• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ৰ আৰম্ভণিতেই মালব্য ৰাজযোগ, ভাগ্যত ৰাজসুখ আছে এই ৩ৰাশিৰ

২০২৫ৰ আৰম্ভণিতেই মালব্য ৰাজযোগ, ভাগ্যত ৰাজসুখ আছে এই ৩ৰাশিৰ

1 year ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

16 minutes ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

40 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

1 hour ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

2 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

5 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

18 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ৰ আৰম্ভণিতেই মালব্য ৰাজযোগ, ভাগ্যত ৰাজসুখ আছে এই ৩ৰাশিৰ

২০২৫ৰ আৰম্ভণিতেই মালব্য ৰাজযোগ, ভাগ্যত ৰাজসুখ আছে এই ৩ৰাশিৰ

editor by editor
December 10, 2024
in জীৱনশৈলী
0
২০২৫ৰ আৰম্ভণিতেই মালব্য ৰাজযোগ, ভাগ্যত ৰাজসুখ আছে এই ৩ৰাশিৰ
0
SHARES
17.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ চন শেষ হৈ নতুন বছৰ আৰম্ভ হ’বলৈ মাত্ৰ মাত্ৰ কেইটামান দিন৷ জ্যোতিষ গণনা অনুসৰি আগন্তুক বৰ্ষটোত কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰহই নিজৰ স্থান পৰিবৰ্তন কৰিব৷ ২০২৫ ত যিসমূহ গ্ৰহই ৰাশি সলনি কৰিব, তাৰ ভিতৰত আছে শুক্ৰ, শনি, ৰাহু আৰু কেতু৷ শুক্ৰক কোৱা হয় দৈত্যাচাৰ্য৷ আগন্তুক বছৰ ২৮ জানুৱাৰীত এই গ্ৰহই মীন ৰাশিত গোচৰ কৰিব৷ ৩১ মে পৰ্যন্ত মীন ৰাশিতেই থাকিব শুক্ৰ৷

জ্যোতিষ অনুসৰি শুক্ৰ হৈছে তুলা আৰু বৃষ ৰাশিৰ অধিপতি গ্ৰহ৷ কন্যা ৰাশিত শুক্ৰ নীচস্থ আৰু মীন ৰাশিত শুক্ৰ উচ্চস্থ৷ আগন্তুক ২৮ জানুৱাৰীত মীন ৰাশিত গোচৰ কৰি মালব্য ৰাজযোগ গঠন কৰিব শুক্ৰই৷ ৩১ মে পৰ্যন্ত চাৰি মাহ মালব্য ৰাজযোগ থাকিব৷ ইয়াৰ প্ৰভাৱত সুখ আৰু সমৃদ্ধি বাঢ়িব তিনি ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক নতুন বছৰত ৰাজসুখ লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশি

মীন ৰাশিতেই শুক্ৰৰ গোচৰৰ ফলত মালব্য ৰাজযোগ গঠিত হ’ব৷ মীনৰ জাতকে আগন্তুক বছৰ এই ৰাজযোগৰ প্ৰভাৱত লাভবান হ’ব৷ যিসকল এতিয়াও চিংগল তেওঁলোকে বিয়াৰ প্ৰস্তাৱ পাব পাৰে৷ আয়ৰ নতুন পথ আপোনাৰ সন্মুখত খুলি যাব৷ ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ সৃজনশীল কামৰ প্ৰতি আগ্ৰহ বাঢ়িব মীন ৰাশিৰ জাতকৰ৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক সুখৰ হ’ব৷

ধনু ৰাশি

মালব্য ৰাজযোগৰ প্ৰভাৱত ২০২৫ত ঋণৰ ভাৰৰ পৰা মুক্তি পাব ধনু ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপুনি মানসিকভাৱে বহু পৰিমানে সুখী থাকিব৷ সকলো কামত আৰু ভাল পাৰ্ফৰমেন্স কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ নতুন বছৰত প্ৰমোছন আৰু ইনক্ৰিমেণ্ট পাব পাৰে ধনু ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ যিসকলে সংবাদমাধ্যম, টেলিমাৰ্কেটিং, এভিয়েছন, সাহিত্যচৰ্চা বা ফিল্ম ইণ্ডাষ্ট্ৰিৰ সৈতে যুক্ত তেওঁলোকে হঠাৎ প্ৰচুৰ অৰ্থলাভ কৰিব৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে নতুন বছৰত কোনো ডাঙৰ কাম আৰম্ভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
Next Post
নতুন প্ৰকল্প আৰম্ভ কৰিছে কেন্দ্ৰই, প্ৰতিমাহে মহিলাসকলে পাব ৭০০০কৈ টকা

নতুন প্ৰকল্প আৰম্ভ কৰিছে কেন্দ্ৰই, প্ৰতিমাহে মহিলাসকলে পাব ৭০০০কৈ টকা

ধনু সংক্ৰান্তিলৈ মাত্ৰ কেইটামান দিন, সূৰ্যৰ গোচৰত ভাল দিন আহি আছে এই ৩ৰাশিৰ জীৱনলৈ

ধনু সংক্ৰান্তিলৈ মাত্ৰ কেইটামান দিন, সূৰ্যৰ গোচৰত ভাল দিন আহি আছে এই ৩ৰাশিৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.