• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশিষ্ট সমাজকৰ্মী ৰাজকুমাৰ জৈনৰ দেহাৱসান

বিশিষ্ট সমাজকৰ্মী ৰাজকুমাৰ জৈনৰ দেহাৱসান

3 years ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

43 minutes ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

1 hour ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

1 hour ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

9 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

9 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

10 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

10 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

11 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

12 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

13 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

13 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিশিষ্ট সমাজকৰ্মী ৰাজকুমাৰ জৈনৰ দেহাৱসান

editor by editor
January 11, 2024
in অসম, জীৱনশৈলী
0
বিশিষ্ট সমাজকৰ্মী ৰাজকুমাৰ জৈনৰ দেহাৱসান
0
SHARES
320
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৫/০৩/১৯৪৪ ইং তাৰিখে জন্মগ্ৰহণ কৰা প্ৰয়াত ৰাজকুমাৰ জৈন বিশিষ্ট সমাজ সেৱি স্বৰ্গীয় ট্ৰিলক চন্দ্ৰ জৈনৰ দ্বিতীয় সন্তান আছিল। পলাশবাৰী চহৰত জন্ম গ্ৰহণ কৰা জৈন ১৯৫১ চনত অসমত হোৱা গৰাখহনীয়াত নিজৰ সৰ্বস্ব হেৰুৱাই। তাৰ পিছতো কম বয়সতে সম্পূৰ্ণ পৰিয়ালৰ বোজা নিজৰ কান্ধত লৈ ১০কিঃ মিঃ দূৰত্বত এখন নিৰ্জন ঠাইত বসবাস কৰিবলৈ আৰম্ভ কৰে।

কালক্ৰমত নিজৰ আৰু লগৰীয়া সকলৰ কষ্টৰ পৰিণতিত এখন নতুন ঠাইৰ জন্ম হয়। সেই ঠাইয়েই দক্ষিণ কামৰূপ অঞ্চলৰ সৰ্ববৃহৎ ব্যৱসায়িক ঠাই বিজয়নগৰ হিচাপে আজি আমাৰ সকলোৰে পৰিচিত। বিজয়নগৰ নিৰ্মানৰ ক্ষেত্ৰত তেখেতৰ অবদান অতুলনীয়। কালক্ৰমত বিজয়নগৰ জৈন সমাজ গঠিত হয়। সেই স্থানতেই দুবাৰকৈ পঞ্চ কল্যানক মেলাৰ আয়োজন হয়। সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ জৈন সমাজৰ সৰ্ববৃহৎ মেলা হিচাপে পৰিগণিত উক্ত মেলাত তেখেতৰ অবদান সমাজে কেতিয়াও পাহৰিব নোৱাৰে।

নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ লগতে সমাজৰ সকলো লোকৰে বিপদৰ সময়ত আগবাঢ়ি আহিছিল ৰাজকুমাৰ জৈন। বিজয়নগৰ ঠাইখিনিৰ উন্নতিৰ বাবে তেখেতে বিজয়নগৰ বিকাশ সমিতিৰ গঠন কৰে। বিজয় নগৰৰ ভক্তপ্ৰাণ বাসিন্দা সকলক লৈ তেখেতে দুখন বাছ লৈ দুমাহৰ বাবে সম্পূৰ্ণ ভাৰত তীৰ্থ ভ্ৰমণ কৰে। এই ভ্ৰমণত তেখেতৰ ভূমিকা চিৰস্মৰণীয়। ১০/০১/২০২৪ তাৰিখে এই মহান ব্যক্তিগৰাকীয়ে চিৰ বিদায় মাগিছে। তেখেতৰ বিদেশী আত্মাৰ সদগতিৰ কামনা কৰিছো অসম লাইভ২৪ পৰিয়ালেও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
Next Post
ৰোমাণ্টিক কিন্তু স্বাৰ্থপৰ! জানি থওক জীৱনসংগী হিচাপে কেনে হয় সিংহ ৰাশিৰ জাতক

ৰোমাণ্টিক কিন্তু স্বাৰ্থপৰ! জানি থওক জীৱনসংগী হিচাপে কেনে হয় সিংহ ৰাশিৰ জাতক

মই যাওঁগৈ, আপোনালোকে মোক নাপাহৰিব, মই মানুহ ভালপাও সেয়ে SOP মানি কথা ক’ব নোৱাৰো, অশ্ৰুসিক্ত নয়নেৰে আনুষ্ঠানিক ভাৱে বিদায় ল’লে IPSআনন্দ মিশ্ৰই

মই যাওঁগৈ, আপোনালোকে মোক নাপাহৰিব, মই মানুহ ভালপাও সেয়ে SOP মানি কথা ক'ব নোৱাৰো, অশ্ৰুসিক্ত নয়নেৰে আনুষ্ঠানিক ভাৱে বিদায় ল’লে IPSআনন্দ মিশ্ৰই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.