• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

3 weeks ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

19 minutes ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

31 minutes ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

48 minutes ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

1 hour ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

2 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

3 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

3 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

4 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

5 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

5 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

6 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

প্ৰধানমন্ত্ৰীৰ জন্মদিনত অভিনেতাগৰাকীৰ বিশেষ ঘোষণাত অনুৰাগীসকল আপ্লুত হৈ পৰে।

editor by editor
September 18, 2026
in বিনোদন, বিবিধ, লেখা
0
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰণবীৰ সিঙৰ মহানুভৱতা। এইবাৰ আকৌ এবাৰ ডাঙৰ চমক দিছে বলীউডৰ এইগৰাকী ছুপাৰষ্টাৰে। এফালে ঘৰলৈ নতুন আলহী আহি আছে আনফালে দ্বিতীয় বাৰৰ বাবে পিতৃ হ’বলৈও গৈ আছে। এই সুখৰ পৰিবেশৰ মাজতে গণেশ চতুৰ্থীৰ আনন্দত ভোগ কৰি আছে অভিনেতাগৰাকী। শেহতীয়াকৈ তেওঁ মুম্বাইৰ বিখ্যাত লাল বাঘচা ৰাজাত উপস্থিত হয়। অৱশ্যে তেওঁ কেৱল পূজা কৰাই নহয়, এই দিনটোত তেওঁ এটা ডাঙৰ সংকল্পও লয়।

মোদীৰ জন্মদিনত বিশেষ পদক্ষেপ

যোৱা ১৭ ছেপ্টেম্বৰ বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। এই বিশেষ দিনটোত ৰণবীৰ সিঙে ‘সেৱ সংকল্প অভিযান’ত যোগদান কৰে। তেখেতে সমাজৰ ১০০০ কন্যা সন্তানৰ শিক্ষাৰ সম্পূৰ্ণ দায়িত্ব ল’ব বুলি ঘোষণা কৰিছে। অভিনেতাগৰাকীৰ মতে, ভগৱানৰ আশীৰ্বাদত যোৱা এটা বছৰ তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বাবে অসাধাৰণ হৈ পৰিছে। গতিকে, বাপ্পাক ধন্যবাদ জনাই তেওঁ এই বিশেষ দিনটোত ইমান সুন্দৰ উদ্যোগ লৈছিল। সংবাদ মাধ্যমৰ সন্মুখত ৰণবীৰে কয়, “ইয়াত উপস্থিত হৈ বৰ ভাল লাগিছে। গণেশ ঠাকুৰৰ কৃপাত যোৱা এবছৰটো মোৰ আৰু মোৰ পৰিয়ালৰ বাবে আনন্দৰ বাহিৰে আন একো নহয়।”

ঘৰলৈ আহি আছে নতুন আলহী

ৰণবীৰ আৰু দীপিকা পাডুকন দম্পতীৰ বাবে এই মাহটো অতি বিশেষ। এই মাহত তেওঁলোকৰ দ্বিতীয় সন্তানে পৃথিৱীৰ পোহৰ চাবলৈ ওলাইছে। পৰিয়ালত সুখৰ অন্ত নাই। অনুৰাগীৰ সৈতে নিজৰ আনন্দৰ কথা ব্যক্ত কৰি অভিনেতাগৰাকীয়ে কয় যে, “আমি ইয়ালৈ আহিছো বাপ্পাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ। আমি ভৱিষ্যত জীৱনৰ বাবে তেওঁৰ আশীৰ্বাদ বিচাৰি আহিছো।” তেওঁৰ কথাই স্পষ্টকৈ দেখুৱাইছে যে তেওঁ নতুন অতিথিৰ আগমনৰ আগতে ঈশ্বৰৰ আশীৰ্বাদ লৈ খোজ কাঢ়িব বিচাৰে। জীৱনত ইমান সুন্দৰ সময় অতিবাহিত কৰাৰ বাবে ভগৱানৰ প্ৰতি তেওঁৰ কৃতজ্ঞতা প্ৰকাশে তেওঁৰ অনুৰাগীৰ হৃদয় চুই গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?
বিনোদন

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

October 8, 2026
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?
অসম

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?
অসম

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

October 8, 2026
Next Post
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ'ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.