• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰৰ পাছত বিৰল ৰাজযোগ গঠন শনিৰ, এই মাহতেই অৰ্থ সম্পদেৰে ভৰিব ৩ৰাশিৰ জীৱন

৩০ বছৰৰ পাছত বিৰল ৰাজযোগ গঠন শনিৰ, এই মাহতেই অৰ্থ সম্পদেৰে ভৰিব ৩ৰাশিৰ জীৱন

1 year ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

15 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

16 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

16 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

17 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

17 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

18 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

19 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

20 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

20 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

21 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

21 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰৰ পাছত বিৰল ৰাজযোগ গঠন শনিৰ, এই মাহতেই অৰ্থ সম্পদেৰে ভৰিব ৩ৰাশিৰ জীৱন

৩০ বছৰৰ পাছত বিৰল ৰাজযোগ গঠন শনিৰ, এই মাহতেই অৰ্থ সম্পদেৰে ভৰিব ৩ৰাশিৰ জীৱন

editor by editor
June 25, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
৩০ বছৰৰ পাছত বিৰল ৰাজযোগ গঠন শনিৰ, এই মাহতেই অৰ্থ সম্পদেৰে ভৰিব ৩ৰাশিৰ জীৱন
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্মফলদাতা শনিয়ে এটা এটা ৰাশিত আঢ়ৈ বছৰ অৱস্থান কৰে৷ সেই কাৰণেই ১২ ৰাশিৰ চক্ৰ ঘুৰিবলৈ শনিৰ ৩০ বছৰ সময় লাগে৷ বৈদিক জ্যোতিষমতে শনিৰ গোচৰ অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা৷ এই বছৰ ২৯ মাৰ্চত শনিয়ে ৰাশিচক্ৰৰ শেষ ৰাশি মীনত প্ৰৱেশ কৰিছে৷ আগন্তুক ১৩ জুলাইৰ পৰা আৰম্ভ হব শনিৰ বক্ৰী চলন৷ এই বিপৰীতমুখী চলন জাৰি থাকিব ২৮ নৱেম্বৰ পৰ্যন্ত৷

৩০ বছৰ পাছত সমসপ্তক ৰাজযোগ গঠন

আগন্তুক মাহত শনিৰ বক্ৰীচলন আৰম্ভ হোৱাৰ লগে লগে বুধৰ সৈতে গঠিত হব সমসপ্তক ৰাজযোগ৷ ৩০ বছৰ পাছত এই বিৰল ৰাজযোগ গঠিত হব৷ জ্যোতিষ গণনা অনুসৰি এই ৰাজযোগৰ প্ৰভাৱ সকলো ৰাশিৰ জাতকৰ ওপৰত পৰিলেও তিনি ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হব৷ এওঁলোকে কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব৷ চাকৰিত প্ৰমোছন পাব পাৰে৷ প্ৰেমৰ সম্পৰ্ক আৰু গাঢ় হব৷ জানি থওক সমসপ্তক ৰাজযোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ৷

বৃষ ৰাশি

জুলাই মাহত শনি বক্ৰী হলে বৃষ ৰাশিৰ জাতকৰ সৌভাগ্যৰ দুৱাৰ খুলিব৷ বুধ আৰু শনিৰ যুঁটিত সমসপ্তক ৰাজযোগ গঠিত হলে আৰ্থিক পৰিস্থিতি মজবুত হব আপোনাৰ৷ এক ধাক্কাত বহু পৰিমাণে আয় বাঢ়িব৷ নানান সূত্ৰৰ পৰা অৰ্থলাভ হব৷ আত্মবিশ্বাস বাঢ়িব আৰু পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল পাব৷

কৰ্কট ৰাশি

৩০ বছৰৰ পাছত সমসপ্তক ৰাজযোগ গঠিত হলে তাৰ শুভ প্ৰভাৱ পৰিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত আপুনি যি কাম কৰিব তাতেই সাফল্য পাব৷ সকলো আৰ্থিক সমস্যা দূৰ হব৷ পৰিয়ালত কোনো শুভ অনুষ্ঠান হব পাৰে৷ অফিচত সহকৰ্মী আৰু ঊৰ্ধতন কৰ্তৃপক্ষৰ সমৰ্থন থাকিব আপোনাৰ সৈতে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব৷

মীন ৰাশি

সমসপ্তক ৰাজযোগৰ প্ৰভাৱত পজিটিভ ফল থাকিব মীন ৰাশিৰ জাতকৰ জীৱনত৷ মীন ৰাশিত চলিছে শনিৰ চাৰেসাতি দশাৰ দ্বিতীয় পৰ্যায়৷ এই সময়ত নানান সমস্যা থাকিব মীন ৰাশিৰ জাতকৰ জীৱনত৷ সমসপ্তক ৰাজযোগত তাৰ মাজতেই কিছু ৰেহাই পাব এই ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ আৰ্থিক লাভ হব পাৰে৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ কেৰিয়াৰত নতুন উন্নতি কৰিব পাৰে৷ সংসাৰত সুখৰ পৰিবেশ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫ সামগ্ৰী, শিৱৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫ সামগ্ৰী, শিৱৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

সফল উৎক্ষেপণ! ১২বাজি ১ মিনিটত শুভাংশুক লৈ উৰিল ড্ৰেগণ, ৰাকেশ শৰ্মাৰ ৪১ বছৰ পাছত দ্বিতীয়গৰাকী ভাৰতীয় নভোশ্চৰ মহাকাশলৈ

সফল উৎক্ষেপণ! ১২বাজি ১ মিনিটত শুভাংশুক লৈ উৰিল ড্ৰেগণ, ৰাকেশ শৰ্মাৰ ৪১ বছৰ পাছত দ্বিতীয়গৰাকী ভাৰতীয় নভোশ্চৰ মহাকাশলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.