আজি পৱিত্ৰ ৰাখী বন্ধন৷ ভাতৃ-ভগ্নীৰ স্নেহৰ এটা বিশেষ দিন৷ শাওণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় এই দিনটো৷