• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নাটু নাটু’ৰে বিশ্ববাসীৰ চিনাকী ৰামচৰণে টুইটাৰত অনুসৰণ কৰে মাত্ৰ ৬ জন ব্যক্তিক, ৰামচৰণে ফ’ল কৰা এই ৬ ব্যক্তিৰ ব্যক্তিত্ব সঁচাকৈয়ে বিশেষ, কোন এই ৬ ব্যক্তি?

‘নাটু নাটু’ৰে বিশ্ববাসীৰ চিনাকী ৰামচৰণে টুইটাৰত অনুসৰণ কৰে মাত্ৰ ৬ জন ব্যক্তিক, ৰামচৰণে ফ’ল কৰা এই ৬ ব্যক্তিৰ ব্যক্তিত্ব সঁচাকৈয়ে বিশেষ, কোন এই ৬ ব্যক্তি?

3 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

1 hour ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

2 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

3 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

4 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

5 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

5 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

6 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

6 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

7 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

8 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘নাটু নাটু’ৰে বিশ্ববাসীৰ চিনাকী ৰামচৰণে টুইটাৰত অনুসৰণ কৰে মাত্ৰ ৬ জন ব্যক্তিক, ৰামচৰণে ফ’ল কৰা এই ৬ ব্যক্তিৰ ব্যক্তিত্ব সঁচাকৈয়ে বিশেষ, কোন এই ৬ ব্যক্তি?

editor by editor
March 25, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
‘নাটু নাটু’ৰে বিশ্ববাসীৰ চিনাকী ৰামচৰণে টুইটাৰত অনুসৰণ কৰে মাত্ৰ ৬ জন ব্যক্তিক, ৰামচৰণে ফ’ল কৰা এই ৬ ব্যক্তিৰ ব্যক্তিত্ব সঁচাকৈয়ে বিশেষ, কোন এই ৬ ব্যক্তি?
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বক্স অফিচত দুৰ্দান্ত সাফল্য। অস্কাৰৰ দৰে মঞ্চত বলীউডৰ বহু নামী-দামী অভিনেতাক পাছপেলাই উজলিছে দক্ষিণৰ অভিনেতা ৰামচৰণ। ‘RRR’ ছবিৰ ‘নাটু নাটু’ গীতে মৌলিক গীতৰ বাবে লাভ কৰিছে অস্কাৰ৷ কেৱল তেলেগু ছবিৰ জগততেই ৰামচৰণ জনপ্ৰিয় তেনে নহয়৷ তেওঁ এতিয়া দেশৰ লগতে বিদেশতো চৰ্চিত এটি নাম৷ কোটি কোটি অনুৰাগী ৰামচৰণৰ৷ সামাজিক মাধ্যমতো কেইবামিলিয়ন লোকে ফ’ল কৰে ৰামচৰণক৷ কিন্তু টুইটাৰত ৰামচৰণে কিমানক ফ’ল কৰে?

‘RRR’ৰ নাটু নাটু গীতে অস্কাৰ পোৱাৰ পিছতেই বাঢ়িছে ৰামচৰণৰ জনপ্ৰিয়তা৷ ‘RRR’ য়ে জনপ্ৰিয়তা বঢ়ালেও এই ছবি কৰাৰ পূৰ্বে ৰামচৰণে মগধীয়া, ধ্ৰুৱৰ দৰে ছুপাৰহীট ছবিত অভিনয় কৰিছে৷ টুইটাৰত ৰামচৰণৰ আছে ৩০ লাখ ফ’লৱাৰ্ছ৷ কিন্তু ৰামচৰণে টুইটযোগে কাক কাক অনুসৰণ কৰে? ৰামচৰণৰ টুইটাৰ একাউণ্টলৈ গ’লেই আপোনাৰো দৃষ্টিগোচৰ হ’ব এই কথা৷ ইমান লাখ লাখ ফ’লৱাৰ্ছ থাকিলেও ৰামচৰণে মাত্ৰ ৬ জন লোককহে ফ’ল কৰে৷

টুইটাৰত ৰামচৰণে যিসকলক ফ’ল কৰে তাৰ ভিতৰত আছে তেলেগু ছবিৰ জনপ্ৰিয় অভিনেতা চিৰঞ্জীৱী৷ চিৰঞ্জীৱী, ৰামচৰণৰ পিতৃ৷ ৰামচৰণৰ প্ৰিয় অভিনেতা বুলি ক’লেই প্ৰায়সময়তে তেওঁ পিতৃ চিৰঞ্জীৱীৰেই নাম লয়৷ শেহতীয়াভাৱে অস্কাৰ লাভ কৰাৰ পিছত ৰামচৰণে এক সাক্ষাৎকাৰত পিতৃ সম্পৰ্কত কৈছে, ‘আমি অস্কাৰ সলৈ দেশত উপস্থিত হওঁতে দেউতাই আমাক নিবলৈ দিল্লী এয়াৰপৰ্টলৈ আহিছিল৷ মোক লগ পাবলৈ দেউতাই কৰা হেঁপাহে মোক অস্কাৰতকৈও বেছি সুখ দিছে৷ হায়দৰাবাদত দেউতাক ৰ’বলৈ কৈছিলো যদিও তেওঁ ইমানেই উৎকণ্ঠিত হৈ আছিল যে দিল্লীলৈকে গুচি আহিছিল৷’

ৰামচৰণে দ্বিতীয়তে তেওঁৰ টুইটাৰ একাউণ্টত ফ’ল কৰে, ছবি পৰিচালক ৰাজামলীক৷ পৰিচালক ৰাজামলীও ৰামচৰণৰ অন্য এজন প্ৰিয় ব্যক্তি৷ ৰাজামলী সন্দৰ্ভত ৰামচৰণে কৈছিল, ‘মই ১৪ বছৰ পূৰ্বেই মগধীৰা নামৰ ছবিখন কৰিছিলো৷ মই ভাল পৰিচালকৰ সৈতে কাম কৰি ভালপাওঁ৷ ৰাজামলী সদায়ে মোৰ প্ৰিয় ছবি পৰিচালকৰ ভিতৰত এজন৷ ৰাজামলীয়ে মোক পৰিচয় দিছে৷ তেওঁৰ সৈতে কাম কৰাটো কোনো এখন বিদ্যালয়ত গৈ শিক্ষা লোৱাৰ দৰে কথা৷ মই দেউতাৰ পিছতেই সন্মান কৰা ব্যক্তিৰ তালিকাত সদায়ে তেওঁ আছে৷’

তৃতীয়তে ৰামচৰণে ফ’ল কৰে তেওঁৰ পত্নী উপাসনাক৷ পত্নীৰ প্ৰশংসাও বহুসময়ত কৰে ৰামচৰণে৷ ২০১২ চনত উপাসনাক বিয়া কৰাইছিল ৰামচৰণে৷ উপাসনাৰ পাছতেই চতুৰ্থতে ৰামচৰণে ফ’ল কৰে তেওঁৰ খুড়াক পৱন কল্যানক৷

পঞ্চমত আছে তেলেগু ছবি পৰিচালক শংকৰ সন্মুগম৷ পৰিচালক শংকৰ সন্মুগমৰ নতুন ছবি ‘আৰচি১৫’ ত অভিনয় কৰিছে ৰামচৰণে৷ এই ছবিয়েও ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিব বুলি আশাবাদী ৰামচৰণ৷ ৰাজনৈতিক থ্ৰিলাৰ ছবিখন কৰাৰ বহু পূৰ্বৰে পৰাই ৰামচৰণে পৰিচালক শংকৰক ফ’ল কৰি আহিছে৷ ৰামচৰণৰ এই ৰাজনৈতিক থ্ৰিলাৰ ছবিখনত ৰামচৰণৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে কিয়াৰা আদৱানীয়েও৷

ষষ্ঠতে ৰামচৰণে ফ’ল কৰে মহিন্দ্ৰা গোষ্ঠীৰ চেয়াৰমেন আনন্দ মহিন্দ্ৰাক৷ আনন্দ মহিন্দ্ৰাৰ সৈতে ৰামচৰণৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা হেতুকেই টুইটাৰত ৰামচৰণে ফ’ল কৰে আনন্দ মহিন্দ্ৰাক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
Next Post
‘মিছেছ কোহলি’ মাতোতেই খঙত অগ্নিশৰ্মা হৈ পৰিল অনুষ্কা? কিন্তু কিয় খং উঠিল অনুষ্কাৰ?

‘মিছেছ কোহলি’ মাতোতেই খঙত অগ্নিশৰ্মা হৈ পৰিল অনুষ্কা? কিন্তু কিয় খং উঠিল অনুষ্কাৰ?

পত্নীৰ সৈতে শাৰীৰিক-মানসিকভাৱে সুখী নহয় স্বামী! স্বামীৰ বাবে এগৰাকী প্ৰেয়সী বিচাৰি পত্নীৰ ফেছবুক প’ষ্ট, আছে কেইটামান চৰ্তও…

পত্নীৰ সৈতে শাৰীৰিক-মানসিকভাৱে সুখী নহয় স্বামী! স্বামীৰ বাবে এগৰাকী প্ৰেয়সী বিচাৰি পত্নীৰ ফেছবুক প’ষ্ট, আছে কেইটামান চৰ্তও...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.