• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬৬ বছৰ বয়সত সন্তান প্ৰসৱ! প্ৰথম সন্তান হোৱাৰ ৫দশকৰ পাছত আকৌ মাতৃ হ’ল ৬৬ বছৰীয়া প্ৰৌঢ়া

৬৬ বছৰ বয়সত সন্তান প্ৰসৱ! প্ৰথম সন্তান হোৱাৰ ৫দশকৰ পাছত আকৌ মাতৃ হ’ল ৬৬ বছৰীয়া প্ৰৌঢ়া

1 year ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

59 minutes ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

2 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

14 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

14 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

15 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

16 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

17 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

17 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

18 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

19 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

19 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬৬ বছৰ বয়সত সন্তান প্ৰসৱ! প্ৰথম সন্তান হোৱাৰ ৫দশকৰ পাছত আকৌ মাতৃ হ’ল ৬৬ বছৰীয়া প্ৰৌঢ়া

৬৬ বছৰ বয়সত সন্তান প্ৰসৱ! প্ৰথম সন্তান হোৱাৰ ৫দশকৰ পাছত আকৌ মাতৃ হ'ল ৬৬ বছৰীয়া প্ৰৌঢ়া

editor by editor
March 31, 2025
in জীৱনশৈলী
0
৬৬ বছৰ বয়সত সন্তান প্ৰসৱ! প্ৰথম সন্তান হোৱাৰ ৫দশকৰ পাছত আকৌ মাতৃ হ’ল ৬৬ বছৰীয়া প্ৰৌঢ়া
0
SHARES
295
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আলেকজেন্দ্ৰা হিল্ডব্ৰেণ্ডৰ বয়স ৬৬ বছৰ। এই বয়সত মাতৃ হৈছে জাৰ্মানীৰ এইগৰাকী প্ৰৌঢ়া। সদ্য়োজাতৰ জন্ম দি দশম সন্তানৰ মাতৃ হৈছে আলেকজেন্দ্ৰা। হাস্পতাল সূত্ৰৰ পৰা জনা গৈছে যে বিগত ১৯ মাৰ্চত চি ছেকছনৰ জৰিয়তে মাতৃ হৈছে আলেকজেন্দ্ৰা। স্বাভাৱিকভৱেই তেওঁ গৰ্ভধাৰণ কৰিছিল। কৃত্ৰিম উপায় আই ভি এফৰ অৱলম্বন কৰা নাছিল। মাতৃ আৰু সদ্যোজান সন্তান ফিলিপ দুজনেই সুস্থ বুলি জনাইছে হাস্পতাল কৰ্তৃপক্ষই।

জন্মৰ সময়ত ফিলিপৰ ওজন আছিল প্ৰায় ৩ কিঃগ্ৰাঃ ৫০০ গ্ৰাম। জানি আচৰিত হব যে ৭০ৰ দশকত আলেকজেন্দ্ৰা প্ৰথম মাতৃ হৈছিল। কন্যাসন্তানৰ জন্ম দিছিল তেওঁ। সেই কন্যাৰ বয়স এতিয়া ৪৬ বছৰ। তাৰপাছতেই আৰু ৮ সন্তানৰ জন্ম দিছে আলেকজেন্দ্ৰাই। প্ৰত্যেক বাৰেই কৰা হৈছে অস্ত্ৰোপচাৰো। ৫০ বছৰত তেওঁ নৱম সন্তানৰ জন্ম দিছিল। তাৰপাছতেই আকৌ ১৬ বছৰৰ পাছত ১৯ মাৰ্চত জন্ম দিয়ে দশম সন্তানৰ।

সংবাদমাধ্যমৰ সন্মুখত আলেকজেন্দ্ৰাই দিয়া সাক্ষাৎকাৰত কয় যে ডাঙৰ পৰিয়াল তেওঁ ভালপায়। কিন্তু সন্তানক ভালধৰণে পালন কৰাটো খুবেই প্ৰয়োজন। স্বাস্থ্যকৰ খাদ্য খুবেই প্ৰয়োজন। কোনো নিছাজাতীয় দ্ৰব্য কাহানিও তেওঁ সেৱন কৰি পোৱা নাই। নিয়মিত সাঁতোৰা, দৌৰা আদি শৰীৰ চৰ্চা কৰে। কোনো জটিলতা নোহোৱাকৈয়ে সেয়ে তেওঁ সন্তান জন্ম দিব পাৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আজি আপোনাৰ দিনটো কেনে যাব?

July 23, 2026
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

July 22, 2026
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?
জীৱনশৈলী

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

July 22, 2026
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
Next Post
নতুন অৰ্থবৰ্ষৰ আৰম্ভণিতেই জানি থওক এই জৰুৰী খবৰ! ১ এপ্ৰিলৰ পৰা সলনি হ’ব financial ছেক্টৰৰ এইসমূহ নিয়ম

নতুন অৰ্থবৰ্ষৰ আৰম্ভণিতেই জানি থওক এই জৰুৰী খবৰ! ১ এপ্ৰিলৰ পৰা সলনি হ'ব financial ছেক্টৰৰ এইসমূহ নিয়ম

জোৰ কৰি কুমাৰীত্ব পৰীক্ষা কৰাবলৈ বাধ্য কৰোৱাটো অপৰাধ তথা নাৰীৰ মৰ্যাদাৰ অধিকাৰ লংঘনকাৰীঃ ছত্তিশগড় হাইকৰ্ট

জোৰ কৰি কুমাৰীত্ব পৰীক্ষা কৰাবলৈ বাধ্য কৰোৱাটো অপৰাধ তথা নাৰীৰ মৰ্যাদাৰ অধিকাৰ লংঘনকাৰীঃ ছত্তিশগড় হাইকৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.