• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ শনি ত্ৰয়োদশীত ৰাশি পৰিবৰ্তন যোগ, গ্ৰহৰাজৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈ শনি ত্ৰয়োদশীত ৰাশি পৰিবৰ্তন যোগ, গ্ৰহৰাজৰ কৃপা থাকিব ৫ৰাশিত

2 years ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

3 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

4 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

4 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

5 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

5 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

6 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

7 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

8 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

8 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

9 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

10 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ শনি ত্ৰয়োদশীত ৰাশি পৰিবৰ্তন যোগ, গ্ৰহৰাজৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈ শনি ত্ৰয়োদশীত ৰাশি পৰিবৰ্তন যোগ, গ্ৰহৰাজৰ কৃপা থাকিব ৫ৰাশিত

editor by editor
December 27, 2024
in জীৱনশৈলী
0
কাইলৈ শনি ত্ৰয়োদশীত ৰাশি পৰিবৰ্তন যোগ, গ্ৰহৰাজৰ কৃপা থাকিব ৫ৰাশিত
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৮ ডিচেম্বৰ ২০২৪ শনিবাৰে চন্দ্ৰই দিনজুৰি বৃশ্চিক ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহৰ কৃষ্ণা ত্ৰয়োদশী তিথি৷ কাইলৈ নিশা ৩ বাজি ৩২ মিনিট পৰ্যন্ত ত্ৰয়োদশী তিথি থাকিব৷ তাৰপাছতেই পুহৰ কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ শূল যোগ আৰু গণ্ড যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে অনুৰাধা নক্ষত্ৰ আৰু পাছত জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে গ্ৰহৰাজৰ বাবে নিৰ্দিষ্ট দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

২৮ ডিচেম্বৰত জীৱনত সকলো সুখ সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ সাহস আৰু ধৈৰ্য্য দুইটাই বৃদ্ধি পাব৷ শত্ৰুৱে কাইলৈ গ্ৰহৰাজৰ কৃপাত মেষ ৰাশিৰ জাতকৰ সন্মুখত পৰাজিত হ’ব৷ সামাজিক জনসেৱামূলক কামত কাইলৈ বেছিকৈ যোগ দিব আপুনি৷ যিয়ে চাকৰিৰ চেষ্টা কৰি আছে তেওঁলোকে কাইলৈ কোনো ডাঙৰ কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ পৰিয়ালত সুখ থাকিব৷

সিংহ ৰাশি

কাইলৈ দিনটো ৰাশি পৰিবৰ্তন যোগৰ শুভ প্ৰভাৱত সৌভাগ্যময় হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি নিজৰ সকলো কাম সাফল্যৰ সৈতে সম্পন্ন হ’ব৷ শত্ৰুৱে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিলেও ব্যৰ্থ হ’ব৷ আপুনি নিজৰ বুদ্ধি আৰু দক্ষতা দি কৰ্মক্ষেত্ৰৰ কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰে৷ আইনী জটিলতা দূৰ হ’ব৷

তুলা ৰাশি

কাইলৈ দিনটো বিশেষভাৱে সৌভাগ্যপূৰ্ণ হ’ব পাৰে তুলা ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ কোনো সূত্ৰৰ পৰা আপুনি হঠাৎ অতিৰিক্ত অৰ্থ লাভ কৰিব পাৰে৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভবান হ’ব পাৰে৷ যি বিষয়সমূহত ইমানদিন আপোনাৰ কামত বাধা তৈয়াৰ হৈছিল সেই সকলো বাধা দূৰ হ’ব৷ তুলা ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে কাইলৈ লিখাপঢ়াত বিশেষ সাফল্য লাভ কৰিব৷

ধনু ৰাশি

কাইলৈ অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱত কোনো বৃহৎ সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰি আছে৷ কাইলৈ নিজৰ জ্ঞান আৰু বুদ্ধিৰ জোৰত সকলো বিপদ দূৰ হ’ব৷ কেৰিয়াৰত কাইলৈ বৃহৎ সাফল্য লাভৰ যোগ আছে৷ বেছ কিছু অতিৰিক্ত অৰ্থপ্ৰাপ্তি হ’ব পাৰে৷ আপোনাৰ ওপৰত থকা মানসিক চাপ এইবাৰ দূৰ হ’ব৷

মকৰ ৰাশি

কাইলৈ দিনজুৰি শনিৰ আশীৰ্বাদ থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সমাজত কোনো উচ্চস্থান আপুনি লাভ কৰিব পাৰিব৷ কাইলৈ মকৰ ৰাশিৰ জাতকে সকলো বিষয়তে পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন পাব৷ কাইলৈ আপুনি যি কামত হাত দিব তাতেই সাফল্য পাব৷ কাইলৈ কৰোবাত বিনিয়োগ কৰিলে লাভ হ’ব৷ ব্যৱসায়ত কাইলৈ ডাঙৰ লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

October 16, 2026
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!
জীৱনশৈলী

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

October 16, 2026
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস
জীৱনশৈলী

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

October 16, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

October 16, 2026
Next Post
২০২৫ত ধনবান ৩ৰাশি! নতুন বছৰত ১০ বাৰ ঘৰ সলাব এই গ্ৰহই, উন্নতি কোনেও ৰখাব নোৱাৰিব

২০২৫ত ধনবান ৩ৰাশি! নতুন বছৰত ১০ বাৰ ঘৰ সলাব এই গ্ৰহই, উন্নতি কোনেও ৰখাব নোৱাৰিব

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ সপোনৰ প্ৰজেক্ট নতুন NANO’ৰ?

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ সপোনৰ প্ৰজেক্ট নতুন NANO’ৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.