও ব্ৰহ্মচাৰী নহয়…’ ৪০ বছৰ পুৰণি সেই প্ৰেম কাহিনী, য’ত সকলো আছিল, কেৱল নাছিল কোনো নিৰ্দিষ্ট নাম

'মই চিৰকুমাৰ যদিও ব্ৰহ্মচাৰী নহয়...' ৪০ বছৰ পুৰণি সেই প্ৰেম কাহিনী, য'ত সকলো আছিল, কেৱল নাছিল কোনো নিৰ্দিষ্ট নাম

চন্দ্ৰত মাটি কিনা, আকাশত চাং পতা একেই কথা নেকি? চন্দ্ৰত এক একৰ মাটিৰ দাম কিমান?

চন্দ্ৰত মাটি কিনা, আকাশত চাং পতা একেই কথা নেকি? চন্দ্ৰত এক একৰ মাটিৰ দাম কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.