• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছিকিমত আৱদ্ধ ১২০০ পৰ্যটক! উদ্ধাৰ কৰিবলৈ ৰাস্তা নাই, আকাশীপথেই শেষ ভৰসা এতিয়া প্ৰশাসনৰ

ছিকিমত আৱদ্ধ ১২০০ পৰ্যটক! উদ্ধাৰ কৰিবলৈ ৰাস্তা নাই, আকাশীপথেই শেষ ভৰসা এতিয়া প্ৰশাসনৰ

2 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

12 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

12 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

13 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

14 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

14 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

15 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

16 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

17 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

18 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

18 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

19 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছিকিমত আৱদ্ধ ১২০০ পৰ্যটক! উদ্ধাৰ কৰিবলৈ ৰাস্তা নাই, আকাশীপথেই শেষ ভৰসা এতিয়া প্ৰশাসনৰ

editor by editor
June 14, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ছিকিমত আৱদ্ধ ১২০০ পৰ্যটক! উদ্ধাৰ কৰিবলৈ ৰাস্তা নাই, আকাশীপথেই শেষ ভৰসা এতিয়া প্ৰশাসনৰ
0
SHARES
368
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেৰানেপেৰা বৰষুণৰ বাবে উত্তৰ ছিকিমত এতিয়া ভয়াৱহ বান৷ পৰ্যটকৰ প্ৰথম পছন্দ লাচুঙৰ সৈতে সমগ্ৰ ৰাজ্যৰেই যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে৷ ৰাজ্য চৰকাৰে জনোৱা অনুসৰি বিপৰ্যয়ৰ বাবে ছিকিমত এতিয়াও ১২০০ পৰ্যটক আৱদ্ধ হৈ আছে৷ ইয়াৰে ১৫ জন বিদেশী পৰ্যটক৷ বিদেশী পৰ্যটকৰ ভিতৰত ১০ জন বাংলাদেশৰ, তিনিজন নেপাল আৰু দুজন থাইলেণ্ডৰ বাসিন্দা৷ তেওঁলোকক দ্ৰুতভাৱে উদ্ধাৰ কৰিবৰ বাবে ইতিমধ্যেই ব্যস্ত হৈ পৰিছে প্রশাসন৷

লাচুং জিলা প্ৰশাসনৰ সূত্ৰৰ তৰফৰ পৰা জনোৱা অনুসৰি মঙ্গন আৰু চুংথাঙৰ সংযোগকাৰী বেইলী সেতুও ভাঙি পৰিছে৷ বানৰ বাবে বহু ৰাস্তা ইতিমধ্যে চিঙি গৈছে৷ বহু ঘৰ উটি গৈছে বানত৷ ভাঙি পৰিছে বিদ্যুতৰ খুঁটা যাৰবাবে বিদ্যুৎ সেৱা বন্ধ কৰি দিয়া হৈছে৷  এই পৰিস্থিতিত উদ্ধাৰকাৰী দল সেই স্থানলৈ যাবলৈকো কোনো বাটপথ নাই বুলি জনাইছে প্ৰশাসনে৷ ইতিমধ্যেই ছিকিমৰ মুখ্যসচিবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বাৰ্তালাপ কৰিছে৷ ৰাস্তাৰে গৈ পৰ্যটকক উদ্ধাৰ কৰা একেবাৰে অসম্ভৱ হৈ পৰিছে যাৰবাবে আকাশীপথেই এতিয়া শেষ ভৰষা হৈ পৰিছে উদ্ধাৰকাৰী দলৰ বাবে৷

এই অৱস্থাত ছিকিমৰ মুখ্যমন্ত্ৰীও অৰুণাচলত আছে৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমসিং তামাং উপস্থিত হৈছে অৰুণাচলত৷ অৰুণাচলৰ পৰাই সমগ্ৰ পৰিস্থিতিৰ বুজ লৈ আছে মুখ্যমন্ত্ৰী প্ৰেমসিং তামাঙে৷ তেওঁ এক বিবৃত্তিযোগে কয়, ‘ক্ষতিগ্ৰস্থ পৰিয়ালক আমি যথাসম্ভৱ সহায় কৰিবলৈ চেষ্টা চলাইছো৷ ঘৰ হেৰুওৱা ব্যক্তিক নিৰাপদ আশ্ৰয়শিৱিৰলৈ নিয়াৰ ব্যৱস্থা চলাই আছে প্ৰশাসনে৷’

ইতিমধ্যেই বানত ভাঙি পৰিছে ১০ নং ৰাষ্ট্ৰীয় ঘাইপথো৷ এই পৰিস্থিতিত পৰ্যটকৰ যাতায়াতৰ বিকল্প পথপশ্চিমবংগৰ প্ৰশাসনে মুকলি কৰি দিছে৷ জনোৱা অনুসৰি সৰু বাহনে মানছং-১৭ মাইল আলগাড়া-লাভা-গৰুবাথান হৈ শিলিগুৰিলৈ আহিব পাৰিব৷ তুলনামূলকভাৱে গধুৰ বাহন পেডং-আলগাড়া-লাভা গৰুবাথান হৈ শিলিগুৰিলৈ আহিব৷ ইয়াৰোপৰি কালিম্পংৰ পৰা দাৰ্জিলিং যোৱাৰ বাবে ব্যৱহাৰ কৰা হ’ব ২৭ মাইলৰ পৰা তিস্তা ভেলী হৈ যোৱা পথ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
বান্ধি দিলে বিশেষ তিনিটা চৰ্ত! এই চৰ্ত মানিলেই যুদ্ধ শেষ কৰিব ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ সামৰিব ৰাছিয়াই

বান্ধি দিলে বিশেষ তিনিটা চৰ্ত! এই চৰ্ত মানিলেই যুদ্ধ শেষ কৰিব ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ সামৰিব ৰাছিয়াই

২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.