• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই চমৎকাৰী বাবা, মাটিৰ ইটা সোণৰ কৰি দিম’- কোটি কোটি টকা লৈ পলায়ন বাবাৰ

‘মই চমৎকাৰী বাবা, মাটিৰ ইটা সোণৰ কৰি দিম’- কোটি কোটি টকা লৈ পলায়ন বাবাৰ

2 years ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

8 minutes ago
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

41 minutes ago
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

1 hour ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

2 hours ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

3 hours ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

4 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

4 hours ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

6 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

7 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

20 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

21 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘মই চমৎকাৰী বাবা, মাটিৰ ইটা সোণৰ কৰি দিম’- কোটি কোটি টকা লৈ পলায়ন বাবাৰ

editor by editor
September 14, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
‘মই চমৎকাৰী বাবা, মাটিৰ ইটা সোণৰ কৰি দিম’- কোটি কোটি টকা লৈ পলায়ন বাবাৰ
0
SHARES
151
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মই চমৎকাৰী বাবা, মাটিৰ ইটা সোণৰ কৰি দিম’- কোটি কোটি টকা লৈ পলায়ন বাবাৰ

বাবাৰ চমৎকাৰ আজিৰ দিনটো হ্ৰাস পোৱা নাই, মিছা বাবাৰ কবলত পৰি কোটি কোটি টকা হেৰুৱালে বহু লোকে। চমৎকাৰী বাবাৰ মাটিৰ ইটা সোণ কৰি দিম বোলা কথাত ভোল গৈ ঠগ খালে বহু লোকে। এতিয়া পলাতক বাবাৰ কতো কোনো সন্ধান নাই।

এই ঘটনা ৰাজস্থানৰ কোটাৰ। নিজকে চমৎকাৰী বাবা আখ্যা দি সকলোফালে দাবি কৰি ফুৰিছিল, ‘মোৰ বিশেষ শক্তি আছে, মই মাটিৰ ইটা সোণৰ কৰি দিব পাৰো।’ এই কথাতেই ভোল গৈছিল বহু লোক। এই ভণ্ড বাবাৰ নাম মংগিলাল মেঘৱাল

ৰাজস্থানৰ কোটা আৰক্ষীয়ে আজিকালি দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে এজন ভণ্ড বাবা মংগিলাল মেঘৱালৰ সন্ধানত। এই বাবাৰ বিৰুদ্ধে মিছা দাবী কৰি মানুহক প্ৰতাৰণা কৰাৰ অভিযোগ। কোটি কোটি টকা লৈ পলাতক বাবাৰ বিৰুদ্ধে এতিয়ালৈকে ১০ জনতকৈ অধিক লোকে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়াসকলো বাবাৰ জালত আবদ্ধ বুলি চৰ্চা চলিছে যদিও এতিয়ালৈকে কোনো তথ্য প্ৰকাশ পোৱা নাই।

কোটা গ্ৰাম্যৰ ইটাৱা আৰক্ষী থানাই বাবাৰ সহযোগী চাৰিজনক গ্ৰেপ্তাৰ কৰি জেৰা চলাইছে যদিও যোৱা ৫ দিনৰ পৰা বাবাৰ কোনো সন্ধান পোৱা নাই। অভিযোগ অনুসৰি তেওঁ নিজকে অলৌকিক বাবা বুলি কয় আৰু মানুহক কৈছিল যে তেওঁৰ এটা যাদুকৰী মন্ত্ৰ আছে যাৰ দ্বাৰা তেওঁ মাটিৰ ইটাক সোণৰ ইটালৈ ৰূপান্তৰিত কৰিব। এই অলৌকিকতা ৯ দিনত হব। এনে দাবী কৰি তেওঁ মানুহক আৱদ্ধ কৰি পইচা লৈ পলাই গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dhongi BabaFake BabaKotarajasthanRajasthan Kota
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

September 5, 2026
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত
বিনোদন

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

September 5, 2026
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত
অপৰাধ

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

September 5, 2026
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!
বিনোদন

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

September 5, 2026
Next Post
২৫০ জন দলিতক একেলগে সামাজিক বৰ্জন, আনকি গেলামালৰ দোকানতো প্ৰৱেশ নিষিদ্ধ

২৫০ জন দলিতক একেলগে সামাজিক বৰ্জন, আনকি গেলামালৰ দোকানতো প্ৰৱেশ নিষিদ্ধ

প্ৰধানমন্ত্ৰী মোদীৰ ঘৰলৈ নতুন আলহী ‘দীপজ্যোতি’

প্ৰধানমন্ত্ৰী মোদীৰ ঘৰলৈ নতুন আলহী 'দীপজ্যোতি'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.