• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, বুধবাৰে দুৰ্দান্ত সাফল্যৰ চমক লাগিব কাৰ কাৰ ভাগ্যত?

চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, বুধবাৰে দুৰ্দান্ত সাফল্যৰ চমক লাগিব কাৰ কাৰ ভাগ্যত?

1 hour ago
SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

6 minutes ago
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

36 minutes ago
১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ

১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ

48 minutes ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

11 hours ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

11 hours ago
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

11 hours ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

11 hours ago
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

12 hours ago
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

12 hours ago
এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

13 hours ago
৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

13 hours ago
কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, বুধবাৰে দুৰ্দান্ত সাফল্যৰ চমক লাগিব কাৰ কাৰ ভাগ্যত?

চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, বুধবাৰে দুৰ্দান্ত সাফল্যৰ চমক লাগিব কাৰ কাৰ ভাগ্যত?

editor by editor
April 8, 2026
in জীৱনশৈলী
0
চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, বুধবাৰে দুৰ্দান্ত সাফল্যৰ চমক লাগিব কাৰ কাৰ ভাগ্যত?
0
SHARES
246
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ এপ্ৰিল ২০২৬ বুধবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে আজি চ’তৰ কৃষ্ণা ষষ্ঠী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি থাকিব বৰিয়ান যোগ আৰু পৰিঘ যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি আজি থাকিব জ্যেষ্ঠ নক্ষত্ৰ আৰু মূল নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক আজিৰ ভাগ্যৱান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

আজি ৮ এপ্ৰিল চন্দ্ৰধা যোগৰ প্ৰভাৱত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ মা লক্ষ্মীৰ কৃপাত আজি আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ সম্পত্তিৰ লেনদেন কৰিব খুজিলে আজিৰ দিনটো আপোনাৰ বাবে বিশেষভাৱে শুভ৷ দাম্পত্য জীৱনত প্ৰেমৰ সুখ বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত জীৱনসংগীক নিজৰ কাষত পাব৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা আগুৱাব৷

মিথুন ৰাশি

আজি বৰিয়ান যোগৰ শুভ প্ৰভাৱ লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ সকলো আনন্দ আপুনি লাভ কৰিব৷ ঘৰ বা বাহন কিনাৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰ্ণ হব পাৰে৷ আজি পেছাগত জীৱনত কিছু পজিটিভ প্ৰভাৱ লক্ষ্য কৰিব৷ আপুনি যিমান পৰিশ্ৰম কৰিব তাৰ সম্পূৰ্ণ ফল লাভ কৰিব৷ কোনো ভাল চাকৰিৰ প্ৰস্তাব পাব পাৰে৷

কন্যা ৰাশি

চন্দ্ৰধা যোগৰ প্ৰভাৱত অৰ্থলাভ কৰিব পাৰে কন্যা ৰাশিৰ জাতকে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ সকলো কামতে প্ৰচুৰ সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে আনন্দেৰে সময় কটাব পাৰিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে সুখবৰ পাব৷ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভাল থাকিব আপোনাৰ৷

তুলা ৰাশি

আজি জ্যেষ্ঠ নক্ষত্ৰত নাৰায়ণৰ আশীৰ্বাদ বৰ্ষিত হব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত আজি আগ্ৰহী হব৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হব পাৰে৷ তুলাৰ জাতকৰ ব্যৱহাৰত কিছু উগ্ৰতা দেখা যাব৷ আপোনাৰ ব্যৱহাৰ নৰম কৰাটো প্ৰয়োজন৷ কৰ্মক্ষেত্ৰত লাভৱান হব৷ আৰ্থিকভাৱে লাভৱান হব পাৰে৷

মকৰ ৰাশি

পৰিঘ যোগৰ শুভ প্ৰভাৱ বৰ্তি থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ সমাজত বহুতৰে সৈতে মিলামিছা হব আপোনাৰ৷ সকলোৰে সৈতে ভাল সম্পৰ্ক বৰ্তি থাকিব৷ নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰে৷ মানসিক চাপ মুক্ত হৈ আজি দিনটো কটাব পাৰিব৷ নিজৰ কোনো লক্ষ্য পূৰণ কৰিব পাৰে৷ হাতলৈ ধন আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত
জীৱনশৈলী

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

April 8, 2026
১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ

April 8, 2026
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ
জীৱনশৈলী

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

April 7, 2026
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?
জীৱনশৈলী

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

April 7, 2026
Next Post
১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ

১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.