• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বান্ধি দিলে বিশেষ তিনিটা চৰ্ত! এই চৰ্ত মানিলেই যুদ্ধ শেষ কৰিব ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ সামৰিব ৰাছিয়াই

বান্ধি দিলে বিশেষ তিনিটা চৰ্ত! এই চৰ্ত মানিলেই যুদ্ধ শেষ কৰিব ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ সামৰিব ৰাছিয়াই

2 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

12 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

12 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

13 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

14 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

14 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

15 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

16 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

17 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

18 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

18 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

19 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বান্ধি দিলে বিশেষ তিনিটা চৰ্ত! এই চৰ্ত মানিলেই যুদ্ধ শেষ কৰিব ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ সামৰিব ৰাছিয়াই

বান্ধি দিলে বিশেষ তিনিটা চৰ্ত! এই চৰ্ত মানিলেই যুদ্ধ শেষ কৰিব ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ সামৰিব ৰাছিয়াই

editor by editor
June 14, 2024
in বিবিধ, বিশ্ব, লেখা
0
বান্ধি দিলে বিশেষ তিনিটা চৰ্ত! এই চৰ্ত মানিলেই যুদ্ধ শেষ কৰিব ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ সামৰিব ৰাছিয়াই
0
SHARES
382
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতি অৱশেষত নিশ্চিত কৰিছে ৰাছিয়াই! পিটিআইয়ে প্ৰকাশ কৰা খবৰ অনুসৰি শুক্ৰবাৰে এই সন্দৰ্ভত ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনে এৰিছে এক বাৰ্তা৷ তেওঁ কয় যে, যুদ্ধবিৰতিৰ বাবে তেওঁ সাঁজু আছে৷ কিন্তু তাৰবাবে ইউক্ৰেইনে কেইটামান চৰ্ত মানিব লাগিব৷’

পিটিআইৰ খবৰ অনুসৰি, মস্কোৰ বিদেশ মন্ত্ৰণালত এক বক্তৃতাত পুটিনে জনাইছে, অবিলম্বে যুদ্ধবিৰতি ঘোষণা কৰিম৷ আমি যু্দ্ধবিৰতিৰ পক্ষতেই আছো৷ ইউক্ৰেইনে যদি নাটোত যোগদানৰ পৰিকল্পনাৰ পৰা বিৰত থাকে তেতিয়াই আমি যুদ্ধবিৰতি ঘোষণা কৰি আলোচনাত বহিম৷’ ইয়াৰোপৰি ৰুছ প্ৰেছিডেণ্টে লগতে দাবী কৰে যে চাৰিটা ইউক্ৰেইন অধিকৃত অঞ্চলৰ পৰা সকলো সেনাক আঁতৰাই নিব লাগিব ইউক্ৰেইনে৷

পুটিনৰ দাবী ইয়াতেই শেষ নহয়৷ তেওঁৰ কথাত ইউক্ৰেইনৰ সামৰিক শক্তিৰ ওপৰতো কেইটামান বিধিনিষেধ আৰোপ কৰাৰ কথা প্ৰকাশ পাইছে৷ এই যুদ্ধবিৰতিৰ আঁৰত ৰাছিয়ানসকলৰ স্বাৰ্থৰক্ষাৰ কথাও জড়িত হৈ আছে৷ তেওঁৰ মতে এইসমূহ বিষয়ো মৌলিক আন্তৰ্জাতিক চু্ক্তিৰ অংশ হোৱা উচিত৷ ইয়াৰোপৰি ৰাছিয়াৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশে যি নিষেধাজ্ঞা জাৰি কৰিছে, সেয়া প্ৰত্যাহাৰৰ বাবেও দাবী কৰিছে পুটিনে৷

পুটিনে ইটালীৰ জি-৭ সন্মিলনত অংশ ল’বলৈ আহিছে৷ ইউক্ৰেইনত শান্তি উভতাই অনাৰ বাবে বিশ্বনেতাসকলে এক বিশেষ বৈঠক অনুষ্ঠিত কৰিব৷ এই বৈঠক অনুষ্ঠিত হ’ব ছুইজাৰলেণ্ডত৷ এই সপ্তাহতেই বিশ্বনেতাসকলে বৈঠকত বহিবলৈ সিদ্ধান্তও লৈছে৷ কিন্তু ৰাছিয়াই স্পষ্টৰূপত জনাইছে যে এই বৈঠকত ৰাছিয়াই অংশ নলয়৷

কিয়েভ নাটোৰ অন্তৰ্ভুক্তিৰ বিষয়টোক লৈয়ো আলোচনা চলিছে৷ এই বিষয়টোক মুঠেও ভাল চকুৰে চোৱা নাই ৰাছিয়াই৷ প্রথমৰ পৰাই তেওঁ ইউক্ৰেইনে নাটোত যোগ দিয়াৰ বিৰুদ্ধেই আছে৷ এইবাৰো পুটিনে মুকলিকৈ নাটোক লৈ কিয়েভক  বান্ধি দিছে চৰ্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

বিয়া নামিছে মনোৰঞ্জন জগতত, এইবাৰ কইনা উৰ্ফি, দৰা কোন ?

বিয়া নামিছে মনোৰঞ্জন জগতত, এইবাৰ কইনা উৰ্ফি, দৰা কোন ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.