• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ৰক্ষাবন্ধনত তিনিটাকৈ অশুভ যোগ, ৰাখী বন্ধাৰ বাবে মাথো সামান্য সময়, জানিবলৈ পঢ়ক এই খবৰ-

2 years ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

23 minutes ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

44 minutes ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

1 hour ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

2 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

3 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

4 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ ৰক্ষাবন্ধনত তিনিটাকৈ অশুভ যোগ, ৰাখী বন্ধাৰ বাবে মাথো সামান্য সময়, জানিবলৈ পঢ়ক এই খবৰ-

editor by editor
August 18, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কাইলৈ ৰক্ষাবন্ধনত তিনিটাকৈ অশুভ যোগ, ৰাখী বন্ধাৰ বাবে মাথো সামান্য সময়, জানিবলৈ পঢ়ক এই খবৰ-
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৰক্ষাবন্ধন, তিনিটাকৈ অশুভ যোগ, ৰাখী বন্ধনৰ বাবে মাথো সামান্য সময়, জানিবলৈ পঢ়ক এই খবৰ-

কাইলৈ ১৯ আগষ্ট তাৰিখ সোমবাৰে এই বৰ্ষৰ ৰক্ষা বন্ধনৰ দিন পৰিছে। এই দিনটোতে ভনী সকলে ভাতৃৰ হাতত ৰাখী বান্ধে। ভাতৃ সকলেও ভনী সকলৰ সুৰক্ষাৰ বাবে কথা দিয়ে।

পাছে শাস্ত্ৰ অনুসৰি এইবাৰ ৰাখী বন্ধনৰ দিনটোত তিনিটাকৈ অশুভ যোগ পৰিছে। যাৰ ফলত ৰাখী বন্ধাৰ বাবে ভনী সকলে মাথো কিছু সময়হে হাতত পাব। বাকী অধিকাংশ সময়ে অশুভ সময়।

এইবৰ্ষৰ ৰক্ষা বন্ধনত ভদ্ৰা কাল পৰিছে। ভদ্ৰা কালত ভাতৃৰ হাতত ৰাখী বন্ধাতো অশুভ বুলি ধৰা হয়। এই সময়খিনি অতিকে অশুভ বুলি ধৰা হয়। এই ভদ্ৰা কাল আজি মাজ নিশা ২.২১ বজাৰ পৰা কালি ১৯ আগষ্টৰ দুপৰীয়া ১.৩০ বজালৈ থাকিব। যাৰ অৰ্থ পুৱাৰ ভাগত ৰাখী বন্ধিব নোৱাৰিব।

দ্বিতীয়টো অশুভ যোগ পঞ্চক যোগ। এইবাৰ ৰাখী বন্ধন পঞ্চক যোগত পৰিছে। ৰক্ষা বন্ধনত সবাতোকৈ অশুভ যোগেই হৈছে পঞ্চাক যোগ। ৰাখীবন্ধনৰ উপৰিও অন্য কোনো শুভ কাৰ্যৰ বাবে যদি চিন্তা চৰ্চা কৰিছে তেন্তে পৰিহাৰ কৰক।

এই পঞ্চাক যোগ ১৯ আগষ্টৰ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হৈ ২৩ আগষ্টৰ সন্ধিয়া ৭.৫৮ বজাত অন্ত পৰিব।

তৃতিয়টো অশুভ কাল ৰাহু কাল। এই ৰাহু কাল কাইলৈ ১৯ আগষ্ট তাৰিখে পুৱা ৭.৩১ বজাৰ পৰা আৰম্ভ হৈ পুৱা ৯.০৮ বজালৈ থাকিব। সেয়ে পুৱা আৰু সন্ধিয়া দুয়োটা কালেই বেয়া ৰাখীবন্ধনৰ বাবে।

হিন্দু শাস্ত্ৰ অনুসৰি কাইলৈ ৰাখী বন্ধনৰ শুভ মুহুৰ্ত হৈছে দুপৰীয়াৰ পৰা আবেলিলৈ। দুপৰীয়া ১.৪৫ বজাৰ পৰা বিয়লি ৪.১৯ বজাৰ ভিতৰত অতিকে শুভ লগ্ন বুলি ধৰা হৈছে। মাথো ২ ঘণ্টা ৩৩ মিনিট সময়ে কাইলৈ ৰক্ষা বন্ধনৰ বাবে শুভ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Badhra KalPanchak YogRahu KalRakhirakhi bandhanraksha bandhan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ
জীৱনশৈলী

February 21, 2026
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?
জীৱনশৈলী

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?
জীৱনশৈলী

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

February 21, 2026
Next Post
শোকাৱহ, ৰক্ষাবন্ধন উপলক্ষে ঘৰলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ১০ নিহত, ২৯ আহত

অবিশ্বাস্য যেন লাগিলেও সঁচা, ৫০০ কেজি হ্ৰাস কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু বিশ্বৰ সবাতোকৈ শকত ব্যক্তিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন