• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন প্ৰকল্প আৰম্ভ কৰিছে কেন্দ্ৰই, প্ৰতিমাহে মহিলাসকলে পাব ৭০০০কৈ টকা

নতুন প্ৰকল্প আৰম্ভ কৰিছে কেন্দ্ৰই, প্ৰতিমাহে মহিলাসকলে পাব ৭০০০কৈ টকা

2 years ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

44 minutes ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

1 hour ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

2 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

2 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

3 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

3 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

4 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

5 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী নিমিষা, আৰক্ষীয়ে এক্সন ল’বই’, ক’লে মুখ্যমন্ত্ৰীয়ে

8 hours ago
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

8 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? মহিলাৰ মন জয় কৰা পুৰুষৰ কেইটামান বিশেষ গুণ 

8 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

LPG চিলিণ্ডাৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন প্ৰকল্প আৰম্ভ কৰিছে কেন্দ্ৰই, প্ৰতিমাহে মহিলাসকলে পাব ৭০০০কৈ টকা

নতুন প্ৰকল্প আৰম্ভ কৰিছে কেন্দ্ৰই, প্ৰতিমাহে মহিলাসকলে পাব ৭০০০কৈ টকা

editor by editor
December 10, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
নতুন প্ৰকল্প আৰম্ভ কৰিছে কেন্দ্ৰই, প্ৰতিমাহে মহিলাসকলে পাব ৭০০০কৈ টকা
0
SHARES
274
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ জনগণৰ বাবে নানান ধৰণৰ প্ৰকল্প আছে কেন্দ্ৰৰ৷ ইয়াৰোপৰি নাৰীৰ ক্ষমতায়নক আগুৱাই নিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ নাৰীৰ সুবিধাৰ্থে আছে কেইবাটাও প্ৰকল্প৷ এইবাৰ আন এক নতুন প্ৰকল্প আনিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ৷ আৰম্ভ হৈছে বীমা সখী যোজনা৷

৯ ডিচেম্বৰ সোমবাৰে হাৰিয়ানাৰ পানিপথত বিকাশ ভাৰত অনুষ্ঠানত এই প্ৰকল্পৰ শুভ সূচনা কৰা হৈছে৷ মূলত গাওঁৰ মহিলাসকলৰ বাবে এই প্ৰকল্প৷ মহিলাসকলক লাইফ ইনছুৰেন্স কৰ্পৰেছন অফ ইণ্ডিয়াৰ বীমা সখী এজেণ্ট হিচাপে কাম দিয়া হ’ব৷ গাওঁ অঞ্চলত মহিলাসকলৰ বাবে চাকৰি আৰু কৰ্মসংস্থানৰ সুযোগ সাধাৰণতে খুবেই কম৷ এই চৰকাৰী উদ্যোগৰ ফলত মহিলাসকল স্বনিৰ্ভৰ হোৱাৰ সুযোগ পাব৷ এই প্ৰকল্পত নাম অন্তৰ্ভুক্তিৰ পাছত মহিলাসকলে পাব প্ৰতিমাহে ৭ হাজাৰকৈ টকা৷

যিসকলে এই প্ৰকল্পত নাম নথিভুক্ত কৰিব প্ৰথম বছৰতে তেওঁলোকে প্ৰতিমাহে ৭হাজাৰকৈ টকা পাব৷ দ্বিতীয় বছৰত প্ৰতি মাহে ৬হাজাৰ টকালৈ কমি যাব৷ তৃতীয় বছৰত প্ৰতিমাহে পাব ৫হাজাপ টকা৷ ইয়াৰোপৰি তেওঁলোকে প্ৰতিমাহে ২১ হাজাৰ পৰ্যন্ত পাব পাৰে৷ বীমান লক্ষ্যমাত্ৰা পূৰণত কমিছনভিত্তিক পুৰস্কাৰো প্ৰদান কৰা হ’ব৷

প্ৰকল্পৰ প্ৰথম দফাত ৩৫ হাজাৰ মহিলাক বিমা এজেণ্ট হিচাপে নিয়োগ কৰা হ’ব৷ ভৱিষ্যতে আৰু ৫০ হাজাৰ মহিলাক এই প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰাৰ চিন্তা কৰিছে মোদী চৰকাৰে৷ প্ৰাথমিকভাৱে এই প্ৰকল্পটো কেৱল হাৰিয়ানাতেই আৰম্ভ হৈছে৷ ধীৰে ধীৰে ই দেশজুৰি আৰম্ভ হ’ব৷ ১৮ৰ পৰা ৫০ বছৰীয়া যিকোনো তৰুণী বা মহিলাই এই প্ৰকল্পত নাম লিখাব পাৰে৷ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা মাধ্যমিক পাছ হ’ব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!
জীৱনশৈলী

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

September 28, 2026
জুবিনবিহীন অসম, জুবিনময় অসম
সমীক্ষণ (আলোচনী)

জুবিনবিহীন অসম, জুবিনময় অসম

September 28, 2026
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
অসম

‘মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী নিমিষা, আৰক্ষীয়ে এক্সন ল’বই’, ক’লে মুখ্যমন্ত্ৰীয়ে

September 28, 2026
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ
বিশ্ব

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

September 28, 2026
Next Post
ধনু সংক্ৰান্তিলৈ মাত্ৰ কেইটামান দিন, সূৰ্যৰ গোচৰত ভাল দিন আহি আছে এই ৩ৰাশিৰ জীৱনলৈ

ধনু সংক্ৰান্তিলৈ মাত্ৰ কেইটামান দিন, সূৰ্যৰ গোচৰত ভাল দিন আহি আছে এই ৩ৰাশিৰ জীৱনলৈ

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.