• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰৰ লৰাই ঘৰৰ মাটিত দেখুৱালে খেল! ৰিয়ান পৰাগৰ অধিনায়কত্বত বিশাল জয় ৰাজস্থান ৰয়েলছৰ

ঘৰৰ লৰাই ঘৰৰ মাটিত দেখুৱালে খেল! ৰিয়ান পৰাগৰ অধিনায়কত্বত বিশাল জয় ৰাজস্থান ৰয়েলছৰ

12 months ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

3 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

5 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

6 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

7 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

7 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

8 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

8 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

9 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

10 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

10 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ঘৰৰ লৰাই ঘৰৰ মাটিত দেখুৱালে খেল! ৰিয়ান পৰাগৰ অধিনায়কত্বত বিশাল জয় ৰাজস্থান ৰয়েলছৰ

ঘৰৰ লৰাই ঘৰৰ মাটিত দেখুৱালে খেল! ৰিয়ান পৰাগৰ অধিনায়কত্বত বিশাল জয় ৰাজস্থান ৰয়েলছৰ

editor by editor
March 31, 2025
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
ঘৰৰ লৰাই ঘৰৰ মাটিত দেখুৱালে খেল! ৰিয়ান পৰাগৰ অধিনায়কত্বত বিশাল জয় ৰাজস্থান ৰয়েলছৰ
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে জমি উঠিল আই পি এল। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মুখামুখি হৈছিল ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ। ৰুদ্ধশ্বাস মেচৰ সাক্ষী হৈ ৰল ক্ৰিকেটপ্ৰেমী। শেষ অভাৰৰ শেষ বলতেই সলনি হৈ পৰিল সকলো। ৬ ৰানত জয়ী হৈ হাঁহি হাঁহি পেভিলিয়নমুখী হল ৰাজস্থান ৰয়েলছ। ব্য়ৰ্থ হল চেন্নাই অধিনায়ক ঋতুৰাজ গায়কোয়াডৰ ৬৩ ৰানৰ ইনিংছ। ৰাজস্থানৰ হৈ ৪ উইকেট লৈছে ৱানিন্দু হাছাৰাংগাইয়ো।

১৮২ ৰান কৰিবলৈ নামি শেষ অভাৰত চেন্নাই ছুপাৰ কিংছৰ প্ৰয়োজন আছিল ২০ ৰানৰ। বল কৰিবলৈ আহিছিল সন্দীপ শৰ্মা। প্ৰথম বলেই ৱাইড কৰে তেওঁ। তাৰপিছৰ বলত বিশাল শ্বট লবলৈ গৈ আউট হয় মহেন্দ্ৰ সিং ধোনী। ভাল কেচৰ বাবে চৰ্চাত উঠিছে ছিমৰণ হেটমেয়ৰ। ইয়াৰ পাছতেই ৰবীন্দ্ৰ জাদেজা আৰু জেমি অভাৰ্টন থাকিলেও জয় লাভ কৰিবলৈ সক্ষম নহল চেন্নাই ছুপাৰ কিংছ।

প্ৰথমে বেট কৰিবলৈ নামি ১৮২ ৰান লয় ৰাজস্থান ৰয়েলছে। প্ৰথম অভাৰত যশস্বী জয়ছোৱালক আউট কৰি ৰাজস্থান শিবিৰক আঘাত হানে খলিল আহমেদে। ৩ ৰানত আউট হয় বাওঁহতীয়া অপেনাৰ যশস্বী জয়ছোৱাল। ইয়াৰ পাছতেই ২২ গজত নামে নীতিশ ৰানা। ৮৩ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে সঞ্জু ছেমছনৰ সৈতে। তেওঁ ১৬ বলত ২০ ৰান কৰি আউট হয়। সঞ্জু আউট হোৱাৰ পাছতো সাহস নেহেৰুৱাই খেলি থাকিল নীতিশে। মাত্ৰ ২১ বলত তেওঁ পূৰ্ণ কৰে হাফ চেঞ্চুৰি। শেষ পৰ্যন্ত অশ্বিনৰ বুদ্ধিদীপ্ত বলত আউট হয় নীতিশ। তেওঁক ষ্টাম্প আউট কৰে ধোনীয়ে। নীতিশৰ পূৰ্বেও ৩৬ বলত ৮১ ৰানৰ ইনিংছত আছে ১০ টা ফৰ আৰু ৫ টা ছিক্স। কালিৰ মেচত ৩৭ ৰান কৰি পাথিৰানাৰ বলত আউট হয় অধিনায়ক ৰিয়ান। হেটমেনো উভতে মাত্ৰ ১৯ ৰানতেই।

ইফালে বেটিঙত নামি প্ৰথমৰ পৰাই উইকেট হেৰুৱাই থাকিল চেন্নাইয়ে। মেচৰ প্ৰথম অভাৰত শূন্য ৰানত ৰাচিন ৰবীন্দ্ৰক আউট কৰে জোফ্ৰা আৰ্চাৰে। ইয়াৰ পাছতেই আহে ৱানিন্দু হাছাৰাঙ্গা। ৰাহুল ত্ৰিপাঠি আৰু ঋতুৰাজ গায়কোয়াডৰ জুঁটিত ভাঙোন ধৰায় তেওঁ। বিশাল শ্বট লবলৈ গৈ হেটমেয়ৰৰ কেচত আউট হয় ত্ৰিপাঠি। ১৯ বলত ২৩ ৰান কৰি তেওঁ আউট হয়। আকৌ চেন্নাই শিবিৰত আঘাত লাগে শিৱল ডুবেৰ মাত্ৰ ১৮ ৰানত পেভিলিয়নমুখী যাত্ৰাত। এহাতেৰে কেচ ধৰি শিৱমত আউট কৰাই কেপ্টেইন ৰিয়ানে। হাততালিৰে ভৰি উঠে গেলাৰীও। তৃতীয় উইকেট লয় বিজয় শংকৰক বোল্ড কৰি। ইয়াৰপাছতেই কেপ্টেইন ঋতুৰাজকো আউট কৰে হাছাৰাংগাই। ৪৪ বলত ৬৩ ৰান কৰি আউট হয়। শেষত ধোনী, জাদেজাই চেষ্টা কৰিও কোনো ফল নাপালে। ১১ বলত ১৬ ৰান কৰে ধোনীয়ে। জাদেজা অপৰাজিত থাকি ২২ বলত ৩২ ৰান লয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
৬৬ বছৰ বয়সত সন্তান প্ৰসৱ! প্ৰথম সন্তান হোৱাৰ ৫দশকৰ পাছত আকৌ মাতৃ হ’ল ৬৬ বছৰীয়া প্ৰৌঢ়া

৬৬ বছৰ বয়সত সন্তান প্ৰসৱ! প্ৰথম সন্তান হোৱাৰ ৫দশকৰ পাছত আকৌ মাতৃ হ'ল ৬৬ বছৰীয়া প্ৰৌঢ়া

নতুন অৰ্থবৰ্ষৰ আৰম্ভণিতেই জানি থওক এই জৰুৰী খবৰ! ১ এপ্ৰিলৰ পৰা সলনি হ’ব financial ছেক্টৰৰ এইসমূহ নিয়ম

নতুন অৰ্থবৰ্ষৰ আৰম্ভণিতেই জানি থওক এই জৰুৰী খবৰ! ১ এপ্ৰিলৰ পৰা সলনি হ'ব financial ছেক্টৰৰ এইসমূহ নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.