• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একাদশীত অৰ্থলাভ ৪ৰাশিৰ, বাকীসকলৰ ভাগ্যত কি আছে?

একাদশীত অৰ্থলাভ ৪ৰাশিৰ, বাকীসকলৰ ভাগ্যত কি আছে?

2 years ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

3 minutes ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

23 minutes ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

1 hour ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

2 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

3 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

4 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

4 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

5 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

6 hours ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

7 hours ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একাদশীত অৰ্থলাভ ৪ৰাশিৰ, বাকীসকলৰ ভাগ্যত কি আছে?

একাদশীত অৰ্থলাভ ৪ৰাশিৰ, বাকীসকলৰ ভাগ্যত কি আছে?

editor by editor
October 27, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
একাদশীত অৰ্থলাভ ৪ৰাশিৰ, বাকীসকলৰ ভাগ্যত কি আছে?
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি দেওবাৰ ২৭ অক্টোবৰ চন্দ্ৰই আজি দিনে নিশাই সিংহ ৰাশিত অৱস্থান কৰিব৷ এই সময়ত সূৰ্য আছে তুলা ৰাশিত৷ আজি কাতি মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথি৷ এই তিথিত দিনে নিশাই ব্ৰহ্মা যোগৰ প্ৰভাৱ আহিছে৷ ইয়াৰোপৰি আজি প্ৰথমে মঘা নক্ষত্ৰ আৰু তাৰপাছত থাকিব পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ আজি পুৱা ৬ বাজি ৩০ মিনিটত সুৰ্যোদয় আৰু সন্ধিয়া ৫বাজি ৪০ মিনিটত সূৰ্যাস্ত হ’ব৷ হিন্দুধৰ্ম অনুসৰি দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ এই সকলো শুভ যোগৰ প্ৰভাৱত আজিৰ দিনটো কোন কোন ৰাশিৰ জাতকৰ বাবে ভাল হ’ব? অন্যান্য ৰাশিৰ জাতক আজি নানান সৰু ডাঙৰ সমস্যাৰ মুখত পৰিব৷ সূৰ্যৰ আশীৰ্বাদ কোন ৰাশিৰ জাতকৰ ওপৰত কেনেকৈ পৰিব জানক সবিশেষ৷

মেষ ৰাশি

মেষ ৰাশিৰ যি জাতকে বীমাৰ কাম কে তেওঁলোকৰ বাবে দিনটো ভাল৷ জীৱনসংগীৰ সৈতে ভাল সময় কটাব৷ পাৰিবাৰিক ব্যয়ৰ কাৰণে মানসিক অৱসাদ বাঢ়িব৷ আদালতত গোচৰ চলিলে পৰিস্থিতি আপোনাৰ পক্ষে শুভ হ’ব৷ কাৰ্যালয়ত কোনো সহকৰ্মীয়ে আপোনাৰ সৈতে বিশ্বাসঘাতকতা কৰিব পাৰে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকে সন্তানৰ ভৱিষ্যৎ সংক্ৰান্তীয় সু সংবাদ পাব পাৰে৷ ব্যৱসায়ীসকলে সু সংবাদ পাব পাৰে৷ সন্ধিয়াবেলা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ ভাতৃৰ সহায় পাব৷ সামাজিক কামত অংশ ল’ব পাৰে৷ মাতৃৰ তৰফৰ পৰা সহায় পাব৷ অতিথিৰ আগমন হ’ব পাৰে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো মোটামুটি দূৰ হ’ব৷ কৰ্মক্ষেত্ৰত গোপন শত্ৰুৱে আপোনাৰ লোকচান কৰাৰ চেষ্টা কৰিব পাৰে৷ সতৰ্ক থাকক৷ বুদ্ধি খটুৱাই সমস্ত সমস্যাৰ সমাধান কৰিব পাৰে৷ আৰ্থিক জীৱনত অৱসাদ থাকিব৷ ব্যয় নিয়ন্ত্ৰণত ৰাখক৷ মাতৃৰ সৈতে মনোমালিন্য সম্ভৱ৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকে জীৱনসংগীৰ আৱেগ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব ৰাখক৷ আপোনাৰ সম্পৰ্ক মজবুত হ’ব৷ প্ৰেম জীৱন আনন্দেৰে কটাব৷ হেৰাই যোৱা সামগ্ৰী ঘূৰাই পাব৷ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ সহযোগীতা লাভ কৰিব৷ অসম্পূৰ্ণ লক্ষ্য পূৰণত সফল হ’ব৷ প্ৰশাসনৰ সহযোগিতাত কাম সম্পন্ন হ’ব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকে বিৰোধীৰ বাবে সমস্যাত পৰিব৷ কোনোৱে আপোনাৰ কাম সম্পাদনত সহায় কৰিব পাৰে৷ সন্তানৰ ভৱিষ্যৎ সংক্ৰান্তিয় সুসংবাদ পাব পাৰে৷ আপোনাৰ পথ প্ৰদৰ্শনৰ দ্বাৰা অন্য লোকসকল লাভৱান হ’ব৷ সামাজিক পৰিসৰ বৃদ্ধি পাব৷ সকলোৱে আপোনাৰ সৈতে বন্ধুত্ব গঢ়াৰ চেষ্টা কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?
জীৱনশৈলী

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

May 25, 2026
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান
জীৱনশৈলী

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

May 25, 2026
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

May 25, 2026
Next Post
প্ৰতি মাহে ৫হাজাৰকৈ বিনিয়োগ কৰিলে কিমান বছৰত ৫লাখ ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ৫হাজাৰকৈ বিনিয়োগ কৰিলে কিমান বছৰত ৫লাখ ৰিটাৰ্ণ পাব?

ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই

ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.