• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

2 years ago
FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

1 hour ago
মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

2 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

15 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

15 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

16 hours ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

16 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

17 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

18 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

19 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

19 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

editor by editor
June 15, 2024
in বিবিধ, ভাৰত
0
২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

অতিকে শোকাৱহ তথা ভয়ংকৰ ঘটনা ২৬ গৰাকী যাত্ৰীৰে সৈতে কেইবা ফুট তলত বাগৰি পৰিল বাহন। যাৰ ফলত একেলগে প্ৰাণ হেৰুৱালে ১৪ গৰাকীকৈ লোকে। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা।

২৫০ ফুট দলত বাগৰি পৰাৰ ফলত এইদৰে মৃত্যুক সাৱটি লয় বহু কেইগৰাকী লোকে। উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰকীৰ দলে। ট্ৰেভেলাৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুাৱই বাহনখনে অলকানন্দা নদীত বাগৰি পৰে। উদ্ধাৰকাৰী দলে ভাঙি চুৰমাৰ হৈ পৰা বাহনখনৰ পৰা ১৪গৰাকীৰ নিথৰ দেহ টানি উলিওয়াৰ লগতে আন কেইবাগৰাকী লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰে।

https://x.com/ANI/status/1801888948177785030

অৱশ্যে উদ্ধাৰ কৰা কেউগৰাকী লোকৰ অৱস্থা সংকটজনক। সকলো আহত লোককে ততাতৈয়াকৈ হেলিকপ্টাৰৰ সহায়ত এইমছ আৰু নিকট হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এতিয়া কেইজনমান লোক সেই ভাঙি চেপেটা লগে বাহনৰ ভিতৰত আৱদ্ধ। বাহন কাটিহে তেওঁলোকক উদ্ধাৰ কৰিব পৰা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentHimachal Pradeshroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ
বিনোদন

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

July 6, 2026
মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!
জীৱনশৈলী

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

July 6, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

July 6, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

July 5, 2026
Next Post
বিয়া নামিছে মনোৰঞ্জন জগতত, এইবাৰ কইনা উৰ্ফি, দৰা কোন ?

বিয়া নামিছে মনোৰঞ্জন জগতত, এইবাৰ কইনা উৰ্ফি, দৰা কোন ?

মাথো এটা সপ্তাহতে লাভ কৰক উজ্জলতা, মুলতানি মাটিৰ সৈতে ব্যৱহাৰ কৰক এবিধ মাত্ৰ সামগ্ৰী

মাথো এটা সপ্তাহতে লাভ কৰক উজ্জলতা, মুলতানি মাটিৰ সৈতে ব্যৱহাৰ কৰক এবিধ মাত্ৰ সামগ্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.