• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ ছেপ্টেম্বৰৰ পূৰ্বে চহকী হ’ব ৩টা ৰাশিৰ জাতক, তালিকাত আপুনি আছেনে?

১৮ ছেপ্টেম্বৰৰ পূৰ্বে চহকী হ’ব ৩টা ৰাশিৰ জাতক, তালিকাত আপুনি আছেনে?

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

7 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

7 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

9 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

9 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

10 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

11 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

11 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

12 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

12 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

13 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮ ছেপ্টেম্বৰৰ পূৰ্বে চহকী হ’ব ৩টা ৰাশিৰ জাতক, তালিকাত আপুনি আছেনে?

১৮ ছেপ্টেম্বৰৰ পূৰ্বে চহকী হ’ব ৩টা ৰাশিৰ জাতক, তালিকাত আপুনি আছেনে?

editor by editor
August 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১৮ ছেপ্টেম্বৰৰ পূৰ্বে চহকী হ’ব ৩টা ৰাশিৰ জাতক, তালিকাত আপুনি আছেনে?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা নিৰ্দিষ্ট সময়ৰ পিছত প্ৰতিটো গ্ৰহই ৰাশি আৰু নক্ষত্ৰ সলনি কৰে। বহু সময়ত গ্ৰহৰ স্থান সলনিৰ ফলত কিছুমান শুভ আৰু অশুভ যোগৰ সৃষ্টি হয়, যাৰ প্ৰভাৱ ১২ ৰাশিৰ লোকৰ জীৱনত পৰে। বৈদিক পঞ্জিকা অনুসৰি ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰত শুক্ৰই নিজৰ ৰাশি তুলা ৰাশিত বক্ৰীগতিত থাকিব। শুক্ৰই নিজৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে মালব্য নামৰ ৰাজযোগৰ সৃষ্টি হ’ব৷ এইবাৰ মালব্য ৰাজযোগে ১২ ৰাশিৰ ভিতৰত তিনিটা ৰাশিৰ লোকৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব। সেই ভাগ্যবান তিনি ৰাশি কি কি?

বৃষ ৰাশি

শুক্ৰৰ বক্ৰীদশাৰ ফলত গঠিত মালব্য নামৰ ৰাজযোগে বৃষ ৰাশিৰ লোকৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব। চাকৰিয়াল লোকে বিশেষ সুবিধা লাভ কৰিব পাৰে। আপোনাৰ কামৰ শলাগ ল’ব৷ ইয়াৰ বাহিৰেও যদি অফিচত কাৰোবাৰ সৈতে আপোনাৰ বহুদিনীয়া কাজিয়া আছে তেন্তে তেওঁলোকৰ লগত বিবাদ শেষ হোৱাৰ সম্ভাৱনা আছে। নতুন চাকৰি বিচৰা লোকসকলে ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰৰ আগতে ভাল খবৰ পাব। ব্যৱসায়ীসকলে ব্যৱসায়িক অংশীদাৰৰ সহায়ত হঠাতে আৰ্থিক লাভ কৰিব পাৰে।

কন্যা ৰাশি

কন্যা ৰাশিৰ লোকৰ বাবেও মালব্য ৰাজযোগ শুভ। ব্যৱসায়ীসকলৰ আয় বৃদ্ধি হ’ব পাৰে। আপোনাৰ কামত জ্যেষ্ঠ বিষয়াসকল সুখী হ’ব। পূৰ্বপুৰুষৰ সম্পত্তি সন্দৰ্ভত চলি থকা বিবাদৰ অন্ত পৰিব। আগন্তুক দিনত বিবাহিত জীৱন ভাল হ’বলৈ গৈ আছে। প্ৰেমত মধুৰতা থাকিব। ইয়াৰ সমান্তৰালকৈ স্বাস্থ্যৰো উন্নতিও হ’ব। যুৱক-যুৱতীসকলে তেওঁলোকৰ কষ্টৰ ফল পাব।

মকৰ ৰাশি

মকৰ ৰাশিৰ লোকৰ বাবে মালব্য ৰাজযোগে কঢ়িয়াই আনিব ভাল খবৰ। ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰৰ পূৰ্বে নিয়োজিত লোকৰ দৰমহা বৃদ্ধি হ’ব পাৰে। ব্যৱসায়ীসকলে সফলতাৰে নতুন চুক্তি সম্পূৰ্ণ কৰিব, যিয়ে ভৱিষ্যতত অপৰিসীম আৰ্থিক লাভ দিব৷ পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় কটাব। নতুন বন্ধু গঢ় লৈ উঠিব। লগতে বৈবাহিক জীৱনত সুখ থাকিব। 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
এই দেশে বিবাহৰ বাবে দিছে ৩১ লাখ টকা! আঁৰৰ কাৰণ কি?

এই দেশে বিবাহৰ বাবে দিছে ৩১ লাখ টকা! আঁৰৰ কাৰণ কি?

বিজেপি নেতাৰ বাহনক লক্ষ্য কৰি ৬ ৰাউণ্ড গু/ লী, আৰক্ষীৰ ভূমিকাক লৈ কোনে তুলিছে প্ৰশ্ন?

বিজেপি নেতাৰ বাহনক লক্ষ্য কৰি ৬ ৰাউণ্ড গু/ লী, আৰক্ষীৰ ভূমিকাক লৈ কোনে তুলিছে প্ৰশ্ন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.