• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক ৫দিনলৈকে বৰষুণৰ সম্ভাৱনা, ৰাজ্যৰ ১৬খন জিলালৈ য়েল্লো এলাৰ্ট বতৰবিজ্ঞান কেন্দ্ৰৰ

আগন্তুক ৫দিনলৈকে বৰষুণৰ সম্ভাৱনা, ৰাজ্যৰ ১৬খন জিলালৈ য়েল্লো এলাৰ্ট বতৰবিজ্ঞান কেন্দ্ৰৰ

2 years ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

7 minutes ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

42 minutes ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

1 hour ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

2 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

3 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

4 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

5 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

5 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

7 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

8 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

9 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আগন্তুক ৫দিনলৈকে বৰষুণৰ সম্ভাৱনা, ৰাজ্যৰ ১৬খন জিলালৈ য়েল্লো এলাৰ্ট বতৰবিজ্ঞান কেন্দ্ৰৰ

আগন্তুক ৫দিনলৈকে বৰষুণৰ সম্ভাৱনা, ৰাজ্যৰ ১৬খন জিলালৈ য়েল্লো এলাৰ্ট বতৰবিজ্ঞান কেন্দ্ৰৰ

editor by editor
September 23, 2024
in অসম, জীৱনশৈলী, বিবিধ, লেখা
0
আগন্তুক ৫দিনলৈকে বৰষুণৰ সম্ভাৱনা, ৰাজ্যৰ ১৬খন জিলালৈ য়েল্লো এলাৰ্ট বতৰবিজ্ঞান কেন্দ্ৰৰ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমে আমনি কৰাৰ সময়তে আহিছে ভাল খবৰ৷

ৰাজ্যৰ ১৬খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট৷

১৬খন জিলাত বৰষুণৰ পূৰ্ণ সম্ভাৱনাৰ কথা জনাই দিয়া হৈছে য়েল্লো এলাৰ্ট৷

বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই এলাৰ্ট৷

২৩তাৰিখৰ দিনটোত কামৰূপ মেট্ৰ, কামৰূপ, ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰটো বৰষুণৰ পূৰ্ণ সম্ভাৱনা৷

কোকৰাঝাৰ, গোৱালপাৰা, নগাওঁ, মৰিগাওঁ, যোৰহাট, শিৱসাগৰ, চৰাইদেও, তিনিচুকীয়া, কাছাৰ, কৰিমগঞ্জতো আছে বৰষুণৰ এলাৰ্ট৷

ৰাজ্যৰ মুঠ ১৬খন জিলাত আচে এই য়েল্লো এলাৰ্ট৷

গোৱালপাৰা জিলাত কাইলৈৰ দিনটোতো আছে য়েল্লো এলাৰ্ট৷

ইফালে কোকৰাঝাৰ জিলাত ২৫ ছেপ্টেম্বৰলৈকে আছে য়েল্লো এলাৰ্ট৷

কামৰূপত ২৬ ছেপ্টেম্বৰলৈকে আছে য়েল্লো এলাৰ্ট৷

মহানগৰীতো আছে ২৬ ছেপ্টেম্বৰলৈকে য়েল্লো এলাৰ্ট৷

আগন্তুক ৫ দিনলৈ কেইবাখনো জিলাত আছে বৰষুণৰ সম্ভাৱনা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়
জীৱনশৈলী

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

July 8, 2026
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক
জীৱনশৈলী

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

July 8, 2026
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
Next Post
নিৰাপদ নহয় হেনো আপোনাৰ হাতৰ আইফোনটোও, সতৰ্কবাৰ্তা কেন্দ্ৰৰ

নিৰাপদ নহয় হেনো আপোনাৰ হাতৰ আইফোনটোও, সতৰ্কবাৰ্তা কেন্দ্ৰৰ

সনাতনী আকৰ্ষণঃ অসমৰে মুছলমান যুৱতীয়ে আইনী প্ৰক্ৰিয়াৰে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম

সনাতনী আকৰ্ষণঃ অসমৰে মুছলমান যুৱতীয়ে আইনী প্ৰক্ৰিয়াৰে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.