• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জেনেৰেল টিকট কাটি A.C কোচত উঠে? এতিয়াৰে পৰা সাৱধান হওক, অন্যথা যিকোনো মুহূৰ্ততেই আপোনাৰ বিৰুদ্ধে এই ব্যৱস্থা ল’ব ৰে’ল কৰ্তৃপক্ষই

1 year ago
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

5 hours ago
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

7 hours ago
বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

8 hours ago
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

10 hours ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

11 hours ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

12 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, December 6, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জেনেৰেল টিকট কাটি A.C কোচত উঠে? এতিয়াৰে পৰা সাৱধান হওক, অন্যথা যিকোনো মুহূৰ্ততেই আপোনাৰ বিৰুদ্ধে এই ব্যৱস্থা ল’ব ৰে’ল কৰ্তৃপক্ষই

জেনেৰেল টিকট কাটি A.C কোচত উঠে? এতিয়াৰে পৰা সাৱধান হওক, অন্যথা যিকোনো মুহূৰ্ততেই আপোনাৰ বিৰুদ্ধে এই ব্যৱস্থা ল’ব ৰে’ল কৰ্তৃপক্ষই

editor by editor
June 14, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জেনেৰেল টিকট কাটি A.C কোচত উঠে? এতিয়াৰে পৰা সাৱধান হওক, অন্যথা যিকোনো মুহূৰ্ততেই আপোনাৰ বিৰুদ্ধে এই ব্যৱস্থা ল’ব ৰে’ল কৰ্তৃপক্ষই
0
SHARES
493
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ৰে’লত প্ৰতিদিনেই লাখ লাখ যাত্ৰীয়ে যাত্ৰা কৰে৷ দেশজুনি থকা বিস্তীৰ্ণ ৰে’লপথৰ ব্যৱস্থাৰ নজৰদাৰী কৰা কামটো মুঠেও সহজ কাম নহয়৷ যাৰ বাবে বহুসমত নিয়ম অমান্য কৰি যাত্ৰা কৰে বহুসংখ্যক যাত্ৰীয়ে৷ এইসকল আইন অমান্য কৰি ফুৰা যাত্ৰীৰ বাবেই নিয়মানুবৰ্তীতাৰে চলা যাত্ৰীও বিপদত পৰে৷ সম্প্ৰতি কেইবাবছৰ ধৰি এই সমস্যাৰ বিভিন্ন অভিযোগনামা যাত্ৰীয়ে দাখিল কৰি আহিছে৷ সামাজিক মাধ্যমতো এনে ভিডিঅ’, ছবি বহুতে শ্বেয়াৰো কৰি আহিছে৷ এই বিষয়টোৰ ওপৰত নজৰ দিয়েই ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে লৈছে কঠোৰ সিদ্ধান্ত৷ ৰিজাৰ্ভ কোচত অবাঞ্চিত ছাত্ৰী উঠিলেই ব্যৱস্থা ল’ব ৰে’লবিভাগে৷

কি কৈছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে?

এক ৰিপৰ্টত উল্লেখ কৰা হৈছে যে ১৩ জুনৰ পৰা ৰে’লৰ সমস্ত জ’নৰ জেনেৰেল মেনেজাৰৰ সৈতে বিশেষ ভিডিঅ’ কনফাৰেন্সৰ বৈঠক অনুষ্ঠিত কৰিছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে৷ এই বৈঠকত তেওঁ ৰে’লত অবাধে উঠা যাত্ৰীৰ অভিযোগৰ দিশত নজৰ দিবলৈ নিৰ্দেশ দিছে জেনেৰেল মেনেজাৰক৷ ৰিজাৰ্ভ কোচত অবাঞ্চিত যাত্ৰী যাতে উঠিব নোৱাৰে তাৰবাবে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে৷

সংৰক্ষিত কোচত অবাঞ্চিত যাত্ৰী ধৰা পৰিলে তেওঁলোকক ট্ৰেইনৰ ভাড়াৰ ওপৰিও জৰিমনাও আদায় লৈ পৰবৰ্তী ষ্টেচনতেই নমাই দিবলৈ নিৰ্দেশ দিয়া হৈছে৷ ৰেলমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই দক্ষিণ ৰে’লৰ অবাঞ্চিত আৰু টিকটবিহীন যাত্ৰীক বিচাৰি আৰম্ভ কৰিছে অভিযান৷ জেনেৰেল বা ৱেইটিং লিষ্টৰ টিকট লৈ এতিয়াৰে পৰা কোনো যাতে সংৰক্ষিত কোচত নোসোমাই তাৰ বাবে মাইকেৰে ঘোষণা কৰি থকা হৈছে দেশৰ বিভিন্ন ষ্টেচনত ঘোষণা কৰি থকা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে
জীৱনশৈলী

December 5, 2025
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি
জীৱনশৈলী

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

December 5, 2025
বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ
জীৱনশৈলী

বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

December 5, 2025
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?
জীৱনশৈলী

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

December 5, 2025
Next Post
হাতৰ টেটুৰ বাবে একো নাই লৰাটোৰ… এসপ্তাহ পূৰ্বে গৈছিল কুৱেইটলৈ, এনেকৈ কফিনত আহিছে

হাতৰ টেটুৰ বাবে একো নাই লৰাটোৰ... এসপ্তাহ পূৰ্বে গৈছিল কুৱেইটলৈ, এনেকৈ কফিনত আহিছে

ছিকিমত আৱদ্ধ ১২০০ পৰ্যটক! উদ্ধাৰ কৰিবলৈ ৰাস্তা নাই, আকাশীপথেই শেষ ভৰসা এতিয়া প্ৰশাসনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন